Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
বিহাৰ বিধান সভাৰ নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে এতিয়া আৰম্ভ হৈছে বহুতো জলপনা কল্পনা। নীতিশ কুমাৰৰ নেতৃত্বাধীন শাসনাধিষ্ট জেডিইউ(JD-U) আৰু বিজেপিৰ চৰকাৰক অনাগত বিধান সভাত প্ৰত্যাহ্বান দিবলৈ টঙালি বান্ধিছে বিৰোধীয়েও।
লালু প্ৰসাদ যাদৱ জেইলত…
অনলাইন শিক্ষাৰ বাবে মাত্ৰ ২৪% ভাৰতীয় পৰিয়ালৰহে আছে ইণ্টাৰনেট সুবিধা:সমীক্ষা
অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ মাত্ৰ ২৪% ভাৰতীয় পৰিয়ালৰহে ইণ্টাৰনেটৰ সুবিধা আছে। এই কথা প্ৰকাশ পাইছে UNICEF নামৰ ৰাষ্ট্ৰ সংঘৰ প্ৰতিষ্ঠানটোৰ এক সমীক্ষাত।
সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১৫ লাখ স্কুল বন্ধ হৈ থকাৰ…
৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব ফাইনেল পৰীক্ষা: উচ্চতম ন্যায়ালয়
আজি উচ্চতম ন্যায়ালয়ে ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য আৰু বিশ্ববিদ্যালয় সমূহক ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ আজিৰ ৰায়দানত কয় যে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ কোনো ছাত্ৰ ছাত্ৰীক পাছ কৰোৱাটো ন্যায় সংগত…
অৰণ্য পুনৰ বনানীকৰণৰ দায়িত্ব এইবাৰ দিয়া হ’ব ব্যক্তিগত খণ্ডক
এইবাৰ যিবোৰ অৰণ্য অৱনমিত(degraded) হৈছে তেনে অৰণ্যৰ পুনৰ বনানীকৰণৰ প্ৰক্ৰিয়াত চামিল হ'ব ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান। এই প্ৰস্তাৱ চৰকাৰক আগবঢ়াইছে নীতি আয়োগে।
The print নামৰ ওক নিউজ পৰ্টেলত প্ৰকাশ পোৱা বাতৰি অনুসৰী পাব্লিক প্ৰাইভেট…
খাদ্যৰ সন্ধানৰত এজন কিশোৰক দিল্লী পুলিচৰ বৰ্বৰতা
শেহতীয়াকৈ ছ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এক ভিডিওৰ বাবে পুনৰ বিতৰ্কত সুমাই পৰিছে দিল্লী পুলিচ। সাংবাদিক বৰ্খা দতৰ নিউজ পৰ্টেল Mojo Story এ টুইট কৰা এটা ভিডিওত দেখা গৈছে যে দিল্লী পুলিচৰ এজন কনিস্তবলে দিল্লীৰ আৰ কে পুৰম অঞ্চলত এজন কিশোৰক মাজ…
সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান
সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হস্পিতালত দেহাৱসান হয় সুকণ্ঠী গায়িকা গৰাকীৰ। যোৱা কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল গায়িকা গৰাকী।১৪ জুলাইৰ পৰা চিকিত্সাধীন হৈ আছিল শিল্পীগৰাকী।মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিত্সাধীন হৈ…
কেন্দ্ৰীয় চৰকাৰে GST ৰ প্ৰাপ্য ধন ৰাজ্য চৰকাৰ সমূহক মোকোলাই নিদিয়াক লৈ সৰৱ বিৰোধী
আজি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিত বিৰোধীৰ দ্বাৰা শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা এক আলোচনাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰাপ্য GST ৰ ধন নিদিয়াটো চৰম বঞ্চনা বুলি অভিহিত কৰিছে।
উল্লেখযোগ্য যে…
‘আত্মনিৰ্ভৰ ভাৰত’ৰ নামত আদানী-আম্বানীৰ একচেতিয়া আধিপত্য হে চলিছে নেকি ভাৰতৰ অৰ্থনীতিত?
শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰায় ৬ তা বিমান বন্দৰৰ ব্যক্তিগতকৰণ কৰোতে আটাইকেইটা বিমান বন্দৰ গৌতম আদানীৰ আদানী গ্ৰুপৰ হাতলৈ যায়। বৰ্তমান মুম্বাই ইয়াৰপোৰ্টও আদানী গ্রুপৰ হাতলৈ যাব বুলি বিভিন্ন সংবাদ মাধ্যমত গুজৱ চলিছে।
ইয়াৰ পিছতে এতিয়া সৰ্বত্ৰে…
জয়পুৰৰ ভীক্ষাৰীৰ তালিকাত তিনিজন স্নাতক আৰু দুজন স্নাতকোত্তৰ
জয়পুৰৰ চিটি পুলিচৰ এক সমীক্ষাত চহৰ খনৰ মুঠ ১১৬২ জন ভীক্ষাৰীৰ ২ জন স্নাতকোত্তৰ আৰু তিনিজন স্নাতক বুলি জানিব পৰা গৈছে।
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি ৮২৫ জন ভীক্ষাৰীৰ কোনো পঢ়া শুনা নথকাৰ পৰিবৰ্তে ৩৯ জন শিক্ষিত আৰু ১৯৩ জন…
সাংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হ’ব ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ
কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ইতিমধ্যে বিলম্ব হোৱা সাংসদৰ বৰ্ষাকালীন অধিবেশন অহা ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দৈনিক ৪ ঘণ্টাৰ বাবে শনি আৰু দেওবাৰেও অনুষ্ঠিত হ'ব দুয়োখন সদন।
উল্লেখযোগ্য যে…