Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ৰাজস্থানৰ বিধান সভা অধিবেশনলৈ মাজত মাত্ৰ 13 দিন বাকী থাকোতে শাসকীয় কংগ্ৰেছ পাৰ্টিয়ে নিজৰ বিধায়ক সকলক ইতিমধ্যে জাইছেলমেৰ নামৰ স্থানৰ এখন ৰিচ'ৰ্টলৈ স্থানান্তৰ কৰিছে।
Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি…
বাঘজানৰ জুই নুমোৱাত পুনৰ ব্যৰ্থ অইল ইণ্ডিয়া
যোৱা দুই মাহ ধৰি জ্বলি থকা বাঘজানৰ জুই নিয়ন্ত্ৰণ কৰাৰ এক প্ৰচেষ্টাত পুনৰ বিফল হৈছে অইল ইণ্ডিয়া।
জানিব পৰা মতে, যোৱা শুক্ৰবাৰে অভিযন্তা সকলে গেছ নিৰ্গত হৈ থকা তেলৰ খাদৰ সমুখ ভাগত Blowout Preventer (BOP) নামৰ এটা যন্ত্ৰ লগোৱাৰ চেষ্টা কৰি…
ৰাজ্যত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা ৪০২৬৯, প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে লাভ কৰিছে ব্যাপক সঁহাৰি
ক'ভিদ-১৯ ৰ পৰা সুস্থ হোৱাৰ ক্ষেত্ৰত অন্যতম ফলদায়কৰূপে বিবেচিত হোৱা প্লাজমা থেৰাপিৰ বাবে প্ৰয়োজনীয় প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যাপক সঁহাৰি লাভ কৰা কথা জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে ৫৫ জন কৰোনাৰ পৰা সুস্থ হোৱা লোকে…
হঠাৎ ৰিপুন বৰাক দিল্লীলৈ তলব কিয়?
বৃহস্পতিবাৰে অৰ্থাৎ কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক হঠাৎ তলব কৰা হ’ল দিল্লীলৈ ৷ খোদ ছোনিয়া গান্ধীয়ে ৰিপুন বৰাক তলব কৰাক লৈ ৰাজনৈতিক মহলত জোৰদাৰ চৰ্চা চলিল ৷ নিৰ্বাচনৰ আগে আগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ’ব নেকি – তাক লৈও ব্যাপক…
প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ পৰীক্ষণত কিয় বিৰোধিতা একাংশ বিজেপি সাংসদৰ ?
হঠাৎ প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ পৰীক্ষণৰ বিষয়টোক লৈ সৰব হৈ উঠে বিজেপিৰ জ্যেষ্ঠ সাংসদ জগদাম্ভিকা পাল। শুক্ৰবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা পাব্লিক একাউণ্ট কমিটি চমুকৈ(PAC) ত এইকথা কৈ শ'লঠেকত পৰে সাংসদ গৰাকী। যেন কেঁচু খান্দোতে সাপ…
জনশূন্য মহানগৰ,কঠোৰ প্ৰশাসন,ওলালেই শাস্তি!
পুৱাৰে পৰা গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত চলিছে আৰক্ষীৰ অভিযান।বাহিৰলৈ ওলোৱা প্ৰতিজন ব্যক্তিৰ ওপৰত চলোৱা হৈছে অভিযান।পৰীক্ষা কৰা হৈছে প্ৰতিজন ব্যক্তিৰ নথি পত্ৰ।জৰুৰীকালীন সেৱাৰ লগত জড়িত সকলক ৰেহাই দিয়াৰ বিপৰীতে অনাৱশ্যকীয় কামত বাহিৰলৈ…
চীনৰ ৰাষ্ট্ৰপতিৰ লগত দোলনাত উঠিছিল মোডী।তাৰপিছতো আক্ৰমণ কিয়?
২০১৪ চন।সাবৰমতীত এখন দোলনাত উঠিছিল নৰেন্দ্ৰ মোডী, লগত আছিল চীনৰ ৰাষ্ট্ৰপতি চি জিংপিং।২০১৮ চন।ৱুহানৰ এক মনোৰম হ্ৰদৰ পাৰত নৰেন্দ্ৰ মোডীয়ে এক কূটনৈতিক আলোচনা কৰিছিল চীনৰ ৰাষ্ট্ৰপতি জনৰ লগত।আঠ মাহ আগৰ কথা।মমল্লপুৰমৰ এখন নদীৰ বুকুত দুয়োজনৰ মাজত…
হিমা দাস অসমীয়া নহয়।হিমা দাস বাঙালী!
অসমৰ গৌৰৱ হিমা দাস অসমীয়া নহয়।হিমা দাস বাঙালী।হয়,হিমা দাসক লৈ আজি News 18 Bangla ত প্ৰকাশিত এক বাতৰিত হিমা দাসক এগৰাকী বাঙালী কন্যা বুলি অভিহিত কৰা হৈছে।
প্ৰতিজন অসমবাসীয়ে গৌৰৱৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হিমা দাস শেহতীয়াকৈ মনোনীত হৈছে ৰাজীৱ…
৮৫শতাংশ শ্ৰমিক ঘৰলৈ উভতাৰ নামত খৰছ কৰিবলগীয়া হৈছিল নিজা ধন…
দেশৰ এটা স্বেচ্ছাসেৱী সংগঠন ষ্টেণ্ডাৰ্ড ৱৰ্কাৰ্ছ একশ্যন নেটৱৰ্কৰ মতে দেশৰ ৮৫শতাংশ শ্ৰমিকে স্ব-ৰাজ্যলৈ ঘুৰি যোৱাৰ বাবদ নিজা ধন খৰছ কৰিব লগা হৈছে। ২৮ মেত ছুপ্ৰীম কৰ্টে প্ৰব্ৰজিত শ্ৰমিকক চৰকাৰৰ ধনেৰে ঘুৰাই অনাৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান…
অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ক'ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ অধিক তত্পৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেনে সময়তেই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব হঠাত অসুস্থ হৈ পৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিডনীত ধৰা পৰিছে ৩.৭৬mmৰ…