Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ৰাজ্যত আজিৰ পৰা নতুন SOP জাৰি।গোলাঘাট আৰু লখিমপুৰ জিলাত অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন।যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত শিথিল কৰা হৈছে লকডাউন।এই তিনি জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।মৰিগাঁও আৰু গোৱালপাৰা…
কংগ্ৰেছৰ দিনতো হৈছিল সীমা বিবাদ!
এইয়া দুটা ৰাজনৈতিক দলৰ বিবাদ নহয়। এই সীমা বিবাদ বহু পুৰণি ৷ আনকি দুইখন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়তো এই বিবাদ হৈছিল- মিজোৰ আক্ৰমনৰ পিছত আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷
মিজোৰ আক্ৰমণৰ পিছতে সীমান্ত সুৰক্ষিত…
টকিঅ’ৰ পৰা আহিল ভাল খবৰ-জয়লাভ লাভলীনাৰ
টকিঅ' অলিম্পিকত লাভলীনাৰ জয়লাভ৷
কোৱাটাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাইৰ৷
জার্মানীৰ বক্সাৰ নাডিন আপেজক পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাইৰ৷
অসম- মিজোৰাম সীমান্তত গুলীচালনা, নিহত ৬, এছ পিক আই চি ইউত ভৰ্তি
উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সীমা বিবাদ সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ এদিন পাছতে উত্তপ্ত হৈ পৰিল অসম - মিজোৰাম সীমান্ত ৷বৰাক উপত্যকাৰ ঢলাই সমষ্টিত হোৱা মিজোৰ আগ্ৰাসন উচ্ছেদ কৰিবলৈ যোৱা সময়তে প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ মিজো…
অশ্লীল চিনেমাৰ ব্যৱসায় : ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত কি ক’লে শিল্পা চেট্টীয়ে ?
অশ্লীল চিনেমা নিৰ্মান আৰু প্ৰচাৰৰ গোচৰত যোৱা ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক ৷ শণিবাৰে আৰক্ষীয়ে তেওৰ আন্ধেৰীস্থিত কাৰ্যালয়ত তালাচী চলাই এটা গোপন লকাৰ উদ্ধাৰ কৰে ৷ আৰক্ষীৰ সন্দেহ যে…
মীৰাবাঈ : অলিম্পিকত ৰূপৰ পদক জয় কৰি ক’লে এই ৫টা গুৰুত্বপূ্ৰ্ণ কথা –
টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচিলে মণিপুৰৰ কন্যা মীৰাবাঈ চানুয়ে ৷ ভাৰত্তোলনৰ ৪৯ কেজি শাখাত দেশৰ হৈ প্ৰথমটো পদক জয় কৰি কৰি তেও কেবাটাও গুৰুত্বপূৰ্ণ কথা ক’লে ৷ মীৰাবাঈ চানুৰ ৫ টা মূল মন্তব্য -
“মই বিগত ৫ বছৰ ধৰি এই পদকৰ সপোন…
লাভলীনা : অভাৱত থাকিও যিয়ে অস্বীকাৰ কৰিছিল কৰ্প’ৰেটৰ বিজ্ঞাপনৰ প্ৰস্তাৱ
দেৱজিৎ ফুকন
কোনো ৰাষ্ট্ৰীয় নাইবা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা লাভ কৰিলেই তেনে খেলুৱৈক টাৰ্গেট কৰি লয় বহুজাতিক কোম্পানীবোৰে৷ বিশ্ব চেম্পিয়নশ্বিপত পদক পোৱাৰ পাছত তেনে বহুজাতিক কোম্পানীৰ লক্ষ্যৰ পৰা বাচি যোৱা নাছিল লাভলীনাও৷ ডাঙৰ…
অলিম্পিক : ছানিয়া মিৰ্জা – অংকিতা ৰাইনাৰ অবিশ্বাস্য পৰাজয়
টকিঅ’ অলিম্পিকত এক অবিশ্বাস্য পৰাজয়ৰ সন্মুখীন হৈ মহিলা টেনিছৰ ডাবলছৰ পৰা বিদায় মাগিবলগীয়া হ’ল ছানিয়া মিৰ্জা আৰু অংকিতা ৰাইনা যুটীয়ে ৷ বিজয়ৰ পৰা কিছু দূৰৈত থমকি ৰ’ল ছানিয়া – অংকিতা ৷ ইয়াৰ লগে লগে মহিলা টেনিছৰ ডাবলছৰ সকলো আশা নিৰ্বাপিত হ’ল…
উপ- নিৰ্বাচনৰ বাবে সাজু বিজেপি : কোন মন্ত্ৰীক ক’ৰ দায়িত্ব ?
ৰাজ্যৰ চাৰিটা সমষ্টিত উপ- নিৰ্বাচন অনুষ্ঠিত হোৱাটো এতিয়ালৈকে নিশ্চিত হৈছে ৷ উপ - নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হৈছে শাসকীয় বিজেপি দল ৷ প্ৰতিটো সমষ্টিৰ উপ - নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে গঠন কৰা হৈছে একোখনকৈ সমিতি ৷ সমষ্টি অনুযায়ী এজন বা দুজন…
জলপ্ৰলয়ত প্ৰাণ গ’ল ১১২ জন লোকৰ , সন্ধানহীন ৯৯
মহাৰাষ্ট্ৰত সৃষ্টি হোৱা জলপ্ৰলয়ে ভয়ানক ৰূপ লৈছে ৷ দ্য ইন্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ৰাজ্যখনত বান আৰু ভূমিস্খলনত শেহতীয়াকৈ ১১২ জন লোকৰ প্ৰাণহানি হোৱাৰ উপৰি ৯৯ জন লোক নিৰুদ্দিষ্ট হৈ আছে ৷ বিগত কেবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত…