সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

slider

ভাৰত-চীন যুদ্ধ নিশ্চিত নেকি?

ইতিমধ্যে ভাৰতীয় সেনাই চীনা সৈন্যৰ লগত শান্তি আলোচনাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছিল।বিগত সপ্তাহত দুয়োপক্ষৰ মেজৰ জেনেৰেল পয্যায়ত এখন শান্তি বৈঠকৰ পৰিকল্পনাঃ গ্ৰহণ কৰা হৈছিল।কিন্তু বিফল হৈছিল এই প্ৰচেষ্টা।অৱশ্যে যুদ্ধ নিশ্চিতি সম্পৰ্কেও কোনো…

বানৰ বাতৰি: পুনৰ এজনৰ মৃত্যু

ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ।Assam State Disaster Management Authority ৰ ৩১ মে'ৰ তথ্য অনুসৰি আজিৰ দিনটোত বানত নিহত হৈছে এজন ব্যক্তি।মৃত ব্যক্তিজনৰ ঘৰ গোৱালপাৰা জিলাত।আজিৰ দিনটোত ৰাজ্যৰ মুঠ তিনিখন জিলাৰ সাতটা ৰাজহ চক্ৰ বানৰ কৱলত…

এফালৰ পৰা জ্বলিছে আমেৰিকা

জ্বলিছে , আমেৰিকা জ্বলিছে ৷ সভ্যতাক লজ্জিত কৰি তোলা এক ঘটনাৰ বাবেই আমেৰিকাৰ ৰাজপথত জ্বলিছে ক্ষোভৰ জুই ৷ বিগত চাৰিদিন ধৰি আমেৰিকাৰ  পৰিস্থিতি উত্তপ্ত ৷দেশখনৰ মিনিয়াপলিচ চহৰত এগৰাকী কৃষ্ণাংগ লোকক শ্বেতবৰ্ণ আমেৰিকান পুলিচ অফিচাৰে হত্যা কৰা…

বানৰ বাতৰিঃ ২৮ মে’

ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ।Assam State Management Authority য়ে ২৮ মে'ত অৰ্থাৎ আজি দিয়া তথ্য অনুসৰি আজিৰ দিনটোত ৰাজ্যত নখন জিলা বানত আক্ৰান্ত হৈছে।মুঠ তিনিশ খন গাঁওৰ ২১৫৭২ হেক্টৰ কৃষিভূমি আক্ৰান্ত হৈছে বানত।

এজনো ক’ৰোনা আক্ৰান্ত নাই নিউজিলেণ্ডৰ চিকিৎসালয়ত !

সম্পূৰ্ণ ক'ৰোনা মুক্ত হ'ল এখন দেশ।দেশখনৰ চিকিৎসালয়ত এতিয়া নাই এজনো ক'ৰোনা ৰোগী।মাত্ৰ একৈশ জন ৰোগীৰ মৃত্যুৰ পিছতেই দেশখনে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিলে ক'ৰোনা।দেশখনৰ নাম নিউজিলেণ্ড। যোৱা বুধবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰিছে নিউজিলেণ্ড…

ভাৰত -চীনৰ বিবাদৰ মাজত আমেৰিকাই কি কৰিব বিচাৰিছে?

চীনৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে ৷ ইয়াৰ অংশ হিচাপে লাডাখ সীমান্তলৈ অতিৰিক্ত সেনা প্ৰেৰণ কৰা হৈছে ৷ চীনেও ইতিমধ্যে সীমান্তত ৫ হাজাৰ সেনা নিয়োগ কৰিছে ৷ দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোণাল্ড…

অসম চৰকাৰৰ কৰ্মচাৰীয়ে মে’ মাহৰ সম্পূৰ্ণ দৰমহা পাবনে?

ক'ৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে বলবৎ হৈ থকা লকডাউনৰ বাবে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখন একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে ৷ ৰাজহ সংগ্ৰহ দ্ৰুতগতিত হ্ৰাস পাইছে ৷ এনে পৰিস্থিতিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ কৰ্তনকলৈও চিন্তা চৰ্চা চলিছে ৷ কিন্তু…

পুলৱামাত কিদৰে ব্যৰ্থ হ’ল হিজবুলৰ ষড়যন্ত্ৰ?

জন্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ এক বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’ল ৷ আজি নিৰাপত্তাবাহিনীৰ এক অভিযানত এখন গাড়ীত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ আই ই ডি৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ,ভুৱা পঞ্জীয়ন নম্বৰৰ এখন গাড়ীত বিস্ফোৰক সামগ্ৰী পৰিবহন কৰাৰ কথা…

অনলাইন শিক্ষাব্যৱস্থা বনাম প্ৰগতিশীলতা

প্ৰতিবাদ হব লাগে বেচৰকাৰী কৰন, শিক্ষা সংকোচন , শিক্ষাৰ bureaucratisation শেষ কৰাৰ বাবে ৷ এইবোৰ নকৰি কিছুমানক ফুচুলাই propoganda চলাইছে ৷ সিহতে বুজা উচিত online class শেষ কৰিলেই স্কুল বেছি নহয়, বেছি শি্ক্ষক নিযুক্ত নহয়, হোষ্টেলো নাবাঢ়ে ৷…

প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা : চৰকাৰৰ ভূমিকাত অসন্তুষ্ট হৈ উচ্চতম ন্যায়ালয়ে কি ক’লে ?

দেশজুৰি দুৰ্দশাৰ সন্মুখীন হোৱা প্ৰবাসী মজদুৰসকলৰ বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰিছে ৷ লগতে প্ৰবাসী শ্ৰমিকসকলক সহায়ৰ বাবে পদক্ষেপ ল’বলৈও নিৰ্দেশ দিছে ৷ন্যায়ালয়ে চৰকাৰৰ ভূমিকাত অসন্তুষ্টি…