সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the cosscurrent

কেন্দ্ৰীয় চৰকাৰে GST ৰ প্ৰাপ্য ধন ৰাজ্য চৰকাৰ সমূহক মোকোলাই নিদিয়াক লৈ সৰৱ বিৰোধী

আজি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিত বিৰোধীৰ দ্বাৰা শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা এক আলোচনাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰাপ্য GST ৰ ধন নিদিয়াটো চৰম বঞ্চনা বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে…

‘আত্মনিৰ্ভৰ ভাৰত’ৰ নামত আদানী-আম্বানীৰ একচেতিয়া আধিপত্য হে চলিছে নেকি ভাৰতৰ অৰ্থনীতিত?

শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰায় ৬ তা বিমান বন্দৰৰ ব্যক্তিগতকৰণ কৰোতে আটাইকেইটা বিমান বন্দৰ গৌতম আদানীৰ আদানী গ্ৰুপৰ হাতলৈ যায়। বৰ্তমান মুম্বাই ইয়াৰপোৰ্টও আদানী গ্রুপৰ হাতলৈ যাব বুলি বিভিন্ন সংবাদ মাধ্যমত গুজৱ চলিছে। ইয়াৰ পিছতে এতিয়া সৰ্বত্ৰে…

আৰু ৭ গৰাকী পজিটিভ : অসমত ২০০+ ক’ৰোনা ৰোগী

অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যাই ২০০ ৰ সীমা অতিক্ৰম কৰিলে ৷ নতুনলৈ ৭ গৰাকী লোক ক'ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ শেহতীয়াকৈ ক'ৰোনা আক্ৰান্তসকলৰ ভিতৰত ৪ গৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত থকাৰ…

আকৌ ৩ জন ৷ সৰ্বমুঠ ১৮৮

অসমত আকৌ নতুনকৈ ৩ গৰাকী ক’ৰোণা ৰোগী চিনাক্ত হৈছে ৷ শেহতীয়া খবৰ অনুসৰি অসমত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৮৮ লৈ বৃদ্ধি পালে ৷ এই তিনিওগৰাকী ৰোগীৰ খবৰ আহিছে বৰপেটা ৰ পৰা ৷ বৰপেটাৰ এইকেইগৰাকী ৰোগী চিনাক্ত হৈছে বৰপেটা মেডিকেল কলেজত ৷

ঢাক ঢোল বজাই ভেণ্টিলেতৰ বুলি কি উদ্বোধন কৰিলে বিজয় ৰুুপানীয়ে ?

একাংশৰ বাবে ক'ৰোনা ভাইৰাছ এক মহামাৰী নহয়।তেওঁলোকৰ বাবে ক'ৰোনা ভাইৰাছ এক উৎসৱহে।সেইবাবেই বিগত এপ্ৰিল মাহৰ কোনোবা এটা দিনত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে চিকিৎসালয়ত ঢাক ঢোল বজাই উদ্বোধন কৰিছিল ভেন্টিলেটৰ।দাবী কৰিছিল,এই ভেন্টিলেটৰ সমূহ…

তৈলক্ষেত্ৰ,দিহিং-পাটকাইকলৈ গৰজি উঠিল এজেৱাইচিপি

শেহতীয়া ভাৱে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ বহু কেইখন তৈল ক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া আৰু অসম শক্তি বিতৰণ কৰ্পোৰেচন চমুকৈ APDCL ক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ গৰিহণা দি বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী…

অসমত আৰু এজন :ক’ভিড আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ

অসমত বাঢ়ি আছে ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷মাজনিশা আহিল আকৌ বেয়া খবৰ ৷ শোণিতপুৰৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল ক’ৰোণাৰ বীজাণু ৷মাজনিশা টুইট কৰি জনালে মন্ত্ৰী হিমন্ত বিশ্বই ৷এইগৰাকী ৰোগীৰে সৈতে ক’ৰোণাত অসমত আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ ৷…

উত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ম্যানমাৰৰ

উত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ভাৰতলৈ ৷ ২২ গৰাকীকৈ ধৃত উত্তৰপূৱৰ উগ্ৰপন্থীক বিমানেৰে আনি ভাৰতৰ হাতত তুলি দিলে ম্যানমাৰ চৰকাৰে ৷ শুক্ৰবাৰে এইসকল ৱাণ্টেড উগ্ৰপন্থীক বিশেষ বিমানেৰে ভাৰতলৈ লৈ অহা হৈছে ৷ এই ২২ গৰাকী উগ্ৰপন্থী বহুদিন ধৰি অসম…

প্ৰধানমন্ত্ৰীক কটাক্ষ প্ৰশান্ত কিশোৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিশা দেশবাসীক উদ্দেশ্যি দিয়া বক্তব্যক লৈ সপক্ষে -বিপক্ষে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২০ লাখ কৌটিৰ পেকেজক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী গৰাকীক কটাক্ষ কৰিছে খ্যাতনামা নিৰ্বাচনী…

ছাত্ৰৰ বাবে বেয়া খবৰ ৷কটনত আসন কমিল ৷

কটনত উচ্চতৰ মাধ্যমিকৰ আসন হ্ৰাস অসমৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বেয়া খবৰ। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত হ্ৰাস কৰা হল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আসন।বিজ্ঞান শাখাত ১৮০ খন আৰু কলা শাখাত ৪০ খন আসন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয়ৰ…