Investigative reporting with dedication.
কৰোনা ৰোগীক চিকিৎসাৰ বাবদ ৬.৩৪ লাখ টকাৰ বিল বিচৰাৰ বাবে ‘ছীল’ কৰা হ’ল প্ৰাইভেট হস্পিতাল

কৰোনা ৰোগীক চিকিৎসাৰ বাবদ ৬.৩৪ লাখ টকাৰ বিল দিয়াৰ বাবে ‘ছীল’ কৰা হ’ল এখন ব্যক্তিগত খণ্ডৰ হস্পিতাল। এই ঘটনা বিহাৰৰ। এজন ৪৮ বছৰীয়া কৰোনা ৰোগীৰ চিকিৎসাৰ বাবদ পাটনাৰ কানকেৰবাঘৰ JDM নামৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিতালে ৬.৩৪ লাখ টকাৰ বিল বিচাৰিছিল।…










