সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

up

সমাজবাদৰ ৰাজনীতিৰ দিন উকলিল নেকি ?

টিপু চুলতান বন গয়া ৷ টিপু যেতিয়া প্ৰথম স্কুললৈ যায় , তেতিয়া তাৰ কোনো আনুষ্ঠানিক নাম নাছিল ৷ পৰিয়ালৰ হিচাপ কিতাপ ৰাখোতা তিৱাৰীৰ হাতত ধৰি খোজ দিছিল ওচৰৰে এখন নাৰ্ছাৰী স্কুলত ৷ কিন্তু টিপু নামেৰে নামভৰ্তি কৰাত অসুবিধা হ’ল ৷ স্কুলৰ পৰা…

উত্তৰ প্ৰদেশত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্ৰপতিয়ে

উত্তৰ প্রদেশৰ প্রয়াগৰাজত স্থাপন হ’বলগীয়া উত্তৰ প্রদেশ ৰাষ্ট্রীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে প্রয়াগৰাজৰ স্বীকৃতি শিক্ষা কেন্দ্র হিচাপে…

চাৰি ৰাজ্যত আকৌ শাসনলৈ বিজেপি , পঞ্জাৱত কোন ?

২০২২ চনত অনুষ্ঠিত হ’ব পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া ছেমিফাইনেল হিচাপে বিবেচিত হৈছে ৷ তাতে ৮০ খন লোকসভাৰ আসন থকা উত্তৰ প্ৰদেশৰো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ সেইবাবেই পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন…

উত্তৰ প্ৰদেশত জ্বৰৰ আতংকঃ এসপ্তাহত ৪০ টা শিশুসহ ৬৮ জনৰ মৃত্যু

কৰোনাৰ দ্বিতীয় ঢৌৰ বিভীষিকা আৰু তৃতীয় ঢৌৰ আশংকাৰ মাজতে ৰহস্যজনকভাৱে পশ্চিম উত্তৰ প্ৰদেশৰ কোনো কোনো অঞ্চলত জ্বৰে আতংকৰ সৃষ্টি কৰিছে। বিগত এসপ্তাহত জ্বৰত ৬৮ জনকৈ দুৰ্ভগীয়া লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত আছে ৪০ টা শিশু। এই ৰহস্যজনক…

মুছলমান হৈ জন্ম লাভ কৰাটো অপৰাধ নেকি?

উৰ্দু সাহিত্যিক মুনাব্ৱৰ ৰাণাৰ এটা বিশেষ মন্তব্যই এতিয়া সমগ্ৰ দেশতে সৃষ্টি কৰিছে বিতৰ্ক আৰু উত্তেজনাৰ। সাহিত্যিক গৰাকীয়ে উত্তৰ প্ৰদেশত মুছলমান হৈ জন্ম লাভ কৰাটো বা মুছলমান হোৱাটো পাপ বুলি মন্তব্য কৰাৰ লগে লগে উত্তেজিত হৈ পৰিছে দেশৰ সচেতন…

ৰাম মন্দিৰৰ ভূমিপূজনত কিয় উপস্থিত নাছিল বাবৰি মছজিদ ধ্বংসৰ কাণ্ডাৰী কল্যাণ সিং?

সেয়া আছিল ১৯৯৭ চনৰ কথা। নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছিল উত্তৰ প্ৰদেশৰ ৰাজনীতি। বিজেপি আৰু বিএছপি প্ৰতিটো দলেই উত্তৰ প্ৰদেশত গাইপতি ৬ মাহকৈ চৰকাৰ চলোৱাৰ নতুন ফৰ্মূলা তৈয়াৰ কৰিছিল। মায়াৱতীয়ে বাজপেয়ী আৰু কাঞ্চীৰামৰ মাজত হোৱা চুক্তিৰ…

ভাৰতত ত্ৰিশৰো অধিক ৰাজনীতিক কৰোনাত আক্ৰান্ত, ৩ জনৰ মৃত্যু

আগষ্ট মাহটো যেন হৈ পৰিছে ভাৰতৰ ৰাজনীতিক সকলৰ বাবে অতিশয় দু:সহ। এজনৰ পাছত আনজন ৰাজনীতিকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। শেহতীয়াকৈ অমিত শ্বাহৰ দেহত ক'ভিড-১৯ ধৰা পৰাৰ পাছতে কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰমৰ পুত্ৰ কাৰ্তি…

দিল্লীত শ্ৰমিকৰ ওপৰত কিয় কীটাণুনাশক স্প্ৰে’ কৰা হ’ল?

শুক্ৰবাৰে দিল্লীৰ লাজপত নগৰত প্ৰবাসী শ্ৰমিকৰ ওপৰত কীটাণুনাশক স্প্ৰে' কৰাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। শ্ৰমিক স্পেচিয়েল ট্ৰেইনত উঠাৰ পূৰ্বে দিল্লীৰ লাজপত নগৰৰ এখন স্কুলত লগ হৈছিল কেইবাশ শ্ৰমিক। তাতে দক্ষিণ দিল্লী মিউনিচিপাল…

উত্তৰ প্ৰদেশত বাছ ৰাজনীতিৰ গৰম বতাহ :৫০ হাজাৰ ফেচবুক লাইভ

শ্ৰমিকৰ বাবে কংগ্ৰেছে আগবঢ়োৱা বাছক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ ৰাজনীতিত গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ কংগ্ৰেছে দিয়া বাছৰ তালিকাত অন্য বাহনৰ নম্বৰ থকাৰ অভিযোগ তুলি লক্ষ্ণৌ আৰক্ষীয়ে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অজয় কুমাৰ লল্লুৰ বিৰুদ্ধে গোচৰ…

আকৌ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ৷ ক’ত এই ঘটনা?

এক শোকাৱহ পথ দুৰ্ঘটনাত পুণৰ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঔৰায়া জিলাত ৷ আজি পুৱতি নিশা সংঘটিত দুৰ্ঘটনাটোত আন ৩৭ শ্ৰমিকো আহত হৈছে ৷ ঘটনা বিৱৰণী মতে ,ৰাজস্থানৰ পৰা অহা আটা ভৰ্তি ট্ৰাকখনত ঝাৰখণ্ড, বিহাৰ আৰু…