সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

narendra modi

EXCLUSIVE : গুৱাহাটী এৰাৰ পূৰ্বে শপতনামাত কি লিখিলে একনাথ সিন্দে আৰু শিৱসেনাৰ বিদ্ৰোহী বিধায়কে

অস্তিত্বৰ সংকটত শিৱসেনা ৷ উচ্চতম ন্যায়ালয়ে  বৃহস্পতিবাৰৰ আস্থাভোটৰ বাবে সেউজ সংকেত দিয়াৰ পাছতেই  মুখ্যমন্ত্ৰীৰ চকী এৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৷ ইয়াৰ লগে লগে মহা বিকাশ আগাধী অৰ্থাৎ শিৱসেনা – এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোঁট…

মিত্ৰতা বিচাৰি নৰেন্দ্ৰ মোদীয়ে শাৰদ পাৱাৰক কি কৈছিল?

পঞ্জাৱ, উত্তৰ প্ৰদেশকে ধৰি ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত। শাসক-বিৰোধী প্ৰতিটো দলেই লিপ্ত হৈছে তীব্ৰ বাকযুদ্ধকত। নিৰ্বাচনৰ ধুমুহাৰ মাজতেই ইণ্ডিয়ান এক্সপ্ৰেছৰ মাৰাঠী কাকতত প্ৰকাশ পোৱা এটা খবৰ অনুসৰি শাৰদ পাৱাৰক ২০১৯ৰ নিৰ্বাচনত…

নিজৰ জীৱন নিজেই বচাওঁক, কিয়নো প্ৰধানমন্ত্ৰী এতিয়া ময়ূৰৰ লগত ব্যস্ত: ৰাহুল গান্ধী

সংসদৰ বৰ্ষা কালীন অধিবেশনৰ আৰম্ভণিৰ ঠিক আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হল ৰাহুল গান্ধী।দেশত কৰুণা ভাইৰাছৰ বৃদ্ধিক লৈ ৰাহুল গান্ধীৰ আক্ৰমণ নৰেন্দ্ৰ মোডীক। আজি টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে "কৰুণা সংক্ৰমণৰ…

নৰেন্দ্ৰ মোদী চৰকাৰক GDP, নিবনুৱা সমস্যাক লৈ পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক। আজি টুইটাৰ যোগে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে মোদী চৰকাৰে কৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যি সু পৰিকল্পিতভাবে যুজঁ দিলে তাৰ…

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতি ঋণাত্মকেই হ’ব: FITCH

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতিৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। দেশৰ GDP ২০২১ বিত্তীয় বৰ্ষটো ঋণাত্মক হোৱাৰ সম্ভাৱনা প্ৰবল। এই তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ ৰেটিং ব্যৱস্থা FITCH ৰ শেহতীয়া এক প্ৰতিবেদনত। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২১ ত…

তেওঁলোকে Dislikeৰ সুবিধা বন্ধ কৰিব পাৰে কিন্ত আপোনালোকৰ কণ্ঠক দমন কৰিব নোৱাৰে: ৰাহুল গান্ধী

যোৱা কিছুদিন ধৰি নৰেন্দ্ৰ মোদীৰ 'মন কি বাত'কে আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ Youtube সম্প্ৰচাৰত দেশৰ যুৱ শক্তিয়ে Dislike ৰ পাহাৰ গঢ়াৰ পাছত বিজেপি আৰু প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে নৰেন্দ্ৰ মোদীৰ ভিডিওত Youtube ত 'Like'-'dislike' ৰ সুবিধা বন্ধ…

৫ বছৰ পাৰ হল যদিয়ো বুলেট ট্ৰেইন নাহিল, ২০২৮ লৈ কৰিব লাগিব অপেক্ষা

বুলেট ট্ৰেইনৰ প্ৰতিশ্ৰুতিৰে লোকসভা নিৰ্বাচনৰ সময়ত ভাষণ শুৱনি কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি ৫ বছৰ অতিক্ৰম কৰাৰ পিছতো বাস্তৱত ৰূপায়ন হবলৈ বহু যোজন বাকী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনৰ আজি প্ৰকাশ পোৱা অনুসৰি বৰ্ধিত খৰছ…

মোডী চৰকাৰে চৰকাৰী চাকৰি বিলুপ্তি কৰিব বিচাৰিছে নেকি?

নিয়মীয়া চৰকাৰী চাকৰি বিলুপ্তিকৰণৰ প্ৰচেষ্টা কৰিছে নেকি নৰেন্দ্ৰ মোডী চৰকাৰে? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ নিৰ্দেশৰ পাছতে এই অভিযোগ উঠিছে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে। জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে নিজৰ বিভিন্ন বিভাগক ৩০ বছৰ সময়…

‘Dislike’ ৰ ভয়ত ‘like’-‘dislike’ ৰ সুবিধা বন্ধ কৰিলে বিজেপিৰ…

কলা পতাকা নহয় এইবাৰ দিছলাইকৰ (Dislike) ভূতে খেদিছে ভাৰতীয় জনতা পাৰ্টিক। যোৱা কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কি বাত' অনুষ্ঠানে Youtube ত বহু লাখ 'Dislike' লাভ কৰাৰ পিছতে এতিয়া প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সমূহৰ Youtube ত…