Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
বিগত ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশন বিৰোধীৰ প্ৰতিবাদৰ বাবে স্থবিৰ হৈ পৰিছে ৷ পেগাছাছ ছফটৱেৰৰ জড়িয়তে চোৰাংছোৱাগিৰি আৰু কৃষক আন্দোলনক কেন্দ্ৰ কৰি প্ৰতিদিনেই প্ৰতিবাদমুখৰ হৈছে কংগ্ৰেছকে ধৰি আন আন বিৰোধী দলসমূহ ৷ এনে…
ৰবি শাস্ত্ৰীৰ বিদায় নিশ্চিত , কোন হ’ব নতুন প্ৰশিক্ষক ?
ভাৰতীয় ক্ৰিকেটৰ এটা ডাঙৰ খবৰ ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ বিদায় আসন্ন হৈ পৰিছে ৷ অহা অক্টোবৰ – নবেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পাছতে নতুন প্ৰশিক্ষক নিযুক্তি দিয়াৰ সম্ভাৱণা প্ৰবল হৈ পৰিছে ৷ শাস্ত্ৰীৰ লগতে বলিঙ…
পথৰ ওপৰত ক’ত খহি পৰিল পাহাৰ ?
হিমাচল প্ৰদেশৰ কিন্নৰ জিলাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ পাহাৰৰ এটা বৃহৎ চূড়া পথৰ ওপৰত খহি পৰাৰ পৰিণতিত আৱদ্ধ হৈ পৰে ৪০ জনৰো অধিক লোক ৷গুৰুতৰভাৱে আহত হৈছে এখন বাছৰ চালক আৰু হেণ্ডিমেন ৷বুধবাৰে দুপৰীয়া ১২.৪৫ বজাত ৰেকংপেও –…
বিশ্বকাপ ক্ৰিকেটত জয়লাভ কৰা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ এতিয়া দৈনিক হাজিৰা কৰা শ্ৰমিক
ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াক ৰোধ কৰিবলৈ প্ৰযোজ্য কৰা লকডাউনৰ ফলত বহু লোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে৷ দেশত হাজাৰ হাজাৰ লোক মৃত্যুমুখত পৰাৰ উপৰি বহু হাজাৰ লোকে কৰ্মসংস্থাপন হেৰুৱাই দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে৷ ক্ৰমে ক্ৰমে দেশত…
গোপন দাতাৰ পৰা কিমান টকাৰ চান্দা সংগ্ৰহ কৰিলে বিজেপিয়ে?
ৰাজনৈতিক দলবোৰে দল চলাবলৈ চান্দা সংগ্ৰহ কৰে৷সংগ্ৰহ কৰা চান্দাৰ সৱিশেষ দলসমূহে নির্বাচন আয়োগৰ ওচৰত দাখিল কৰিব লাগে৷নির্বাচন আয়োগেও সেই তথ্য জনসাধাৰণৰ জ্ঞাতার্থে ৰাজহুৱা কৰে৷কিন্তু ইলেক্টৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে সংগ্ৰহ কৰা চান্দাৰ…
আফগানিস্তানত তালিবানৰ চহৰ দখলৰ চেষ্টা , ভাৰতীয়সকলক ওভতাই আনিবলৈ কি ব্যৱস্থা ?
তালিবানৰ আক্ৰমণত প্ৰায় অৱৰুদ্ধ হৈ পৰিছে আফগানিস্তানৰ মাজাৰ-ই –শ্বৰীফ চহৰ ৷আক্ৰমণৰ আশংকাত চহৰখনৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷বিগত কিছুদিন ধৰি আফগানিস্তানৰ চতুৰ্থ বৃহত্তম চহৰ মাজাৰ-ই –শ্বৰীফ চহৰত সেনা আৰু…
এছক’ৰ্টৰ নামত গুৱাহাটীত কোনে , কেনেদৰে চলাই দেহ ব্যৱসায় ?
এছক’ৰ্ট চাৰ্ভিছৰ নামত গুৱাহাটীত চলি আছে দেশ ব্যৱসায় ৷ ফেচবুক , টুইটাৰ আদি সামাজিক মাধ্যমত এটা চক্ৰই প্ৰথমতে গ্ৰাহকৰ লগত নিজে যোগাযোগ কৰে ৷ তাৰ পাছত এছক’ৰ্টৰ নামত যুৱতী , মহিলাক প্ৰেৰণ কৰে গ্ৰাহকৰ ওচৰলৈ ৷ এইদৰেই সামাজিক মাধ্যমৰ জড়িয়তে দেহ…
সদনত প্ৰতিবাদমুখৰ বিৰোধী , অধ্যক্ষই কি ক’লে ?
পেগাছাছ কাণ্ডৰ বিৰুদ্ধে কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৷ মঙলবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন সদনতে বিৰোধী পক্ষই প্ৰতিবাদ আৰম্ভ কৰে ৷এনে প্ৰতিবাদত অসন্তুষ্ট হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই…
অলিম্পিকৰ পদক বিজয়ীক লৈ ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা কিয় ?
কেন্দ্ৰৰ পৰা ৰাজ্যলৈ সকলোতে এতিয়া চলিছে ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা ৷ লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনাবলৈ অসমৰ বাটে ঘাটে আঁৰি দিয়া হৈছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত হোৰ্ডিঙ ৷ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈগৰাকীক শুভেচ্ছা…
বিজেপি সাংসদৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ ইমান খঙ কিয় ?
বিজেপিৰ অধিকসংখ্যক সাংসদ ৰাজ্যসভাত অনুপস্থিত থকাক লৈ ক্ষোভ ব্যক্ত কৰিছে বজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সংসদত অনুপস্থিত থকা সাংসদৰ তালিকা বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই ঘটনাৰ পৰা সংসদ আৰু সাংসদক লৈ প্ৰধানমন্ত্ৰী মোদী অধিক…