সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

মানৱ অধিকাৰ আয়োগত জবাবদিহি হ’ব লাগিব অসম আৰক্ষী

‘দ্য ক্ৰছকাৰেণ্ট’ৰ চীফ ৰিপ’ৰ্টাৰ দিলোৱাৰ হুছেইন মজুমদাৰক যড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰৰ উলংঘন কৰিছে অসম আৰক্ষীয়ে। এই অভিযোগত অসম আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

সংবাদ মাধ্যমক কোনে ভয় কৰে?

ভাৰতৰ সংবাদ মাধ্যম যোৱা কেইটামান বছৰৰ ভিতৰত কি অৱস্থাত উপনীত হৈছে সেয়া প্ৰেছ ফ্ৰীডম ৰেংকিঙতেই ওলাই পৰে৷ বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত প্ৰেছ ফ্ৰীডম ৰেংকিঙত ভাৰতৰ স্থান হ’ল ১৫৯৷ ২০২২ চনত ভাৰতৰ ৰেংকিং আছিল ১৪২৷ এই পতন ধাৰাবাহিকভাৱে অব্যাহত আছে৷…

মুখ্যমন্ত্ৰীয়ে অহংকাৰ এৰকঃ দেৱালৰ লিখন পঢ়ক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহংকাৰ এৰক আৰু দেৱালৰ লিখন পঢ়ক– এইটোৱে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ প্ৰতি আজিৰ সময়ৰ পোনপটীয়া আহ্বান৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে ঘোষণা কৰি আহিছে যে অসম এতিয়া আন্দোলন বিবৰ্জিত ৰাজ্য৷চৌপাশে…

মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি

বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।

ট্ৰাম্পৰ শুল্কযুদ্ধত বিধ্বস্ত হ’ব ‘আত্মনিৰ্ভৰ ভাৰত’

‘যুদ্ধৰ সময়ত আমাৰ সামগ্ৰী যাতে শত্ৰুয়ে লৈ যাব নোৱাৰে, তাৰ বাবে আমি বেৰিকেড দিওঁ৷ শান্তিৰ সময়ত আমি সেই একেটাই কাম কৰো শুল্ক আৰোপৰ জৰিয়তে৷ যি কাম যুদ্ধৰ সময়ত শত্ৰুৰ সৈতে কৰোঁ৷' ১৯ শতিকাৰ মাৰ্কিন অৰ্থনীতিবিদ হেনৰি জৰ্জৰ এই বাক্যশাৰী আজি…

অসমে কি শিকিব গোৱাৰ পৰা?

       লাখ লাখ দেশী- বিদেশী পৰ্যটকৰ বাবে গোৱা আছিল–এ পাৰফেক্ট হলীডে ডেষ্টিনেশ্যন৷ প্ৰতিটো হলীডে, প্ৰতিটো উইকএণ্ডত পৰ্যটকৰ ভিৰত গিজগিজাই আছিল গোৱাৰ পাব আৰু বিচ্ছ৷ পৰ্যটনৰ অপ্ৰতিৰোধ্য ৰাজকুমাৰ আছিল গোৱা৷ সেই ৰাজকুমাৰী আজি যেন পৰিণত হৈছে…

দেশে তেওঁক কিদৰে মনত ৰাখিব?

ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱা ঘটনাটো একপ্ৰকাৰ দুৰ্ঘটনাই আছিল৷ সেইবাবেই তেওঁৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুয়ে লিখা গ্ৰন্থখনৰ নাম দিছিল ‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’। তাতকৈও দুৰ্ঘটনাৰে ভৰা আছিল প্ৰধানমন্ত্ৰী হিচাপে সংসদৰ প্ৰথমখন অধিৱেশন৷…

মধ্যবিত্তৰ কঁকাল ভাঙিলে মোদী চৰকাৰে

মোদী চৰকাৰৰ আমোলত আক্ষৰিক অৰ্থতেই কঁকাল ভাঙি পৰিছে মধ্যবিত্ত জনতাৰ৷ এহাতে জি এছ টিৰ বব নোৱাৰা বোজা, আনহাতে উপাৰ্জন হ্ৰাস–এই দুয়োটা পাকচক্ৰত পৰি মধ্যবিত্ত জনতা শ্বাসৰুদ্ধ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ কেইবাটাও গৱেষণা আৰু সমীক্ষাই এই আশংকাও…