সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#pm_modi

প্ৰধানমন্ত্ৰীক নিৰাপত্তাৰ সংকটত পেলোৱা অপৰাধৰ শাস্তি হব মাত্ৰ ২০০ টকাৰ জৰিমনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তা ক্ৰটি ঘটনাই এতিয়া দেশজুৰি লগাইছে চাঞ্চল্য। পঞ্জাৱ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত  ১৮ ঘণ্টা পাছতহে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰিছে।  বিজেপি নেতাসকলৰ…

মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ হব। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত এই শুনানি গ্ৰহণ কৰিব।…

প্ৰধানমন্ত্ৰীৰ বাবে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰম্ভ হৈছে যজ্ঞ

পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ ঘটনাই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অসমৰ লগতে নগাঁও জিলাটো ইয়াৰ প্ৰভাৱ পৰিছে ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ জীৱনৰ প্ৰতি পঞ্জাৱৰ ঘটনাই ভাবুকি অনা বুলি ভাবি আজি নগাঁৱৰ মহামৃত্যুঞ্জয়…

আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

⚫ নিউয়ৰ্কত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ⚫ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আজি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। ⚫ আজি বিয়লি ৬:৩০ বজাত ভাষণ প্ৰদান কৰিব মোদীয়ে। ⚫ভাষণত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী পদৰ প্ৰসংগত স্থান পোৱাৰ…

অলিম্পিয়ানে দিয়া উপহাৰ নিলাম কৰিছে প্ৰধানমন্ত্ৰীয়ে

ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ে চলিত ছেপ্টেম্বৰ মাহৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকা সমূহৰ ই-নিলামৰ ব্যৱস্থা কৰিছে। টকিঅ' অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈ সকলৰ হাত মোজা, ৰেকেটকে ধৰি অন্যান্য সামগ্ৰী সমূহো সামৰি লোৱা…

২০২১ চনৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ভাৰতীয় সকল কোন জানেনে ?

বিগত বুধবাৰে টাইম মেগাজিনে নিজাববীয়াকৈ সমীক্ষা চলাই বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০ গৰাকী ব্যক্তিৰ এখন বিশেষ তালিকা প্ৰকাশ কৰিছে। টাইম মেগাজিনে প্ৰকাশ কৰা এই বিশেষ তালিকাখনত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, চীনৰ…

২৭ ছেপ্টেম্বৰত দেশৰ কৃষকৰ ‘ভাৰত বন্ধ’ ঘোষণা !

মোদী চৰকাৰক তীব্ৰ বিৰোধিতা কৰি কৃষক সংগঠনে আহ্বান কৰিছে 'ভাৰত বন্ধ'। মোদী চৰকাৰক আম্বানী, আদানীৰ চৰকাৰ আখ্যা দি কৃষক সংগঠনৰ তীব্ৰ প্ৰতিবাদেৰে ভাৰত বন্ধৰ ঘোষণা কৰিছে। সমগ্ৰ ভাৰত অচল কৰাৰ হুংকাৰ কৃষসকলৰ। ৪০ টাকৈ কৃষক সংগঠনে প্ৰধানমন্ত্ৰী…

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদী- শ্বাহৰ গৃহ ৰাজ্যলৈ টীম প্ৰশান্ত কিশোৰ !

আগন্তুক গুজৰাটত নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। নেতাহীন আৰু নিৰন্তৰ পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছ দলে পুনৰ নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰক…