Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
হিমন্ত কোন? এই প্ৰশ্ন আমাৰ নহয়। এই প্ৰশ্ন উত্থাপন হৈছে মনিপুৰৰ পৰা। সংঘাতজৰ্জৰ মনিপুৰে এতিয়া প্ৰশ্ন কৰিছে, হিমন্ত বিশ্ব শৰ্মা কোন? মনিপুৰৰ জনপ্ৰিয় কাকত 'ইম্ফল ফ্ৰী প্ৰেছ'ৰ সম্পাদকীয়ত উষ্মাৰে সোধা হৈছে, হিমন্ত কোন? সম্পাদকীয়টোত লিখিছে, আমি…
হাকোটা লগায়েই চলি আছিল বিজেপিৰ কাৰ্যালয় !
যি সময়ত সাধাৰণ জনতাৰ ওপৰত বিদ্যুৎ বিভাগে মাধমাৰ সোধাই আহিছে তেনে সময়ত চুৰি বিদ্যুতেৰে চলিছে এখন জিলা BJP কাৰ্যালয় ! মাজুলীত আছে জিলা BJP ৰ আটক ধুনীয়া কাৰ্যালয়। নিৰ্মাণৰ আজি দুবছৰ হ’বৰ হল আজিও কাৰ্যালয়ত নালাগিল বিদ্যুৎ বিভাগৰ…
যুদ্ধ নহয়,বিদ্ৰোহ হ’ব কুৰুক্ষেত্ৰত !
দেশত পুনৰ এক বৃহৎ কৃষক আন্দোলনৰ উকমুকনি আৰম্ভ হৈছে। ইতিমধ্যে এনে আন্দোলনৰ কথা ঘোষণা কৰিছে দেশৰ অগ্ৰণী কৃষক নেতা ৰাকেশ টিকাইটে। সোমবাৰে কৃষকৰ আন্দোলনত উত্তপ্ত হৈ পৰিল হাৰিয়ানাৰ কুৰুক্ষেত্ৰ। বিগত মঙলবাৰ অৰ্থাৎ ৬ জুনত কুৰুক্ষেত্ৰত কৃষকৰ ওপৰত…
উন্নয়নৰ নামত গুৱাহাটীত কাটিলে ৮ হাজাৰ গছ
দৃষ্টিৰূপা বৰদলৈ
• ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত কটা গ’ল সৰু -বৰ ৭ হাজাৰ গছ
• আৰ জি বৰুৱা ৰোডত কাটিলে ১১ জোপা গছ, আকৌ কাটিব ৩০ জোপা
• গুৱাহাটী বিশ্ববিদ্যালয়ত কাটিলে ৮ জোপা, কাটিব ২৩ জোপা
• ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়ন- সৌন্দৰ্যবৰ্ধনৰ…
নিজ OSDৰ পত্নীৰ ৰোষৰ বলি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী !
OSD সমেন বৰুৱাৰ পত্নীয়ে ছ'ছিয়েল মিডিয়াত ক্ষোভ উজাৰিলে বিশ্বজিত দৈমাৰীৰ বিৰুদ্ধে। আজিৰ পৰা মাথোঁ তিনিবছৰ পূৰ্বে সপৰিয়ালে ছিংগাপুৰলৈ যাওতে Elder Brother বুলি সম্বোধন কৰা বিশ্বজিত দৈমাৰীক লৈ মিম দিবলৈকো কুণ্ঠাবোধ নকৰিলে দৈমাৰীৰ OSD পত্নীয়ে।এয়া…
২৩ জুনৰ পাটনাত বিৰোধীৰ ৰণচালি
কৰ্ণাটক নিৰ্বাচনত পৰাজয় , অস্তাচলত মোদীৰ মেজিক , আৰ এছ এছৰ কঠোৰ সকীয়ণি , তাৰ মাজতেই এইবাৰ চাৰিওদিশৰ পৰাই বিজেপি ঘেৰি ধৰাৰ প্ৰস্তুতি বিৰোধীৰ।জুন মাহতেই পাটনাত আৰম্ভ হ’ব বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ ৰণচালি।
তাৰিখ ২৩ জুন । স্থান -পাটনা , বিহাৰ…
প্ৰেয়সীৰ মাংস সিজালে কুকাৰত !
গুৱাহাটীৰ বন্দনা,দিল্লীৰ শ্ৰদ্ধাতকৈয়ো ভয়াবহ কাণ্ড সংঘটিত হ’ল এইবাৰ মুম্বাইত।নিজৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে মনোজ ছৈনী নামৰ এজন ৫৬ বছৰীয়া ব্যক্তি।মুম্বাইৰ গীতানগৰ ফেজ ছেভেনত থকা আকাশদ্বীপ নামৰ এপাৰ্টমেণ্টটোত সংঘটিত…
মোদীৰ মেজিক , মোদীৰ চমক শেষ’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চমক শেষ । কেৱল মোদীৰ ভৰষাত আৰু হিন্দুত্বৰ বলত বিজেপিয়ে জিকিব নোৱাৰিব নিৰ্বাচন । আৰএছ এছৰ মুখপত্ৰ অৰ্গেনাইজাৰত এই সকীয়ণি প্ৰকাশ পোৱাৰ পাছতেই হাহাকাৰ লাগিছে বিজেপি শিবিৰত ।শংকিত বিজেপিয়ে এইবাৰ অহংকাৰ এৰি পুৰণি…
বিদ্যুতৰ অত্যধিক মাচুলত ভাৰাক্ৰান্ত জনতা !
সাত পুৰুষত নাই গাই,কৰীয়া লৈ খিৰাবলৈ যায় ! মন্ত্ৰী-বিধায়কৰ মন্তব্য শুনিলে এনে আপ্তবাক্যই চাগৈ আপোনাৰ মনলৈ আহে !বিদ্যুতৰ অত্যধিক মাচুলত ভাৰাক্ৰান্ত জনতা !ত্ৰাহিমধুসূদন সোঁৱৰিছে জনতাই! তাতে আকৌ বিধানসভাৰ অধ্যক্ষ,মন্ত্ৰীৰ উদ্ভট মন্তব্য !…
হোৱাটচএপ ষ্টেটাছ দিওঁতে সাৱধান !
মহাৰাষ্ট্ৰৰ কোলহাপুৰত বুধবাৰে এক অনিয়ন্ত্ৰিত পৰিৱেশৰ সৃষ্টি হয়।সামাজিক মাধ্যমত টিপু চুলতান আৰু ঔৰংগজেৱক লৈ দিয়া কিছু বিতৰ্কিত আপডেটৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হয় কোলহাপুৰত।কলহাপুৰৰ ছত্ৰপতি শিৱাজী মহাৰাজ চ’কত বুধবাৰে কেইবাটাও হিন্দুত্ববাদী…