সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

slider

কংগ্ৰেছৰ পৰাজয় অৱধাৰিত

অৰূপ কলিতা কংগ্ৰেছ কেৱল অসমতে বিধ্বস্ত হোৱা নাই ৷ শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন ৰাজ্যতে কংগ্ৰেছে শোচনীয় প্ৰদৰ্শন কৰিছে ৷ অসমত ৯৩ খন আসনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছে মাত্ৰ ২৯ খন আসনত ৷ পশ্চিমবংগত প্ৰতিদ্বন্দিতা কৰিছিল

যুঁজত অগ্ৰগতি অখিল গগৈৰ-

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে।ইতিমধ্যে কংগ্ৰেছ মহাজোঁটক চেৰ পেলাই অধিক আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি মিত্ৰজোঁটে।ইয়াৰ মাজতে ভোট যুদ্ধত বিশেষ অগ্ৰগতি লাভ কৰিছে কাৰাবন্দী প্ৰাৰ্থী অখিল গগৈয়ে।শিৱসাগৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব

কোন দলৰ কি অগ্ৰগতি?

পুৱাৰে পৰা অব্যাহত আছে ভোট গণনা।বৰ্তমানলৈকে বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ৩০ খন আসনত।ইয়াৰে ২১ খন আসনত অগ্ৰগতি বিজেপিৰ।অগপৰ অগ্ৰগতি ৫ খন আসনত আৰু UPPL ৰ অগ্ৰগতি ২ খন আসনত।অন্যহাতে কংগ্ৰেছ মহাজোঁটে অগ্ৰগতি লাভ কৰিছে ১৪ খন আসনত।৭ খন

অসমত ২০২২ চনৰ পৰা নাথাকিব মাদ্ৰাছা।

অসমত ২০২২ চনৰ পৰা নাথাকিব মাদ্ৰাছা।২০২১ চনত শেষবাৰলৈ অনুষ্ঠিত হ'ব মাদ্ৰাছা পৰীক্ষা। মাধ্যমিক শিক্ষাৰ অধীনলৈ আহিব মাদ্ৰাছাৰ শিক্ষানুষ্ঠান। ৰাজ্যিক মাদ্ৰাছা বর্ডকো ভংগ কৰা হ'ব। বন্ধ হ'ব ১৮৯ খন হাইমাদ্ৰাছা বিদ্যালয়। আৰু ৫৪২ খন মাদ্ৰাছা

ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ দিহিং পাটকাই অভ্যাৰণ্যৰ।

ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিলে দিহিং পাটকাই অভ্যাৰণ্যই। ৰাজ্যপালৰ অনুমোদনৰ পাছতেই লাভ কৰিলে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। বিগত মে মাহত অবৈধ কয়লা খননৰ বাবে দিহিং পাটকাই বিশেষ চৰ্চালৈ আহিছিল। তাৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

কৃষক বিদ্রোহক সমৰ্থন জনাই এজন DIGৰ পদত্যাগ।

কৃষক বিদ্রোহে ১৯ দিনত ভৰি দিলে। আৰু এই কৃষক বিদ্রোহক সমৰ্থন জনাই এজন DIG য়ে পদত্যাগ কৰিছে নিজৰ DIG পদৰ পৰা। পাঞ্জাৱৰ কাৰাগাৰৰ DIG লক্ষ্মীন্দৰ সিং জাখৰেই নিজৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে চৰকাৰলৈ ইস্তফা পত্ৰ প্ৰেৰণ কৰিছে

‘২১ ত হ’ব জাতীয়তাবাদৰ চৰকাৰ’ – লুৰিণজ্যোতি গগৈ

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সাংবাদমেল। হোটেল প্ৰাগ কণ্টিনেন্টেলত সাংবাদমেল সম্বোধন লুৰিণজ্যোতি গগৈৰ। এই সাংবাদমেলতেই তেওঁ ঘোষণা কৰে যে - AJP ত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে। অহা ১৬ আৰু ১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদত যোগদান

দিল্লীত কৃষকৰ অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ ‘আপ’ৰ।

ক্ৰমে তীব্ৰতৰ হৈ পৰিছে কৃষক আইন বিৰোধী আন্দোলন। আজি দিল্লীৰ সিংঘু সীমান্তত বিদ্ৰোহী কৃষকৰ সংগঠনে পুৱা ৮ বজাৰ পৰা অন্নশনত অংশগ্ৰহণ কৰিছে। জানিব পৰা মতে এই অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আজি প্ৰত্যক্ষভাবে

ৰিজৰ্ট পলিটিক্সৰ আৰম্ভণি অসমত!

ৰিজৰ্ট পলিটিক্স।নিৰ্বাচিত প্ৰতিনিধিক নজৰ বন্দীত ৰখাৰ এক উপায়।নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কোনো এটা দলৰ বিজয়ী প্ৰাৰ্থীক অন্য দলে ক্ৰয় কৰি নিয়াৰ সম্ভৱনা থাকে।কেতিয়াবা মিত্ৰদলৰ বিজয়ী প্ৰাৰ্থীও আন দলৰ ওচৰত বিক্ৰী হৈ যাব পাৰে।তেনে সম্ভাৱনাৰ পৰা

বিটিচিত গঠন হব BJP,UPPL আৰু GSP ৰ চৰকাৰ।

বিটিচিত গঠন হব BJP,UPPL আৰু GSP ৰ চৰকাৰ। আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে তিনি দলৰ নেতৃত্বই।প্ৰমোদ বড়োক ঘোষণা কৰা হল বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে।তিনি দলৰ ২১ জন নিৰ্বাচিত প্ৰতিনিধিৰে গঠন হব বিটিচিৰ নতুন পৰিষদ।আনফালে পুৱাতেই সংবাদমেল ঘোষণা