সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the crosscurrent

জন কল্যাণৰ বাবে নৰেন্দ্ৰ মোডীৰ ১০৩ কোটি টকা বৰঙণি

জন কল্যাণৰ বাবে মোদীৰ বৃহৎ বৰঙণি। ১০৩ কোটি টকা বৰঙণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কণ্যা শিক্ষা আৰু গঙ্গা নদী পৰিষ্কৰণকে ধৰি বিভিন্ন জনকল্যাণমূলক কামৰ বাবে বৰঙণি দিলে প্ৰধানমন্ত্ৰীয়ে। লগতে মোদীয়ে উপহাৰ হিচাপে পোৱা সামগ্ৰীৰ নিলাম কৰি পোৱা ধনো…

কৰোনা সংক্ৰমণৰ মাজত শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বিৰোধিতা আলফাৰ

মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণৰ সময়ত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ আয়োজনৰ বাবে লোৱা আচঁ‌নিক লৈ "সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ) তথা আলফাৰ বিৰোধিতা। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আলফা স্বাধীনে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত…

বিধান সভাত গৃহীত হ’ল ৰাজ্যৰ তিনি জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ

বিধান সভা অধিবেশনত আজি মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱ গৃহীত হ'ল। তিনিওটা জনগোষ্ঠীয়ে সুদীৰ্ঘ দিন ধৰি স্বায়ত্ব শাসনৰ প্ৰস্তাৱ উত্থাপন কৰি আহিছিল। অৱশ্যে UNI নামৰ নিউজ এজেন্সিৰ এক বাতৰি অনুসৰি কোচ…

ফেচবুকে নিষিদ্ধ কৰিব নেকি শিলাদিত্যক?

বিজেপি নেতাৰ সাম্প্ৰদায়িক প্ৰৰোচনা মূলক বক্তব্যক ফেচবুকৰ কৰ্মচাৰীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ খবৰে দেশৰ ৰাজনীতিত খলকনি সৃষ্টি কৰাৰ পিছত আজি ফেচবুকে নিষিদ্ধ কৰিলে বিজেপি বিধায়ক টি ৰাজা সিঙক। উল্লেখযোগ্য যে টি ৰাজা সিঙৰ সাম্প্ৰদায়িক বিষ বাষ্প…

সাংসদত বিৰোধীৰ প্ৰশ্ন কৰাৰ অধিকাৰ কিয় কাঢ়ি ল’ব বিচাৰিছে মোডী চৰকাৰে?

কৰোনাৰ সুযোগ লৈ শাসকীয় বিজেপিয়ে দেশৰ গণতন্ত্ৰক নিঃশেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে নেকি? এই অভিযোগ আমাৰ নহয় বিৰোধীৰ। ৰাজ্য সমূহক GST ৰ প্ৰাপ্য ধন আদায় নিদি বিজেপি চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত কৰাৰ অভিযোগ উঠাৰ সময়তে সাংসদৰ…

লাডাখ সীমান্তত ‘বিকাশ বেটেলিনৰ’ এজন শ্বহীদ

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিৰোধ কৰোঁতে ভাৰতৰ বিশেষ 'বিকাশ বেটেলিয়নৰ' এজন সেনাৰ মৃত্যু হোৱা বুলি কিছু সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য এই পৰ্য্যন্ত অহা নাই। কিন্তু তিব্বতৰ…

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ: নিষিদ্ধ হ’ল PUBG

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ।আজি ভাৰত চৰকাৰে ১১৮ চীনা app নিষিদ্ধ ঘোষণা কৰে। এই নতুন App ৰ ভিতৰত আছে বহুল ভাৱে জনপ্ৰিয় PUBG। গতিকে এতিয়াৰ পৰা আপুনি আৰু PUBG খেলিব নোৱাৰিব। লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসনৰ পিছতে আজি ভাৰত চৰকাৰে এই…

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ কিয় প্ৰশ্ন উত্থাপন কৰিলে CAG য়ে?

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্তুষ্ট নহয় CAG অৰ্থাৎ Comptroller and Auditor General of India। শেহতীয়াকৈ অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্দেহ প্ৰকাশ কৰি CAG য়ে নিজৰ প্ৰতিবেদনত কৈছে অসম চৰকাৰে ঘোষণা কৰা ২০১৮-১৯ ৰ বাজেটৰ অনুমান বাস্তৱিক নাছিল…

ৰেল বিভাগৰ বিশেষ ঘোষণা: ছেপ্টেম্বৰৰ পৰা চলিব ১২০ খন বিশেষ ৰেল

ৰেল বিভাগৰ বিশেষ ঘোষণা। ছেপ্টেম্বৰৰ পৰা চলিব ১২০ খন বিশেষ ৰেল। আনলক ৪ৰ নিৰ্দেশনা অনুসৰি সকলো যান-বাহনৰ চলাচলত অনুমতি প্ৰদানৰ পিছতেই ইতিমধ্যে ৰেলৱে বিভাগে ৰাজ্য চৰকাৰ আৰু কৰ্তৃপক্ষৰ মাজত আলোচনা হয় পৰৱৰ্তী সময়ত ৰেল চলাচল সন্দৰ্ভত। আনফালে…