বিটিচিত গঠন হব BJP,UPPL আৰু GSP ৰ চৰকাৰ।

Share This Article

বিটিচিত গঠন হব BJP,UPPL আৰু GSP ৰ চৰকাৰ।

আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে তিনি দলৰ নেতৃত্বই।
প্ৰমোদ বড়োক ঘোষণা কৰা হল বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে।
তিনি দলৰ ২১ জন নিৰ্বাচিত প্ৰতিনিধিৰে গঠন হব বিটিচিৰ নতুন পৰিষদ।
আনফালে পুৱাতেই সংবাদমেল ঘোষণা কৰি BJP-BPF ৰ মিত্ৰতা অক্ষুন্ন থকাৰ ঘোষণা আগবঢ়াইছিল হাগ্ৰামা মহিলাৰীয়ে।
প্ৰাপ্ত খবৰ অনুসৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ দিছ্পুৰ অভিমুখে ৰাওনা হৈছে হাগ্ৰামা বাহিনী।
উল্লেখযোগ্য যে কালি ঘোষিত বিটিচি নিৰ্বাচনৰ ফলাফলত একক সংখ্যাগৰিষ্ঠ দলত পৰিণত হৈছিল BPF।
বিহাৰ নিৰ্বাচনৰ তেজস্বী যাদবৰ দৰেই এতিয়া সংখ্যাগৰিষ্ঠ দল হৈও শাসন গাদীৰ পৰা হাগ্ৰামা মহিলাৰী দূৰত থাকিব লগা হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.