সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

russia

“পুটিনৰ কাম-কাজ হিটলাৰৰ দৰে”…..

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ নিৰ্দেশনা দিয়াৰ পাছতেই এই নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ দাবীৰে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাজপথলৈ ওলাই আহিছে ৰাছিয়াৰ সহস্ৰজন বাসিন্দা৷ ৰাছিয়াৰ ৰাজধানী মস্কোত প্ৰতিবাদ কৰে শ শ জনতাই। পোষ্টাৰত…

বিপদৰ সময়ত আমেৰিকাই সংগ এৰিলে ইউক্ৰেইনৰ

ইউক্ৰেইনত ৰাছিয়াই ১৬০ টাতকৈও অধিক মিছাইলেৰে এতিয়ালৈকে আক্ৰমণ চলালে ৷ দুৰ্বল ইউক্ৰেইনৰ একমাত্ৰ আশা – ভৰষা আছিল আমেৰিকা আৰু নৰ্থ আটলান্টিক এছোছিয়েশ্যন অৰ্থাৎ নাটো ৷ কিন্তু বিপদৰ সময়ত সকলোৱে অকলশৰীয়া কৰিলে ইউক্ৰেইনক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’…

এইবাৰ চীনেও ৰচিছে আক্ৰমণৰ পৰিকল্পনা

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই চীনে গ্ৰহণ কৰিছে এক নতুন পৰিকল্পনা ৷ বৃহস্পতিবাৰে টাইৱানৰ আকশত দেখা যায় চীনৰ ৯ খনকৈ যুঁজাৰু বিমান ৷ এইদৰে এটা মাহত চীনে ১২ বাৰ টাইৱানত প্ৰৱেশৰ চেষ্টা চলাইছে ৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পূৰ্বে চীন…

ইউক্ৰেইনত ইটোৰ পাছত সিটো মিছাইলেৰে আক্ৰমণ : দ্বিতীয় বিশ্বযুদ্ধৰ দৰে পৰিৱেশ

ইটোৰ পাছত সিটো মিছাইল আক্ৰমণত ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই কয় যে ৰাজধানী কীৱত ৰাছিয়াই ভয়ানক ৰকেট আক্ৰমণ সংঘটিত কৰিছে ৷ ১৯৪১ চনত শেষৰবাৰৰ বাবে এই চহৰ এনে ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন…

ইউক্ৰেইন যুদ্ধ : ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতৰ ওপৰত আমেৰিকাৰ চাপ বৃদ্ধি পাবলৈ ধৰিছে ৷ এতিয়ালৈকে ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহন কৰা নাই ৷ এক নিৰপেক্ষ অৱস্থানৰ পৰা ভাৰতে কেৱল শান্তিৰ আহ্বানহে কৰি আহিছে ৷ কিন্তু আজিৰ…

ইউক্ৰেইন যুদ্ধ : কোন দেশ কাৰ লগত ?

ৰাছিয়াই ইউক্ৰেইনত ক্ৰমাগত দ্বিতীয়টো দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ যুদ্ধৰ বিভীষিকা সমগ্ৰ বিশ্বতে অনুভূত হৈছে ৷ এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছে ৷ একাংশ দেশে ৰাছিয়াৰ পক্ষ গ্ৰহণ কৰাৰ বিপৰীতে আন একাংশই ইউক্ৰেইনৰ কাষত…

যুদ্ধ আৰম্ভ : ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ মোদীলৈ কি আহ্বান?

বৃহস্পতিবাৰে পুৱাৰে পৰা ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই ৷ এনে পৰিস্থিতিত ইউক্ৰেইনে বিচাৰিছে ভাৰতৰ সহায় ৷ ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ডা: আইগৰ পোলিখাই সংবাদমাধ্যমৰ আগত কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সন্মানীয়…

যুদ্ধ আৰম্ভ : তেলৰ বজাৰত জ্বলিছে জুই

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত মিছাইল আক্ৰমণ আৰম্ভ কৰাৰ পাছতে তেলৰ বজাৰতো জুই জ্বলিছে ৷ প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১০০ ডলাৰতকৈও অধিক হৈ পৰিছে ৷ ৰাছিয়া আৰু চৌদী আৰৱেই হ’ল খাৰুৱা তেল সৰ্বাধিক পৰিমানে মজুত থকা দুখন দেশ ৷ ৰাছিয়াৰ পৰাই সমগ্ৰ বিশ্বলৈ…

ৰাছিয়াৰ আক্ৰমণ : ইউক্ৰেইনৰ পাঁচটা আহ্বান

ৰাছিয়াৰ মিছাইল আক্ৰমণত ইউক্ৰেইনৰ কেবাটাও প্ৰান্ত ধ্বংসস্তুপত পৰিণত হৈছে ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই বিশ্ব সমুদায়লৈ পাঁচটা বিশেষ আহ্বান জনাইছে ৷ তেওঁ কয় যে ইউক্ৰেইনে নিজৰ সুৰক্ষা নিশ্চিত কৰিব আৰু যুদ্ধত বিজয়…

যুদ্ধ : ৰাছিয়াক মুকলি সকীয়ণি আমেৰিকাৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে আমেৰিকা আৰু নাটো ৷ পুটিনৰ নাম নোলোৱাকৈ আমেৰিকাই ইয়াৰ মূল্য ভৰিব লাগিব বুলি সকীয়াই দিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ৰাছিয়াৰ এই পদক্ষেপক নিন্দা…