সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Sonia Gandhi

কিয় বিৰোধী মুখ্যমন্ত্ৰীৰে বৈঠকৰ আহ্বান জনাইছে ছোনিয়া গান্ধীয়ে ?

কংগ্ৰেছ আৰু সহযোগী দলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে শুকুৰবাৰে এক বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ৷ বিয়লি ৪ বজাত ভাৰ্ছুয়েল মাধ্যমত অনুষ্ঠিত হ’ব এই বৈঠকখন ৷ বিৰোধী শাসিত ৰাজ্যসমূহক বিভিন্ন ধৰণে বঞ্চিত কৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৷ এই…

দেশৰ গণতন্ত্ৰত একনায়কত্ববাদৰ প্ৰভাৱ বৃদ্ধি পাইছে: ছোনিয়া গান্ধী

ছত্তিশগড় বিধানসভাৰ নতুনকৈ নিৰ্মান হ'ব লগা ভৱনৰ শিলান্যাস অনুষ্ঠানত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে কয় যে দেশৰ গণতান্ত্ৰিৰ ওপৰত স্বৰতন্ত্ৰ অৰ্থাৎ একনায়কত্ববাদৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাব ধৰিছে। তেওঁ আৰু কয়…

গৌৰৱ গগৈক লোকসভাৰ বিৰোধী দলৰ উপনেতা পদত অধিষ্ঠিত কৰি গান্ধী পৰিয়ালে ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তনৰ…

অসমৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক শেহতীয়া কৈ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে লোকসভাৰ বিৰোধী দলৰ উপনেতাৰ দৰে এক সন্মানীয় দায়িত্ব দিছে। অসম তথা উত্তৰ পূৱৰ বাবে ই এক গৌৰৱৰ কথা। কিন্তু এই নিযুক্তিৰ…

কেন্দ্ৰীয় চৰকাৰে GST ৰ প্ৰাপ্য ধন ৰাজ্য চৰকাৰ সমূহক মোকোলাই নিদিয়াক লৈ সৰৱ বিৰোধী

আজি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিত বিৰোধীৰ দ্বাৰা শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা এক আলোচনাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰাপ্য GST ৰ ধন নিদিয়াটো চৰম বঞ্চনা বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে…

নেহৰু-গান্ধী পৰিয়ালেই বজাব নেকি কংগ্ৰেছৰ মৃত্যু ঘন্টা?

আজি প্ৰায় এবছৰেই হ'ল ভাৰতৰ সকলোতকৈ পুৰণি দলটো নেতৃত্বৰ অভাৱত ককবকাই আছে। যোৱা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। সেই দিন ধৰি আজিলৈকে দলটো চলি আছে অন্তৱৰ্তীকালীন সভাপতি ছোনীয়া গান্ধীৰ…

এবছৰ ধৰি হাইকামাণ্ড বিহীন কংগ্ৰেছ, গান্ধী পৰিয়ালৰ হাতৰ পৰা যাব নেকি কংগ্ৰেছৰ বাঘজৰী?

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ হেঙঅ'ভাৰৰ পৰা যেন এতিয়াও উঠিবই পৰা নাই কংগ্ৰেছ দল। লোকসভা নিৰ্বাচনৰ পিছতে পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে পদত্যাগ কৰা পিছতো যোৱা ১ বছৰ দিন ধৰি দলটোৱে নিৰ্বাচন কৰিব পৰা নাই পৰৱৰ্তী কংগ্ৰেছ অধ্যক্ষ।…

২০লাখ কোটি টকাৰ পেকেজ এক “ঠাট্টা”- ছোনিয়া গান্ধী

দেশত ক'ৰোনাৰ পৰিস্থিতিক লৈ আজি এক বৈঠকত মিলিত হয় বিৰোধী শিবিৰ, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মমতা বেনাৰ্জীকে ধৰি বিৰোধী দলৰ ৩গৰাকী মুখ্যমন্ত্ৰী, এনচিপি নেতা শাৰদ পাৱাৰ, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, ডিএমকে নেতা ষ্টেলিন, চিপিএম নেতা…