সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

অখিলক লৈ তৃণমূলৰ কি বিশেষ পৰিকল্পনা : ‘আনন্দ বজাৰ পত্ৰিকা’ত সবিশেষ খবৰ

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুলানি বৈঠক সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে ৷ অখিল গগৈয়ে দুবাৰকৈ কলকাতালৈ গৈ তৃণমূলৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ…

দিল্লীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদত অংশ লৈ ৰাহুল গান্ধীয়ে কি ক’লে ?

কৃষক অন্দোলন , পেগাছাছৰ চোৰাংছোৱাগিৰি , নিবনুৱা সমস্যা আদি কেবাটাও ইছ্যুক লৈ বৃহস্পতিবাৰে সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে যুৱ কংগ্ৰেছে ৷ এই কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ সমগ্ৰ দেশৰ সদস্যসকলে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হৈ…

উত্তৰ প্ৰদেশত বাজিছে নিৰ্বাচনী বিকুল : সমাজবাদী পাৰ্টীৰ কি কৌশল ?

দেশৰ  লোকসভা নিৰ্বাচনৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব ২০২২ ত উত্তৰ প্ৰদেশত ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বিকুল এতিয়াই বাজি উঠিছে ৷ দেশৰ বৃহত্তম ৰাজ্যখনত আকৌ এবাৰ শাসনলৈ আহিবৰ বাবে বিজেপি এতিয়াৰে পৰা সৰ্বশক্তিৰে নামি পৰিছে ৷ বহি থকা নাই বিৰোধীও…

পেগাছাছ : এয়া অতি গুৰুতৰ অভিযোগ বুলি কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

পেগাছাছ ছফটৱেৰৰ চোৰাংছোৱাগিৰি সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে যদিহে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সঁচা হয় , তেনেহ’লে এয়া অতি গুৰুতৰ অভিযোগ  ৷ কিন্তু আজিয়েই ন্যায়ালয়ে চৰকাৰলৈ জাননী প্ৰেৰণ কৰিবলৈ…

আজি পেগাছাছ কাণ্ডৰ শুনানি : কি হ’ব উচ্চতম ন্যায়ালয়ত ?

আজি উচ্চতম ন্যায়ালয়ে গ্ৰহন কৰিব পেগাছাছ চোৰাংছোৱা কাণ্ডৰ শুনানি ৷ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্যকান্তৰ দুজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব ৷ ইজৰাইলী চোৰাংছোৱা ছফটৱেৰ পেগাছাছৰ জড়িয়তে ভাৰতৰ তিনি শতাধিক…

প্ৰশান্ত কিশোৰে কিয় পদত্যাগ কৰিলে ?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছে ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে ৷ আজি এক পত্ৰযোগে নিজৰ পদত্যাগৰ কথা ৰাজহুৱা কৰি প্ৰশান্ত কিশোৰে কয় -"আপোনাৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিলো ৷ এই দায়িত্বৰ পৰা…

টকিঅ’ অলিম্পিক : হকীত কেনেকৈ ইতিহাস ৰচিলে ভাৰতে ?

ভাৰতীয় হকী দলৰ অনুৰাগীসকলৰ ৪১ বছৰযোৰা অপেক্ষাৰ অন্ত পৰিল ৷ টকিঅ' অলিম্পিকত জাৰ্মানীক হৰুৱাই ভাৰতে লাভ কৰিলে ব্ৰঞ্জৰ পদক ৷ আজি ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচখনত ভাৰতে জাৰ্মানীক ৫-৪ গ'লৰ ব্যৱধানত পৰাজিত কৰে ৷ ১৯৮০ চনৰ পাছত হকীত এয়া ভাৰতৰ…

চাকৰিৰ পৰা ভূমি পট্টালৈ : বুধবাৰৰ কেবিনেটত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ?

বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ কেবিনেটৰ সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ'ল - ▶️ আজিৰ কেবিনেটে গোৰ্খা সম্প্ৰাদয়ৰ বিৰুদ্ধে বিদেশী সংক্ৰান্তীয় কোনো নতুন গোচৰ নচলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷…

ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা : কেতিয়া পূৰণ কৰিব প্ৰ- পত্ৰ ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকল বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব ৷  ইয়াৰ বাবে ইচ্ছুক ছাত্ৰ - ছাত্ৰীসকলে অহা ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত যাবতীয় প্ৰ-পত্ৰ অনলাইনযোগে পূৰণ কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলে নিজৰ…

টকিঅ’ অলিম্পিক : মহিলা হকীৰ ছেমিফাইনেলত পৰাস্ত ভাৰত

ইতিহাস সৃষ্টি কৰিও ছেমিফাইনেলত থমকি ৰ'বলগীয়া হ'ল ভাৰতৰ মহিলা হকী দল ৷ টকিঅ' অলোম্পিকৰ ছেমি ফাইনেলত আৰ্জেন্টিনাৰ বিৰুদ্ধে ভাৰতৰ পৰাজয় ৷ প্ৰথমাৰ্ধত গুৰজিৎ সিঙৰ গ'লৰ সহায়ত ভাৰতে অগ্ৰগতি লাভ কৰিলেও শেষত ২-১ ৰ ব্যৱধানত বিজয়ী হয়…