সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

narendra modi

Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!

কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা…

আৰ টি আইক ভেঙুচালি কৰি মোদী চৰকাৰৰ নতুন আইন

তথ্য জনাৰ অধিকাৰ আইনক নিঃশেষ কৰাৰ গোপন কৌশলেৰে নৰেন্দ্ৰ মোদী চৰকাৰে আনিছে নতুন আইন৷ তথ্যৰ অধিকাৰক এইবাৰ নিঃশেষ কৰিবলৈ লোৱা হৈছে তথ্যৰ সুৰক্ষাৰ নামত৷ তথ্য গাপ দিবলৈ ব্যৱহাৰ কৰা এই নতুন কৌশলৰ নামেই হৈছে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকশ্যন এক্ট।…

সাৰ কাৰখানাক লৈ নতুন বটলত পুৰণি মদ নেকি?

মোদী চৰকাৰৰ এটা শেহতীয়া কেবিনেট সিদ্ধান্ত৷ নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব চতুৰ্থটো গোট৷ ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ বাবে এই গোট স্থাপনত বিগত ১৯ মাৰ্চত অনুষ্ঠিত কেবিনেটত অনুমোদন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই প্ৰকল্পত ব্যয় হ’ব…

ট্ৰাম্পৰ শুল্কযুদ্ধত বিধ্বস্ত হ’ব ‘আত্মনিৰ্ভৰ ভাৰত’

‘যুদ্ধৰ সময়ত আমাৰ সামগ্ৰী যাতে শত্ৰুয়ে লৈ যাব নোৱাৰে, তাৰ বাবে আমি বেৰিকেড দিওঁ৷ শান্তিৰ সময়ত আমি সেই একেটাই কাম কৰো শুল্ক আৰোপৰ জৰিয়তে৷ যি কাম যুদ্ধৰ সময়ত শত্ৰুৰ সৈতে কৰোঁ৷' ১৯ শতিকাৰ মাৰ্কিন অৰ্থনীতিবিদ হেনৰি জৰ্জৰ এই বাক্যশাৰী আজি…

দেশে তেওঁক কিদৰে মনত ৰাখিব?

ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱা ঘটনাটো একপ্ৰকাৰ দুৰ্ঘটনাই আছিল৷ সেইবাবেই তেওঁৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুয়ে লিখা গ্ৰন্থখনৰ নাম দিছিল ‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’। তাতকৈও দুৰ্ঘটনাৰে ভৰা আছিল প্ৰধানমন্ত্ৰী হিচাপে সংসদৰ প্ৰথমখন অধিৱেশন৷…

মধ্যবিত্তৰ কঁকাল ভাঙিলে মোদী চৰকাৰে

মোদী চৰকাৰৰ আমোলত আক্ষৰিক অৰ্থতেই কঁকাল ভাঙি পৰিছে মধ্যবিত্ত জনতাৰ৷ এহাতে জি এছ টিৰ বব নোৱাৰা বোজা, আনহাতে উপাৰ্জন হ্ৰাস–এই দুয়োটা পাকচক্ৰত পৰি মধ্যবিত্ত জনতা শ্বাসৰুদ্ধ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ কেইবাটাও গৱেষণা আৰু সমীক্ষাই এই আশংকাও…

মূল্যবৃদ্ধি চিন্তনীয় বিষয় নহয় মোদী চৰকাৰ

ব্যাপক মূল্যবৃদ্ধিৰ মাজত স্নায়ু যুদ্ধত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক। মূল্যবৃদ্ধিৰ বাবে ইটোৱে সিটোলৈ ঠেলিছে দোষ। তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ মন্তব্যই হতচকিত কৰিছে সকলোকে। নিত্যব্যৱহাৰ্য…

‘অব কী বাৰ চাৰশ পাৰ’ হিমন্ত বিশ্ব শৰ্মাৰ শ্ল’গান আছিল নেকি?

'ক' মানে কিতাপ অব কী বাৰ চাৰশ পাৰ -ব্যাপক প্ৰচাৰ আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল যে ২০২৪ নিৰ্বাচনত বিজেপিয়ে ৪০০ তকৈ অধিক আসন লাভ কৰিব৷ কিন্তু বিৰোধীয়ে এই নিৰ্বাচনী শ্ল’গানক সংবিধান সলনিৰ অভিপ্ৰায়ৰ…

আদানিৰ লগত মোদীৰ ভাগ্য ওলমিছে আমেৰিকাৰ আদালতত

অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ ২০০৩ চনৰ কথা৷ ভয়ংকৰ সাম্প্ৰদায়িক হিংসাই গুজৰাট ৰক্তাক্ত কৰি তুলিলে৷ মানৱতাৰ বধ্যভূমিত পৰিণত হ’ল মহাত্মা গান্ধীৰ গৃহৰাজ্য গুজৰাট৷ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰিচিত হৈ পৰিল নৃশংস শাসকৰ ৰূপত৷ সেই ঘাতকৰ…

৫০ বছৰলৈ ক্ষমতাত থকাৰ নীল নক্সা বিজেপিৰ

নিৰ্বাচন আয়ুক্ত সমিতিত থাকিব তিনিগৰাকী সদস্য৷ এই সদস্যসকল হ’ল –প্ৰধানমন্ত্ৰী , বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী৷ অৰ্থাৎ এই তিনিজনীয়া কমিটীত চৰকাৰী পক্ষই সংখ্যাগৰিষ্ঠ ৷ যাৰ জৰিয়তে তেওঁলোকে নিজৰ…