Investigative reporting with dedication.
অমিত শ্বাহক পুনৰ এইমছত ভৰ্তি

৩ দিন পূৰ্বে ক’ভিড-১৯ নিগেটিভ অহা অমিত শ্বাহক আজি পুনৰ এইমছত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে তেখেত “অৱসাদ আৰু গাৰ বিষত” ভুগি থকাৰ বাবে ক’ভিড উত্তৰ চিকিৎসাৰ বাবে এইম্ছত ভৰ্তি কৰোৱা হৈছে। বিভিন্ন সংবাদ মাধ্যমক এইমছৰ কৰ্তৃপক্ষই জনোৱা মতে তেখেতৰ…










