সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

narendra modi

অহা বছৰ মাৰ্চ মাহৰ ভিতৰত ৪ টা চৰকাৰী বেংক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ পৰিকল্পনা মোডী চৰকাৰৰ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকৰে ৪ তা চৰকাৰী বেংকক ব্যক্তিগতকৰণৰ কাম কাজ খৰতকীয়া কৰিছে। jansatta নামৰ নিউজ পৰ্টেলটোৱে প্ৰকাশ কৰা এক বাতৰি অনুসৰি দেশৰ আগশাৰীৰ ৪ তা চৰকাৰী বেংকত চৰকাৰে নিজৰ অংশীদাৰত্ব বিক্ৰীৰ যো জা চলাইছে। বাতৰিটোত উল্লেখ কৰা…

PM CARES পুঁজিক লৈ মোডী চৰকাৰৰ কিয় ইমান লুকা-ভাকু?

PM CARES পুঁজিৰ বিতৰ্কই লগ নেৰা হৈছে কেন্দ্ৰৰ মোডী চৰকাৰক।শাসকীয় দলটো যিমানেই এই বিতৰ্কৰ পৰা আতঁৰিবলৈ চেষ্টা কৰিছে, সিমানেই নতুন নতুন তথ্যই প্ৰধানমন্ত্ৰীৰ এই বিশেষ পুঁজিক সন্দেহৰ অৱৰ্তত হে সুমুৱাই নিছে। উল্লেখযোগ্য যে চৰকাৰে RTI আৰু CAG ৰ…

Part 2 : ফেচবুক আৰু বিজেপিৰ মাজত সম্পৰ্ক কেনেকুৱা আৰু কিমান পুৰণি ?

যোৱা কালিৰ বিশ্ব বিখ্যাত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ ৰিপোৰ্টত ফেচবুক আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজৰ বুজা বুজিৰ তথ্য প্ৰকাশ হোৱাৰ পাছতে এতিয়া পোহৰলৈ আহিছে আৰু এনে বহুতো তথ্য যি ছ'ছিয়েল মিডিয়া প্লেটফৰ্মটো আৰু শাসকীয় দলটোৰ মাজৰ এক দীঘলীয়া সু-সম্পর্কৰ…

শাসক পক্ষই চীনৰ নাম ল’বলৈ কিয় ভয় কৰে?: কংগ্ৰেছ

আজি লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীয়ে দেশবাসীক দিয়া ভাষণত চীনৰ নাম নোলোৱাক লৈ পুনৰ আক্ৰমণ কংগ্ৰেছৰ। হিন্দুস্তান টাইম্ছ নামৰ বাতৰি কাকত এখনে প্ৰকাশ কৰা এক বাতৰি অনিসৰি কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰনদীপ সূর্যেৱালাই দলৰ মুখ্য কাৰ্য্যালয়ত পতাকা উত্তোলন…

“আত্মনিৰ্ভৰ ভাৰত”, “মেক ইন ইণ্ডিয়া” ৰ লগতে “মেক ফৰ ৱৰ্ল্ড”য়ে…

৭৪ সংখ্যক স্বাধীনতা দিৱস উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক প্ৰদান কৰা ভাষণত এইবাৰ গুৰুত্ব লাভ কৰে "আত্মনিৰ্ভৰ ভাৰত", "মেক ইন ইণ্ডিয়া" ৰ লগতে "মেক ফৰ ৱৰ্ল্ড"য়ে। লালকিল্লাৰ পৰা দিয়া এই ভাষণত মোডী ডাঙৰীয়াই নেচনেল ডিজিটেল হেলথ…

আজি কৰ ব্যৱস্থাৰ সংস্কাৰ সন্দৰ্ভত নৰেন্দ্ৰ মোডীয়ে কি ক’লে?

কৰ ব্যবস্থাৰ সংস্কাৰৰ বাবে প্ৰধান মন্ত্ৰীয়ে আজি লঞ্চ কৰে এখন নতুন প্লেটফৰ্মৰ। ‘ট্ৰান্সপাৰেণ্ট টেক্সেশ্যন- অনাৰিং দ্যা অনেষ্ট (Transparent Taxation– Honoring the Honest)’ নামৰ এই প্লেটফৰ্ম খনৰ অৰ্থ হ’ল স্বচ্ছ কৰ ব্যৱস্থা, সততাক সন্মান।…

মোডী মন্ত্ৰী সভাৰ সাল সলনিত হিমন্ত বিশ্ব শৰ্মাই স্থান নাপায়, দুজন জ্যেষ্ঠ মন্ত্ৰীৰ যাব পাৰে…

নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী সভাৰ সালসলনিৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে বহুতো জলপনা কল্পনা। কিছুদিন পূৰ্বে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো নৰেন্দ্ৰ মোদীৰ এই নতুন মন্ত্ৰী সভাত স্থান পাব বুলি চর্চা লাভ কৰিছিল। কিন্তু বিজেপি…

“মোডী হ্যে ত্যৌ মুমকিন হ্যে”-কিয় ক’লে ৰাহুল গান্ধীয়ে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনৈতিক অৱস্থাৰ বাবে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক। আজি ৰাহুল গান্ধী ডাঙৰীয়াই infosys ৰ সংস্থাপক এন আৰ নাৰায়ণমূৰ্তিৰ এটা মন্তব্যৰ উদ্ধৃতি দি নৰেন্দ্ৰ মোডীক ২০১৯ চনৰ বিজেপিৰ…

কংগ্ৰেছৰ আমোলত কৰোনা ভাইৰাছৰ দৰে মহামাৰী হোৱা হ’লে কি হ’ল হয়? ক’লে নৰেন্দ্ৰ মোদীয়ে

আজি ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰৰ উদ্ধোধনী অনুষ্ঠানত মন্তব্য দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্চৰ্য প্ৰকাশ কৰি কয় যে কৰোনা ভাইৰাছৰ দৰে মহামাৰী ২০১৪ ৰ আগত হোৱা হ'লে দেশে কেনেদৰে যুঁজিলে হেতেন! কেনেদৰে পালন কৰিলে হেতেন লকডাউন যিহেতু তেতিয়া…

“মোদী জিন্দাবাদ”, “জয় শ্ৰী ৰাম” নোকোৱাৰ বাবে গুৰুলা গুৰুল কৈ পিটিলে…

'মোদী জিন্দাবাদ' আৰু 'জয় শ্রীৰাম' নোকোৱাৰ বাবে গফৰ আহমেদ কাচাৱা নামৰ অট' চালকক গুৰুলা গুৰুল কৈ পিটিলে দুজন ব্যক্তিয়ে। ৰাজস্থানৰ ছিকাৰ জিলাত সংঘটিত হোৱা এই ঘটনাত অট' চালক জনৰ দাঁত ভাঙি যোৱাৰ লগতে চকু আৰু মুখত আঘাত প্ৰাপ্ত হয়। Indian…