সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ফেচবুক আৰু বিজেপিৰ মাজত কি সম্পৰ্ক?-ফাদিল হৈছে ভয়ংকৰ তথ্য

ফেচবুকত ঘৃণা বিয়পোৱা বিজেপিৰ নেতা সকলৰ বিৰুদ্ধে ছ'ছিয়েল মিডিয়া প্লেটফৰ্মটোৱে কিয় কোনো ব্যৱস্থা নলয়? ফেচবুকৰ 'Hate speech' (ঘৃণা বিয়পোৱা মন্তব্য) বিৰোধী নিয়ম সমূহ কিয় প্ৰযোজ্য নহয় বিজেপি নেতাৰ বিৰুদ্ধে? কিয় ফেচবুকে এই ধৰণৰ ঘৃণা বিয়পোৱা…

শ্ৰীনগৰৰ লাল চকত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ভুৱা ছবি প্ৰচাৰ বিজেপি নেতাৰ

কৰ'নাৰ ভয়াবহতাৰ মাজতে যোৱা কালি ভাৰতবাসীয়ে পালন কৰিলে ৭৪ ত্বম স্বাধীনতা দিৱস। ইয়াৰ লগে লগে ভাৰতৰ সীমান্তৰ পৰা সমুদ্ৰ পাৰলৈকে বিভিন্ন স্থানৰ পতাকা উত্তোলনৰ বিভিন্ন দৃশ্যৰ ফটো আৰু ভিডিঅ'ও ছ'ছিয়েল মিডিয়াত ব্যাপক ভাবে প্ৰচাৰিত হৈছে। এনে এখন…

সংস্কৃতিৰ ৰাজনীতি আৰু ৰাজনৈতিক সংস্কৃতি: সুৰ সমলয় কলা সংস্থানৰ ‘ফ’ক স্টোৰিজ’

ক’ভিড মহামাৰীয়ে সমগ্র দেশৰ অর্থনৈতিক ভাবে দুর্বল খাটি খোৱা মানুহৰ প্রতি যি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে তাত বহু শ্রেণীৰ লোকৰ লগতে শিল্পী আৰু সাংস্কৃতিক উদ্যোগৰ কথাটো বিশেষভাৱে আলোচনা হৈছে।অসমত চৰকাৰী পক্ষই মহামাৰীৰ ক্ষতিপূৰন হিচাপে অলপতে যি এক…

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মহেন্দ্ৰ সিং ধোনীৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মহেন্দ্ৰ সিং ধোনীৰ। আজি ইনষ্টাগ্ৰাম নামৰ এক ছ'ছিয়েল মিডিয়াত দিয়া পোষ্টৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক জনে অৱসৰৰ কথা জানিবলৈ দিয়ে। আই চি চিৰ প্ৰতিটো খিতাপ জয় কৰা ভাৰতীয়…

শাসক পক্ষই চীনৰ নাম ল’বলৈ কিয় ভয় কৰে?: কংগ্ৰেছ

আজি লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীয়ে দেশবাসীক দিয়া ভাষণত চীনৰ নাম নোলোৱাক লৈ পুনৰ আক্ৰমণ কংগ্ৰেছৰ। হিন্দুস্তান টাইম্ছ নামৰ বাতৰি কাকত এখনে প্ৰকাশ কৰা এক বাতৰি অনিসৰি কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰনদীপ সূর্যেৱালাই দলৰ মুখ্য কাৰ্য্যালয়ত পতাকা উত্তোলন…

অনিশ্চয়তাৰ আৱৰ্তত নগা চুক্তি, ভাৰতৰ লগত ‘সংযুক্ত’ নহয় ‘সহাৱস্থান’ৰ হে…

নগা চুক্তি সম্পৰ্কে কেন্দ্ৰ আৰু সশস্ত্ৰ সংগঠন NSCN-IM ৰ মাজত আলোচনা চলি থকাৰ সময়তে শেহতীয়াকৈ NSCN-IM ৰ অধ্যক্ষ থুইংগালেং মুইৱাহে নগা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিয়া এক বক্তৃতাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সংগঠনটোৰ মুৰব্বী জনে তেওঁৰ…

“আত্মনিৰ্ভৰ ভাৰত”, “মেক ইন ইণ্ডিয়া” ৰ লগতে “মেক ফৰ ৱৰ্ল্ড”য়ে…

৭৪ সংখ্যক স্বাধীনতা দিৱস উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক প্ৰদান কৰা ভাষণত এইবাৰ গুৰুত্ব লাভ কৰে "আত্মনিৰ্ভৰ ভাৰত", "মেক ইন ইণ্ডিয়া" ৰ লগতে "মেক ফৰ ৱৰ্ল্ড"য়ে। লালকিল্লাৰ পৰা দিয়া এই ভাষণত মোডী ডাঙৰীয়াই নেচনেল ডিজিটেল হেলথ…

ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই দিয়াৰ নিৰ্দেশ অসম চৰকাৰৰ

আজি অসম চৰকাৰৰ শিক্ষা বিভাগে কৰোনা মহামাৰী আৰু তাৰ ফলত হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ ১ মে', ২০২০ ৰ পৰা শিক্ষানুষ্ঠান সমূহ নোখোলা পৰ্যন্ত প্ৰযোজ্য হ'ব।…

ৰাষ্ট্ৰীয় টিভিছেনেল সমূহৰ উত্তেজিত আৰু অসূয়াপূৰ্ণ বিতৰ্কৰ বাবেই প্ৰাণ গ’ল নেকি কংগ্ৰেছ…

ৰাষ্ট্রীয় টিভি চেনেল সমূহৰ ৰাজনৈতিক বিতৰ্কসমূহৰ স্তৰ নিম্নগামী হোৱাটো কোনো নতুন কথা নহয়। পিছে শেহতীয়াকৈ কংগ্ৰেছ প্ৰবক্তা ৰাজীৱ ত্যাগীৰ এনে এক টিভি বিতৰ্কত অংশ গ্ৰহণ কৰাৰ পিছতে হোৱা মৃত্যুক কেন্দ্ৰ কৰি এতিয়া যথেষ্ট চৰ্চিত হৈছে সংবাদ মাধ্যমৰ…

BCCI ৰ বাবে কিয় পুনৰ বিতৰ্কত সাঙোৰ খাইছে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ?

ক্ৰিকেট প্ৰেমী সকললৈ দুখবৰ কঢ়িয়াই পুনৰ বিতৰ্কত সুমাই পৰিছে বি চি চি আই। শেহতীয়াকৈ সংস্থাটোৱে উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এই বিতৰ্ক। The Wire নামৰ নিউজ পৰ্টেলটোৱে শেহতীয়া ভাবে কৰা এক বাতৰি অনুসৰি বি চি চি আয়ে…