টেগ narendra modi

৫ বছৰ পাৰ হল যদিয়ো বুলেট ট্ৰেইন নাহিল, ২০২৮ লৈ কৰিব লাগিব অপেক্ষা

pic: Indian Express

বুলেট ট্ৰেইনৰ প্ৰতিশ্ৰুতিৰে লোকসভা নিৰ্বাচনৰ সময়ত ভাষণ শুৱনি কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি ৫ বছৰ অতিক্ৰম কৰাৰ পিছতো বাস্তৱত ৰূপায়ন হবলৈ বহু যোজন বাকী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনৰ আজি প্ৰকাশ পোৱা অনুসৰি বৰ্ধিত খৰছ আৰু জাপানী কোম্পানীৰ…

মোডী চৰকাৰে চৰকাৰী চাকৰি বিলুপ্তি কৰিব বিচাৰিছে নেকি?

নিয়মীয়া চৰকাৰী চাকৰি বিলুপ্তিকৰণৰ প্ৰচেষ্টা কৰিছে নেকি নৰেন্দ্ৰ মোডী চৰকাৰে? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ নিৰ্দেশৰ পাছতে এই অভিযোগ উঠিছে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে। জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে নিজৰ বিভিন্ন বিভাগক ৩০ বছৰ সময় অতিক্ৰম কৰা কৰ্মচাৰী সকলৰ service…

‘Dislike’ ৰ ভয়ত ‘like’-‘dislike’ ৰ সুবিধা বন্ধ কৰিলে বিজেপিৰ Youtube চেনেলে

কলা পতাকা নহয় এইবাৰ দিছলাইকৰ (Dislike) ভূতে খেদিছে ভাৰতীয় জনতা পাৰ্টিক। যোৱা কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ অনুষ্ঠানে Youtube ত বহু লাখ ‘Dislike’ লাভ কৰাৰ পিছতে এতিয়া প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সমূহৰ Youtube ত সম্প্ৰচাৰ কৰোঁতে ‘like’ আৰু ‘dislike’…

জন কল্যাণৰ বাবে নৰেন্দ্ৰ মোডীৰ ১০৩ কোটি টকা বৰঙণি

জন কল্যাণৰ বাবে মোদীৰ বৃহৎ বৰঙণি। ১০৩ কোটি টকা বৰঙণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কণ্যা শিক্ষা আৰু গঙ্গা নদী পৰিষ্কৰণকে ধৰি বিভিন্ন জনকল্যাণমূলক কামৰ বাবে বৰঙণি দিলে প্ৰধানমন্ত্ৰীয়ে। লগতে মোদীয়ে উপহাৰ হিচাপে পোৱা সামগ্ৰীৰ নিলাম কৰি পোৱা ধনো জনকল্যাণৰ বাবে দান…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক

দেশত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। আৰু এইবাৰ হেকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক কৰিছে হেকাৰে। হেক কৰাৰ পাছতেই এটা বিশেষ টুইট কৰিছে মোদীৰ টুইটাৰ একাউন্টৰ পৰা আৰু ৰাইজক ডিমাণ্ড কৰিছে হেকাৰে। সেই টুইটটোত উল্লেখ আছে যে…

সাংসদত বিৰোধীৰ প্ৰশ্ন কৰাৰ অধিকাৰ কিয় কাঢ়ি ল’ব বিচাৰিছে মোডী চৰকাৰে?

photo courtesy: NDTV

কৰোনাৰ সুযোগ লৈ শাসকীয় বিজেপিয়ে দেশৰ গণতন্ত্ৰক নিঃশেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে নেকি? এই অভিযোগ আমাৰ নহয় বিৰোধীৰ। ৰাজ্য সমূহক GST ৰ প্ৰাপ্য ধন আদায় নিদি বিজেপি চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত কৰাৰ অভিযোগ উঠাৰ সময়তে সাংসদৰ বৰ্ষাকালীন অধিবেশনত প্ৰশ্ন…

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ: নিষিদ্ধ হ’ল PUBG

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ।আজি ভাৰত চৰকাৰে ১১৮ চীনা app নিষিদ্ধ ঘোষণা কৰে। এই নতুন App ৰ ভিতৰত আছে বহুল ভাৱে জনপ্ৰিয় PUBG। গতিকে এতিয়াৰ পৰা আপুনি আৰু PUBG খেলিব নোৱাৰিব। লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসনৰ পিছতে আজি ভাৰত চৰকাৰে…

এপ্ৰিল -জুন মাহৰ ভাৰতৰ অৰ্থনীতি উন্নয়নৰ হাৰ ঋণাত্মক অৰ্থাৎ -২৩.৯%

photo courtesy : The Financial Express

আজি পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰালয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ যোৱা এপ্ৰিল ৰ পৰা জুন মাহলৈ ঋণাত্মক বুলি জানিব দিছে। ভাৰত চৰকাৰৰ এই তথ্য অনুসৰি যোৱা তিনি মাহত ভাৰতৰ GDP হৈছে -২৩.৯%। ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা যোৱা কেইবাদিনো ধৰি চর্চা…

কুকুৰৰ লোকেল ব্ৰীডৰ পৰা পুতলা নিৰ্মাণলৈকে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

আজি প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত পুনৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান জনায় নৰেন্দ্ৰ মোডীয়ে। এইবাৰ পুতলা উদ্যোগত ভাৰত বৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া ভাৰতবৰ্ষক ভকেল ফৰ লোকেল টয় (toy) হোৱাৰ সময় আহিছে। বিশ্ব পুতলা উদ্যোগ…

‘আত্মনিৰ্ভৰ ভাৰত’ৰ নামত আদানী-আম্বানীৰ একচেতিয়া আধিপত্য হে চলিছে নেকি ভাৰতৰ অৰ্থনীতিত?

photo courtesy: Business Standard

শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰায় ৬ তা বিমান বন্দৰৰ ব্যক্তিগতকৰণ কৰোতে আটাইকেইটা বিমান বন্দৰ গৌতম আদানীৰ আদানী গ্ৰুপৰ হাতলৈ যায়। বৰ্তমান মুম্বাই ইয়াৰপোৰ্টও আদানী গ্রুপৰ হাতলৈ যাব বুলি বিভিন্ন সংবাদ মাধ্যমত গুজৱ চলিছে। ইয়াৰ পিছতে এতিয়া সৰ্বত্ৰে চর্চা চলিছে নৰেন্দ্ৰ মোডী…