সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#majuli

মাজুলীত পুনৰ চলিছে এটা ইঞ্জিন যুক্ত ফেৰীঃ নিৰ্বিকাৰ চন্দ্ৰমোহন পাটোৱাৰী

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাই ৫০ দিন অতিক্ৰম নকৰোতেই যেন সকলো পাহৰি গ'ল জল পৰিবহণ বিভাগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পুনৰ এবাৰ অমান্য হল মাজুলীত। কাৰণ মাজুলীত আকৌ আৰম্ভ হৈছে বিপদজনক ফেৰী সেৱা। পুনৰ…

নিমাতীঘাট কাণ্ডৰ লগত জড়িত ৭ জন কৰ্মচাৰীক নিলম্বন

⚫ ৰাজ্য কঁপাই যোৱা নিমাতীঘাট দুৰ্ঘটনাৰ নতুন মোৰ ⚫ নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৭ জন কৰ্মচাৰীক ⚫ কৰ্মচাৰী কেইজন ক্ৰমে ধনবৰ দাস, বিজু দাস, যোগেন দত্ত, প্ৰদীপ বৰবৰা,বিনোদ বৰুৱা বাবুল নেওঁগ আৰু জয়ন্ত দাস

দলং নিৰ্মাণৰ বাবে মাজুলী পাইছেহি যাৱতীয় সামগ্ৰী

৮ ছেপটেম্বৰত মাজুলীত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাছতে দলং নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতা দেখা গৈছিল । নৱেম্বৰৰ পৰা দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া মাজুলী পাইছেহি কেতবোৰ দলং…

Just in- নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ চলাচল কৰা ফেৰীৰ সম্পূৰ্ণ সময়সূচী :-

আভ্যন্তৰীণ জল পৰিবহন বিভাগে যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ চলাচল কৰা ফেৰী সমূহৰ সময়সূচী ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে। জনসাধৰণৰ সুবিধাৰ্থে নিৰ্ধাৰণ কৰি দিছে এই বিশেষ সময়সূচী। প্ৰত্যেক দিনাই নিৰ্দিষ্ট সময়ত ৪ বাৰকৈ চলিব ফেৰী।…

লাচিত ঘাটত মুখ্যমন্ত্ৰীয়ে আজি মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী

ৰাজ্যৰ জলপৰিবহণ বিভাগত নব সংযোজন। আজি মহানগৰীৰ লাচিত ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী। ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰিব লোহিত, সোনাই, প্ৰতিমা, বিশাল আৰু বিক্ৰান্ত নামৰ ফেৰী কেইখনে। লোহিত চলাচল কৰিব যোৰহাটৰ…

আজিৰে পৰা মাজুলীত চলিব ২ খন ৰপেস্কসহ ৬খন জাহাজ

আজিৰ পৰা মাজুলীলৈ চলাচল কৰিব ২ খন ৰপেস্ক আৰু ৬ খনকৈ জাহাজ। নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটৰ মাজত চলাচল কৰিব জাহাজকেইখনে। যাত্ৰীৰ দুৰ্ভোগ আৰু নিৰাপত্তাৰ দিশটোৰ উপৰত লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এই বৃহৎ সিদ্ধান্ত। দুয়োটা ঘাটতে…

অৱশেষত গ্ৰেপ্তাৰ হ’ল অভিশপ্ত ‘মা কমলা’ৰ স্বতাধিকাৰী পানী ৰাম কলিতা

যোৱা ৮ ছেপ্টেম্বৰত যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হোৱা মৰ্মান্তিক নাওঁ দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ পৰা দেখা গৈছিল প্ৰশাসনক। অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হ'ল নিমাতিঘাটত দুৰ্ঘটনাত পতিত হোৱা অভিশপ্ত 'মা কমলা' নামৰ নাওঁখনৰ স্বতাধিকাৰী পানী ৰাম কলিতাক।…

নিমাতীঘাটত মাজনিশা চলা উদ্ধাৰ অভিযানৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত?

বিগত ৮ ছেপ্টেম্বৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটৰ সমীপত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পিছতে নিশালৈ আন এক দুৰ্ঘটনাৰ পৰা কেইগৰাকীমান চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কথমপিহে প্ৰাণ ৰক্ষা পৰাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি একাংশ লোক…

মাজুলীত হাহাকাৰঃ জাহাজৰ অভাৱত জীয়াতু ভুগিছে যাত্ৰীয়ে

মাজুলী-নিমাতী সংযোগী ফেৰী ঘাটত হোৱা দুখদায়ক আৰু হৃদয়বিদাৰক ঘটনাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সচিবৰ নির্দেশমর্মে শনিবাৰে সম্পূর্ণভাৱে মাজুলীৰ পৰাই হওক বা নিমাতীঘাটৰ পৰাই…

নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনক আটক

নিমাতীঘাট ফেৰী দুৰ্ঘটনাত কেইবাগৰাকীও দুৰ্ভগীয়া লোকৰ প্ৰাণ হানি হোৱাৰ পিছত এতিয়া সষ্টম হৈছে অসম আৰক্ষী। ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে যোগেন দাস, ধনবৰ দাস, বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু…