সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

'আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ…

বিজেপিৰ ৬ মহলীয়া কাৰ্যালয়ৰ মাটিৰ A to Z

ভাঙি দিয়া হ’ব বিজেপিৰ নৱনিৰ্মিত বশিষ্ঠৰ  কাৰ্যালয় ৷ ছয় মহলীয়া বিজেপিৰ কাৰ্যালয়ৰ ভূমিত স্থাপন হ’ব গৱেষণা কেন্দ্ৰ ৷-প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই ঘোষণাৰ পাছতে অস্বস্তিত পৰিল শাসকীয় দল বিজেপি ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি…

দ্য ক্ৰছকাৰেণ্টৰ বিৰুদ্ধে যড়যন্ত্ৰ

'Current Trend Assam' নামৰ এটা সংবাদপোৰ্টেলে 'দ্য ক্ৰছকাৰেণ্ট'ৰ বৰ্তমানৰ পৰিচালন সম্পাদক বেদব্ৰত বৰাক সাঙুৰি এটা বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। ২০১৬ চনৰ ভূমি সংক্ৰান্তীয় বিবাদ এটাক সামৰি যি বাতৰি প্ৰচাৰ কৰা হৈছে, সেই বিষয়টো বৰ্তমান…

EXCLUSIVE : মন্ত্ৰী পীযূষ হাজৰিকাৰ ঘৰত মুম্বাইৰ ব্যৱসায়ীৰ ৬৮ লাখ টকীয়া গাড়ী

মণীষা কলিতা , গুৱাহাটী , ১২ ছেপ্তেম্বৰ : মুম্বাইৰ এজন ব্যৱসায়ী , জাগীৰোডত নিৰ্মীয়মাণ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ঔষধ নিৰ্মাণকাৰী কোম্পেনী আৰু অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই ব্যৱহাৰ কৰা এখন  গাড়ীয়ে এতিয়া কেইবাটাও বিস্ফোৰক…

ৰাহুল নহয়, কংগ্ৰেছৰ সভাপতি হ’ব কোন ?

ৰাহুল গান্ধীয়ে সভাপতিৰ দায়িত্ব নলৈ কি কৰিব ? শচীন পাইলটক লৈ কংগ্ৰেছৰ মাজত কিয় দোমোজা? কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ৷ পলিটিক্স অৱ দ্য ডেত সবিশেষ- (স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক…

EXCLUSIVE :পশ্চিমবংগ আৰক্ষীৰ চমন পোৱা অশোক ধানুকা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী

ঝাৰখণ্ডৰ বিধায়ক কিনা বেচা সংক্ৰান্তীয় গোচৰত পশ্চিমবংগ আৰক্ষীৰ চমন লাভ কৰিছে গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকাই ৷ ধানুকাক সোমবাৰে কলকাতাত চি আই ডিৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৷ বাতৰি অনুসৰি , পশ্চিমবংগৰ পৰা অহা চি আই ডিৰ দলটো…

গুৱাহাটীৰ চৌদিশে পানী : খাবলৈ এটুপি নাই

নেৰানেপেৰা বৰষুণে স্তব্ধ কৰি পেলাইছে গুৱাহাটী মহানগৰ ৷ সোমবাৰে নিশাৰ পৰা আৰম্ভ হোৱা বৰষুণ এতিয়াও শাম কটা নাই ৷ বতৰ বিজ্ঞান বিভাগে ১৭ জুন পৰ্যন্ত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ ইপিনে , মূষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ অধিকাংশ অঞ্চল কৃত্ৰিম বানৰ…

টুইটাৰ যুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদন এতিয়া দেশৰ ৰাজনৈতিক বিতৰ্কৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে অসমত কোভিডকালীন সময়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু…

৬ মাহজোৰা অনুসন্ধান আৰু উন্মোচনঃ কেনেদৰে পোহৰলৈ আহিল কোভিডকালৰ গোপন অধ্যায়

‘দ্য ক্ৰছকাৰেনন্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে এলানি আৰ টি আই আবেদনৰ আধাৰত লাভ কৰা তথ্যৰ পৰা উন্মোচন হৈছে কোভিডকালৰ এক বৃহৎ অনিয়মৰ গোপন কাহিনী ৷ এন এইচ এমৰ পৰা এই তথ্যখিনি লাভ কৰিবৰ দ্য ক্ৰছকাৰেন্টে ৬ মাহৰো অধিক সময় ধৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত…

মুখ্যমন্ত্ৰীৰ পত্নীক কোভিডৰ ঠিকাঃ মন্ত্ৰী পীয়ূষ হাজৰিকাই কি কি কথা নক’লে ?

‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আজি সংবাদমাধ্যমৰ সন্মুখলৈ আহিল অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই বহু কথা ক’বলৈ চেষ্টা চলালে যদিও মূল কথাবোৰৰ উত্তৰ দিয়াৰ পৰা আজিও বিৰত থাকিল ৷…