সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#majuli

Just in- নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ চলাচল কৰা ফেৰীৰ সম্পূৰ্ণ সময়সূচী :-

আভ্যন্তৰীণ জল পৰিবহন বিভাগে যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ চলাচল কৰা ফেৰী সমূহৰ সময়সূচী ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে। জনসাধৰণৰ সুবিধাৰ্থে নিৰ্ধাৰণ কৰি দিছে এই বিশেষ সময়সূচী। প্ৰত্যেক দিনাই নিৰ্দিষ্ট সময়ত ৪ বাৰকৈ চলিব ফেৰী।…

লাচিত ঘাটত মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী

ৰাজ্যৰ জলপৰিবহণ বিভাগত নব সংযোজন। আজি মহানগৰীৰ লাচিত ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী। ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰিব লোহিত, সোনাই, প্ৰতিমা, বিশাল আৰু বিক্ৰান্ত নামৰ ফেৰী কেইখনে। লোহিত চলাচল কৰিব যোৰহাটৰ…

আজিৰে পৰা মাজুলীত চলিব ২ খন ৰপেস্কসহ ৬খন জাহাজ

আজিৰ পৰা মাজুলীলৈ চলাচল কৰিব ২ খন ৰপেস্ক আৰু ৬ খনকৈ জাহাজ। নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটৰ মাজত চলাচল কৰিব জাহাজকেইখনে। যাত্ৰীৰ দুৰ্ভোগ আৰু নিৰাপত্তাৰ দিশটোৰ উপৰত লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এই বৃহৎ সিদ্ধান্ত। দুয়োটা ঘাটতে…

অৱশেষত গ্ৰেপ্তাৰ হ’ল অভিশপ্ত ‘মা কমলা’ৰ স্বতাধিকাৰী পানী ৰাম কলিতা

যোৱা ৮ ছেপ্টেম্বৰত যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হোৱা মৰ্মান্তিক নাওঁ দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ পৰা দেখা গৈছিল প্ৰশাসনক। অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হ'ল নিমাতিঘাটত দুৰ্ঘটনাত পতিত হোৱা অভিশপ্ত 'মা কমলা' নামৰ নাওঁখনৰ স্বতাধিকাৰী পানী ৰাম কলিতাক।…

নিমাতীঘাটত মাজনিশা চলা উদ্ধাৰ অভিযানৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত?

বিগত ৮ ছেপ্টেম্বৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটৰ সমীপত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পিছতে নিশালৈ আন এক দুৰ্ঘটনাৰ পৰা কেইগৰাকীমান চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কথমপিহে প্ৰাণ ৰক্ষা পৰাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি একাংশ লোক…

মাজুলীত হাহাকাৰঃ জাহাজৰ অভাৱত জীয়াতু ভুগিছে যাত্ৰীয়ে

মাজুলী-নিমাতী সংযোগী ফেৰী ঘাটত হোৱা দুখদায়ক আৰু হৃদয়বিদাৰক ঘটনাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সচিবৰ নির্দেশমর্মে শনিবাৰে সম্পূর্ণভাৱে মাজুলীৰ পৰাই হওক বা নিমাতীঘাটৰ পৰাই…

নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনক আটক

নিমাতীঘাট ফেৰী দুৰ্ঘটনাত কেইবাগৰাকীও দুৰ্ভগীয়া লোকৰ প্ৰাণ হানি হোৱাৰ পিছত এতিয়া সষ্টম হৈছে অসম আৰক্ষী। ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে যোগেন দাস, ধনবৰ দাস, বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু…

মাজুলীত নিষিদ্ধ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী !

বুধবাৰে সংঘটিত হোৱা ভয়ানক নাওঁ দুৰ্ঘটনাৰ পাছৰে পৰা প্ৰতিবাদত উত্তাল হৈ আছে মাজুলী। মাজুলী জিলা ছাত্ৰ সন্থায়ে মাজুলীত নিষিদ্ধ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক। মাজুলীবাসীক ক্ষমা নোখোজা পৰ্যন্ত মাজুলীত প্ৰবেশ কৰাত বাধা প্ৰদান কৰে…

ফেৰীৰ চৰ্দাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ’বনে অসম আৰক্ষীৰ?

নিমাতীঘাটত সংঘটিত ভয়ংকৰ আৰু শোকাৱহ ফেৰী দুর্ঘটনাৰ পাছত শেহতীয়াকৈ চর্চালৈ অহা নামটোৱেই হৈছে পানীৰাম কলিতা৷ এইজন পানীৰাম কলিতাই হৈছে নিমাতীঘাটৰ ফেৰী ছিণ্ডিকেটৰ চর্দাৰ তথা একছত্ৰী সম্ৰাট৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ দুর্নীতিগ্রস্ত…

অৱশেষত ঘোৰ নিদ্ৰা ভংগ ৰজাঘৰৰ! যাত্ৰীক আজিৰে পৰা লাইফ জেকেট পিন্ধি উঠোৱা হয় ফেৰীত

দেশ কঁপাই যোৱা নিমাতী ঘাটৰ শিহৰণকাৰী নাওঁ দুৰ্ঘটনায়ে বৰ্তমানেও শোক বিৰাজ কৰি আছে। মৰণ কাতৰ অৰ্তনাদবোৰ আজিও প্ৰত্যেক জন হৃদয়বান লোকৰ অন্তৰত বাজি আছে। চৰকাৰৰ চৰম গাফিলতিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ বহুজনৰ আৰু তাৰ সমান্তৰাল ভাবে…