সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

Dream11 এইবাৰ আই পি এলৰ টাইটল স্পনছ’ৰ, কিন্তু এই কোম্পানীটো আছে চীনা বিনিয়োগ

আই পি এলৰ টাইটল স্পনছ'ৰক কেন্দ্ৰ কৰি চলি থকা সকলো বিতৰ্কৰ চলি থকাৰ মাজতে আজি বিচিচিআই য়ে ঘোষণা কৰে যে এইবাৰ আই পি এলৰ টাইটল স্পনছ'ৰ হ'ব Dream11। Dream11 নামৰ ভাৰতীয় ফেণ্টাছী গেমৰ কোম্পানীটোৱে আই পি এলৰ টাইটল স্পনছ'ৰ এই বিড ২২২ কোটি টকাত…

সত্যপাল মালিক মেঘালয়ৰ নতুন ৰাজ্যপাল নিযুক্তি

জম্মু-কাশ্মীৰ আৰু গোৱাৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে। ইয়াৰ লগে লগে মেঘালয়ৰ বৰ্তমানৰ ৰাজ্যপাল টঠাগতা ৰয়ৰ কাৰ্যকালৰ অন্ত পৰে। ৰাষ্ট্ৰপতি ভৱনৰ এই নিৰ্দেশক আদৰণি জনায় টঠাগতা ৰয়ে টুইটাৰ যোগে…

ফেচবুক-বিজেপি সম্পর্কৰ বিতৰ্কয়ে খলকনি তুলিছে দেশৰ ৰাজনীতিত

ফেচবুক বিতৰ্কই সমগ্ৰ দেশতে খলকনি লগোৱাৰ পিছতে এতিয়া আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। গোটেই বিষয়তোৰ সন্দৰ্ভত এক উচ্চপৰ্যায়ৰ তদন্তৰ দাবী কৰি ছ'ছিয়েল মিডিয়া কোম্পানীটোৰ মালিক মাৰ্ক জোকাৰবাৰ্গলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ দলে।…

PM CARES পুঁজিক লৈ মোডী চৰকাৰৰ কিয় ইমান লুকা-ভাকু?

PM CARES পুঁজিৰ বিতৰ্কই লগ নেৰা হৈছে কেন্দ্ৰৰ মোডী চৰকাৰক।শাসকীয় দলটো যিমানেই এই বিতৰ্কৰ পৰা আতঁৰিবলৈ চেষ্টা কৰিছে, সিমানেই নতুন নতুন তথ্যই প্ৰধানমন্ত্ৰীৰ এই বিশেষ পুঁজিক সন্দেহৰ অৱৰ্তত হে সুমুৱাই নিছে। উল্লেখযোগ্য যে চৰকাৰে RTI আৰু CAG ৰ…

বাঘজানৰ জুই নুমোৱাত প্ৰথম পৰ্যায়ৰ সফলতা অইল ইণ্ডিয়াৰ

বাঘজানৰ জুই নুমোৱাত আংশিক সাফল্য লাভ অইল ইণ্ডিয়াৰ।কেইবাটাও প্ৰয়াসৰ অন্তত, সুদীৰ্ঘ ৮৩ দিনৰ অন্তত বাঘজানৰ জ্বলন্ত বি জি আৰ-৫ নং খাদটোৰ মুখত অইলে সফল ভাবে বি অ' পি(ব্ল' আউট প্ৰভেণ্টৰ) স্থাপন কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বি অ' পি স্থাপন…

অমিত শ্বাহক পুনৰ এইমছত ভৰ্তি

৩ দিন পূৰ্বে ক'ভিড-১৯ নিগেটিভ অহা অমিত শ্বাহক আজি পুনৰ এইমছত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে তেখেত "অৱসাদ আৰু গাৰ বিষত" ভুগি থকাৰ বাবে ক'ভিড উত্তৰ চিকিৎসাৰ বাবে এইম্ছত ভৰ্তি কৰোৱা হৈছে। বিভিন্ন সংবাদ মাধ্যমক এইমছৰ কৰ্তৃপক্ষই জনোৱা মতে তেখেতৰ…

কৰোনা ভাইৰাছৰ উৎস সম্পৰ্কে প্ৰকাশ পাইছে নতুন তথ্য, ২০১২ তে চীনত প্ৰথম ওলাইছিল ক’ভিড-১৯

ক'ভিড-১৯ ৰ উৎপত্তি সম্পৰ্কে ওলাইছে নতুন তথ্য। New York Post ৰ বাতৰিত প্ৰকাশ পাইছে যে বাদুলিৰ লগত সংস্পৰ্শত অহাৰ বাবে চীনৰ য়ুন্নান(Yunnan) ৰাজ্যৰ মজিয়াঙত খনিত কাম কৰা ৬ জন শ্ৰমিকৰ কৰোনা ভাইৰাছত আক্ৰান্তৰ লক্ষণ সমূহে দেখা দিছিল। উল্লেখযোগ্য…

NEET আৰু JEE Main ২০২০ নিৰ্ধাৰিত সময়তে অনুষ্ঠিত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আজি উচ্চতম ন্যায়ালয়ে NEET আৰু JEE ৰ পৰীক্ষা পিছুৱাবলৈ কৰা এক আবেদন খৰিজ কৰি নিৰ্ধাৰিত সময়তে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে NEET আৰু JEE ৰ পৰীক্ষা পিছুৱাবলৈ কৰা আবেদন খন খাৰিজ কৰি কয় যে পৰীক্ষা পিছুৱালে ছাত্ৰ…

ফেচবুক-বিজেপি সম্পৰ্ক: সংসদীয় কমিটিৰ ওচৰত জবাবদিহি হ’ব ফেচবুক, বিজেপিৰ ওলোটা খৰ

ফেচবুকে নিজৰ ব্যৱসায়ীক লাভালাভৰ বাবে বিজেপি দলৰ একাংশ নেতাৰ 'ঘৃণা বিয়পোৱা মন্তব্য' ৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে দেশৰ ৰাজনৈতিক মহলত। Indian Express নামৰ বাতৰি কাকত খনে পৰাৰ কৰা এক বাতৰি অনুসৰি এতিয়া…

Part 2 : ফেচবুক আৰু বিজেপিৰ মাজত সম্পৰ্ক কেনেকুৱা আৰু কিমান পুৰণি ?

যোৱা কালিৰ বিশ্ব বিখ্যাত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ ৰিপোৰ্টত ফেচবুক আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজৰ বুজা বুজিৰ তথ্য প্ৰকাশ হোৱাৰ পাছতে এতিয়া পোহৰলৈ আহিছে আৰু এনে বহুতো তথ্য যি ছ'ছিয়েল মিডিয়া প্লেটফৰ্মটো আৰু শাসকীয় দলটোৰ মাজৰ এক দীঘলীয়া সু-সম্পর্কৰ…