সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

india

আজি হিন্দী দিৱস। কিন্তু ভাৰতৰ চৰকাৰী ভাষা হিন্দী কেনেকৈ হ’ল?

আজি হিন্দী দিৱস। ১৯৪৯ চনৰ আজিৰ দিনটোতেই হিন্দীক ভাৰতৰ চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছিল। দৰাচলতে যেতিয়া ১৯৪৭ চনত ভাৰত স্বাধীন হৈছিল তেতিয়া স্বাধীন ভাৰত বহু গুৰুতৰ সমস্যাৰ মুখামুখি হৈছিল। স্বাধীনতাৰ পিছত ভাৰতৰ দৰে নানা জাতি নানা ধৰ্মৰ নাগৰিক…

গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ভূপেন্দ্ৰ পেটেলে

তদানীন্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগৰ পিছত আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে গান্ধীনগৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰিলে ভূপিন্দৰ পেটেলে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতত আজি আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ…

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কি বিশেষ আয়োজন ৰাজ্যিক বিজেপিৰ?

অহা ১৭ ছেপ্টেম্বৰ শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ৰাজ্যিক বিজেপিৰ বিশাল আয়োজন। ৭১টা জলাশয় পৰিষ্কাৰ কৰাৰ পৰিকল্পনা ৰাজ্যিক বিজেপিৰ কমকৰ্তাৰ। ১৫ হাজাৰ বুথৰ ১৫ হাজাৰ নামঘৰ অথবা মন্দিৰত শৰাই আগবঢ়াব…

“আজি জীৱনৰএটা বহুদিনীয়া সপোন সঁচা হ’ল” কিয় ক’লে নীৰজ চোপ্ৰাই

টকিঅ' অলিম্পিকত স্বৰ্ণ পদক বিজয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় নীৰজ চোপ্ৰাই। প্ৰচুৰ সাধনা আৰু অধ্যৱসায়ৰ ফলত অলিম্পিকত স্বৰ্ণ পদকসহ ভাৰতলৈ আহে নীৰজ। নীৰজৰ এটা সপোন আছিল পিতৃ মাতৃৰ সৈতে একেলগে বিমানত ভ্ৰমন কৰাৰ আৰু তেওঁ…

মোদীৰ গুজৰাটত বিজেপিৰ অথন্তৰ! পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে

প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্য গুজৰাটত অথন্তৰ লাগিছে ভাৰতীয় জনতা পাৰ্টিত। গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আঠটা মাহ বাকী থকা অৱস্থাত আজি আশ্চৰ্য্যজনকভাৱে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে।…

এছ’চিয়েচন ফৰ ডেমক্ৰেতিক ৰিফৰ্মছৰ বিস্ফোৰক তথ্য: সৰ্বাধিক দল বাগৰ নেতা কংগ্ৰেছৰ

দেশত প্ৰায়ে এটা দলৰ পৰা অন্য এটা দললৈ দল সলনি কৰা নেতাৰ প্ৰয়োভৰ পূৰ্বতকৈ বৃদ্ধি পায় আহিছে। এনে সময়তে "এছ'চিয়েচন ফৰ ডেমক্ৰেতিক ৰিফৰ্মছ" ৰ এক প্ৰতিবেদনে আনিছে বিস্ফোৰক তথ্য। ২০১৪ চনৰ পৰা ২০২১ চনৰ সময়ছোৱাত বিধানসভা আৰু সংসদীয় নিৰ্বাচনৰ…

গৰু কেনেকৈ ৰাজনৈতিক জন্তুত পৰিণত হ’ল ?

গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু ৷ প্ৰাথমিক বিদ্যালয়ত গৰু বিষয়ক ৰচনা এইদৰেই লিখিবলৈ শিকোৱা হয় ৷ কিন্তু এটা শিশুয়ে যেতিয়া প্ৰাথমিক বিদ্যালয় , বিদ্যালয়ৰ দেওনা পাৰ হৈ ভোট দিব পৰা হয়গৈ , তেতিয়ালৈ তেও ভালদৰেই বুজি উঠে যে গৰু এবিধ ৰাজনৈতিক জন্তু…

IPLত সংযোজন হব দুটাকৈ নতুন দল, BCCI ৰ তালিকাত গুৱাহাটী

বহু চৰ্চিত ইণ্ডিয়ান প্ৰিমিয়ায় লীগ(IPL) ত সংযোজন হব দুটাকৈ নতুন দল। BCCI এ প্ৰকাশ কৰা ৬ চহৰৰ এখন বিশেষ তালিকাত গুৱাহাটী মহানগৰীৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। গুৱহাটীৰ লগতে নাম অন্তৰ্ভুক্ত আছে ৰাচি, কটক, আহমেদাবাদ, লক্ষ্ণৌ আৰু ধৰমশালা চহৰৰ।…

গ্ৰেপ্তাৰ হব পাৰে অভিনেতা চলমান খান,অক্ষয় কুমাৰ ৰ লগতে ৩৮ গৰাকী বলিউডৰ নামি দামী তাৰকা

প্ৰায় ২ বছৰ পূৰ্বতে হায়দৰাবাদত সংঘটিত এটা ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে বলিউডৰ ৩৮ গৰাকী তাৰকাৰ বিৰুদ্ধে। ৪ লম্পটে ধৰ্ষণ কৰি জ্বলাই দিছিল এগৰাকী যুৱতীক আৰু ঘটনাক লৈ সৰব হৈ পৰিছিল বলিউডৰ শিল্পী সমাজ। ন্যায় বিচৰাৰ সময়তেই একাংশ…

চূড়ান্ত অন্ধ বিশ্বাস: ঈশ্বৰক সুখী কৰিবৰ বাবেই উলংগ কৰা হ’ল কিশোৰীক

মধ্য প্ৰদেশৰ দামো জিলাৰ বানিয়া গাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত‌ কৰা এক জঘণ্য ঘটনা। গাঁওখনত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱা বাবেই গাওঁখনৰ ছয়গৰাকী কিশোৰীক গাওঁখনৰ চাৰিওফালে উলংগ কৰি লৈ যোৱা হয়। গাঁওবাসীৰ বিশ্বাস যে ইয়াৰ ফলত বৰুণ…