সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#pm_modi

৪১০ টকীয়া গেছ ছিলিণ্ডাৰ কিয় ১০০০ টকীয়া হ’ল?

মোডী শাসনলৈ অহাৰ পূৰ্বে এটা ঘৰুৱা ছিলিণ্ডাৰৰ মূল্য আছিল ৪১০ টকা। এতিয়া কিয় হ'লগৈ ১০০০ টকা? ৫০ টকা দাম বৃদ্ধি হওঁতে স্মৃতি ইৰাণীয়ে লিখিছিল "কেনে লজ্জাজনক কথা এয়া?" দ্য ক্ৰছ কাৰেন্ট টেক---- …

নিৰ্বাচনী সভাত কেজৰিৱালৰ ৩৮ টা বক্তৃতা ৷ কিন্তু এবাৰলৈও নাম নল’লে মোদীৰ ৷ কিয় ?

নিৰ্বাচনী সভাত কেজৰিৱালৰ ৩৮ টা বক্তৃতা ৷ কিন্তু এবাৰলৈও নাম নল’লে মোদীৰ ৷ কিয় ? পলিটিক্স অৱ দ্য ডেত চাওক বিস্তৃত আলোচনা - স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি –…

যুদ্ধ আৰম্ভ : ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ মোদীলৈ কি আহ্বান?

বৃহস্পতিবাৰে পুৱাৰে পৰা ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই ৷ এনে পৰিস্থিতিত ইউক্ৰেইনে বিচাৰিছে ভাৰতৰ সহায় ৷ ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ডা: আইগৰ পোলিখাই সংবাদমাধ্যমৰ আগত কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ সন্মানীয়…

ভাৰতবাসীক প্ৰধানমন্ত্ৰী মোদীৰ অ’মিক্ৰনক লৈ আতংকিত নহ’বলৈ আহ্বান

দেশত অ'মিক্ৰনৰ বৰ্ধিত ঘটনাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে, ভাৰতত ১৮ লাখ আইচ'লেচন বিচনা, ৫ লাখ অক্সিজেন বিচনা, ১.৪০ লাখ ICU বিচনা আৰু শিশুসকলৰ বাবে ৯০,০০০ বিশেষ বিচনা আছে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীক অ'মিক্ৰনক…

মোদীৰ পঞ্জাৱ ভ্ৰমণ ঘটনা সন্দর্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

১৩ জানুৱাৰী বৃহস্পতিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনৰ ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ কোভিড পৰিস্থিতিসন্দৰ্ভত ৰাজ্যৰ…

দেশৰ কোভিড পৰিস্থিতিক লৈ বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী

আজি বিয়লী ৪.৩০ বজাত এক গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ ল’ব প্রধানমন্ত্ৰীয়ে। ভিডিঅ’ কনফাৰেন্সযোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব মোদী। দেশৰ কোভিড পৰিস্থিতিক লৈ এই বৈঠকত কৰা হ’ব…

সত্যপাল মালিকলৈ প্ৰধানমন্ত্ৰী মোদীৰ ভয় কিয় ?

মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যিমান আক্ৰমণ কৰিছে , আন কোনো বিৰোধী নেতাইও কৰা নাই ৷ কৃষক আন্দোলনক লৈ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিক লৈ সদায় সোচ্চাৰ হৈ আহিছে সত্যপাল মালিক ৷ বিষয়টো লৈ তেও আনকি নিজে…

মোদীৰ যাত্ৰাভংগ : উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে কৰিব তদন্ত

নিৰাপত্তাজনিত কাৰণত প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিনৰ পূৰ্বে আধাতে সামৰিবলগীয়া হৈছিল পঞ্জাৱ ভ্ৰমণ। এই ঘটনাৰ পিছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শাসক-বিৰোধীৰ মাজতো তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছিল। বিষয়টো গৈ পাইছিল উচ্চতম…

কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপত আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো

কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপত আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো। কাৰণ, শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰী মোডীৰ ফটো কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপৰ পৰা আঁতৰ কৰিবলৈ এক নিৰ্দেশনা দিছিল। ৫ ৰাজ্যত আগন্তক…