টেগ #narendra_modi

৭০ হাজাৰ লোকৰ সমাগম নোহোৱাৰ বাবেহে উভতিল মোদী

বুধবাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈছিল পঞ্জাৱলৈ। কিন্তু কৃষক বিদ্ৰোহী নেতাই আগুচি ধৰাৰ বাবেই ১৫-২০ মিনিট সময় ফ্লাই অভাৰতে আৱদ্ধ হৈ থাকি পুনৰ দিল্লীলৈ উভতি আহিবলগীয়া হয় মোদী। যাৰবাবে বিজেপি নেতাই পঞ্জাৱ চৰকাৰৰ নিৰাপত্তাক…

পঞ্জাৱত কৃষকে ভেটিলে প্ৰধানমন্ত্ৰীৰ কনভয় : সমাবেশ বাতিল

কৃষক বিদ্ৰোহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাতিল কৰিবলগীয়া হয় পঞ্জাৱৰ জনসভা ৷ প্ৰায় দুবছৰৰ পাছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় পঞ্জাৱত । বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ পাছত এইটো আছিল প্ৰথমটো পঞ্জাৱ ভ্ৰমণ। কিন্তু পঞ্জাৱত ভৰি দিয়াৰ পাছতে…

হিন্দুত্বৰ ৰাজনীতিৰ নতুন আইটেম কণী

অসম বিধানসভাত গো সুৰক্ষা আইনৰ সংশোধনী বিধেয়ক উত্থাপন হ’ল ৷ মাত্ৰ কেইটামান মাহৰ পূৰ্বে গৃহীত হোৱা বিধেয়কখন সংশোধনী কৰিবলগীয়া হোৱাটো ৰাজ্য চৰকাৰখনৰ অ পৰিনামদৰ্শিতাৰ চূড়ান্ত নিদৰ্শন ৷ বাখ্যা কৰাৰ নিশ্চয় প্ৰয়োজন নাই যে গো মাংস নিষিদ্ধ কৰি হিন্দুত্ববাদৰ ৰাজনীতিক নতুন…

নিবাচর্ন সমাগত,আকৌ উত্তৰ প্ৰদেশলৈ নৰেন্দ্ৰ মোদী

সমাগত ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷তৎপৰ প্ৰতিটো ৰাজনৈতিক দল৷উত্তৰ প্ৰদেশত ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা পৰিলক্ষিত হৈছে৷তাৰ মাজতে পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশলৈ সঘন আহ যাহ৷ বিগত সপ্তাহত কাশী বিশ্বনাথ প্ৰকল্প উদ্বোধনৰ পিছত বৃহস্পতিবাৰে পুনৰ উত্তৰ প্ৰদেশ ভ্ৰমণলৈ নৰেন্দ্ৰ…

উত্তৰ প্ৰদেশৰ বুলি বিজেপি মন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বেইজিঙৰ বিমাবন্দৰৰ ফটো

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নয়দাৰ জেৱৰত এটা বিশাল বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰে ৷কিন্তু একেসময়তে ভাৰতীয় জনতা পাৰ্টীৰ কিছুসংখ্যক নেতাই এটা বিমানবন্দৰৰ ফটো শ্বেয়াৰ কৰি সেয়া জেৱৰ বিমান বন্দৰ বুলি অভিহিত কৰে ৷ কিন্তু ততালিকে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ পৰা প্ৰত্যুত্তৰ আহে…

প্ৰধানমন্ত্ৰী জনধন যোজনাই লুটিলে দৰিদ্ৰক

প্ৰধানমন্ত্ৰীৰ এখন বিশেষ যোজনা৷যি যোজনাৰ জড়িয়তে তিনিবছৰত ১২ কোটি দৰিদ্ৰ জনতাৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াই সংগ্ৰহ কৰিলে ১৬৪ কোটি টকা৷ যোজনাৰ নাম প্ৰধানমন্ত্ৰী জনধন যোজনা৷২০১৪ চনৰ ২৮ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা যোজনাৰ লক্ষ্য আছিল দেশৰ দৰিদ্ৰ জনতাক…

সংসদত আইন কিদৰে বাতিল কৰা হয়?

অৱশেষত বাতিল হল তিনি বিতৰ্কিত কৃষি আইন। দেশৰ কৃষক সমাজৰ ১৮ মাহজোৰা প্ৰতিবাদ আৰু প্ৰায় ৭০০ সাধাৰণ লোকৰ জীৱনৰ বিনিময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১৯ নৱেম্বৰত দেশবাসীক সম্বোধন কৰি দিয়া এটা ভাষণত তিনিও খন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ কথা…

কি আছিল তিনি কৃষি আইনত ?

অৱশেষত তিনি বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ বিগত প্ৰায় এটা বছৰ ধৰি কৃষক সকলে এই আইন বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে ৷ কি আছিল এই তিনিখন কৃষি আইনত ?   বিগত বছৰৰ ছেপ্তেম্বৰ…

কি আছে নতুন শিক্ষানীতিত?

স্বাধীনতাৰ পিছত দেশৰ শৈক্ষিক দিশটোক এটা নতুন গতি প্ৰদান কৰাৰ উদ্দেশ্যে ১৯৬৮ চনত তদানীন্তন প্ৰধামন্ত্ৰী ইন্দিৰা গান্ধীৰ তত্বাৱধানত ভাৰত চৰকাৰে প্ৰথম খন ৰাষ্ট্ৰীয় শিক্ষা নীতিত অনুমোদন জনাইছিল।ইয়াৰ পিছতে ১৯৮৬ চনত প্ৰধামন্ত্ৰী ৰাজীৱ গান্ধীৰ অনুমোদন ক্ৰমে দেশত দ্বিতীয়খন শিক্ষা নীতি বলৱৎ…

প্ৰধানমন্ত্ৰী মোদীৰ এখন সভাত ব্যয় কৰা হ’ব ২৩ কৌটি : ক’ত , কেতিয়া ?

মূল্যবৃদ্ধি , আৰ্থিক মন্দা একোৱেই যেন চুব নোৱাৰে আামাৰ ৰাজনেতাসকলক ৷ অসমৰ উপ নিৰ্বাচনত বিজয়ী হোৱা ৫ বিধায়কৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰীতি ভোজনত ব্যয় হ’ল ১২ লাখ টকা ৷ এই বাতৰি প্ৰকাশ হোৱাৰ দুদিন পাছতে মধ্যপ্ৰদেশৰ পৰা আহিছে তাতোকৈও ডাঙৰ খবৰ…