সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দলং নিৰ্মাণৰ বাবে মাজুলী পাইছেহি যাৱতীয় সামগ্ৰী

৮ ছেপটেম্বৰত মাজুলীত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাছতে দলং নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতা দেখা গৈছিল । নৱেম্বৰৰ পৰা দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া মাজুলী পাইছেহি কেতবোৰ দলং নিৰ্মাণৰ সামগ্ৰী । উল্লেখ যে গড়মূৰৰ পৰা দলং নিৰ্মাণৰ স্থান দক্ষিণপাটলৈ নিয়া হৈছে।

Leave A Reply

Your email address will not be published.