সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

india

ভাৰতক দু:শ্চিন্তাত পেলোৱা চীনৰ নতুন সীমা আইনত কি আছে ?

অৰুণাচল সীমান্তৰ বিবাদমান ভূমিত চীনে নিৰ্মান কৰিছে ১০০ টা ঘৰ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এই প্ৰতিবেদনে স্বাভাৱিকতে ভাৰতক চিন্তাত পেলাইছে ৷ কিন্তু একেসময়তে চীনে প্ৰণয়ন কৰিছে নতুন সীমা আইন ৷এই আইনো ভাৰতৰ বাবে দু:শ্চিন্তাৰ কাৰণ হৈ পৰিছে ৷…

আজি ভাৰতৰ মিছাইল মানৱ খ্যাত প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ জন্মবাৰ্ষিকী

🔴 আজি ভাৰতৰ মিছাইল মানৱ হিচাপে পৰিচিত খ্যাতনামা বিজ্ঞানী তথা দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালামৰ ৯১ সংখ্যক জন্মবাৰ্ষিকী 🔴 দেশজুৰি শতিকাৰ শ্ৰেষ্ঠ ৰাজনীতিবিদ তথা বিজ্ঞানীজনক সশ্ৰদ্ধ সোঁৱৰণ 🔴 দিল্লী, ৰামেশ্বৰম…

ভাৰতত প্ৰৱেশ পাকিস্তানী সন্ত্ৰাসবাদী

◆ পাকিস্তানী সন্ত্ৰাসবাদীৰ প্ৰৱেশ ভাৰতত ◆ ৰাজধানী চহৰ দিল্লীত গ্ৰেপ্তাৰ কৰা হয় সন্ত্ৰাসবাদীক ◆ দিল্লী আৰক্ষীৰ বিশেষ শাখাই মাৰানস্ত সহ গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীতোক ◆ আৰক্ষীয়ে AK47 ৰাইফল, ৬০ ৰাউণ্ড গুলী, গ্ৰেনেড সহ দুই অত্যাধুনিক…

পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

◆ পুনৰ বৃদ্ধি পালে ঘৰুৱা ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ মূল্য ◆প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৫ টকাকৈ বৃদ্ধি ◆ আজিৰ পৰা প্ৰযোজ্য হৈছে এই নতুন মূল্য ◆ উল্লেখ যে বিগত ছেপ্টেম্বৰ মাহত ২৫ টকাকৈ বৃদ্ধি কৰা হৈছিল মূল্য ◆ অসমৰ কিছু কিছু প্ৰান্তত…

মুণ্ডন কৰি, যজ্ঞ পাতি বিজেপি ত্যাগ কৰিলে এজন বিধায়কে

নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰা বিজেপিত মোক্ষম আঘাত। গভীৰ অনুশোচনাত দল ত্যাগ কৰে বিজেপিৰ এজন বিধায়কে আৰু লগতে তেওঁ ৰাজহুৱা ভাৱে মুণ্ডন কৰি যজ্ঞ পাতি বিজেপিলৈ যোৱাৰ প্ৰায়শ্চিত্তও কৰে। মুণ্ডন কৰাৰ পাছত আশিস দাসে কয়-বিজেপিলৈ যোৱাটোৱেই আছিল মোৰ…

দূৰদৰ্শনৰ ৰামায়ণ ধাৰাবাহিকৰ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অৰবিন্দ ত্ৰিবেদী আৰু নাই

১৯৮৭ চনত দূৰদৰ্শনত সম্প্ৰচাৰিত ৰামানন্দ সাগৰৰ আটাইতকৈ জনপ্ৰিয় পৌৰাণিক ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ মঙলবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত ত্ৰিবেদীৰ বয়স আছিল ৮২ বছৰ। দীৰ্ঘদিন ধৰি…

দাবী পূৰণ নোহোৱালৈ সৎকাৰ কৰা নহয় কৃষকৰ মৃতদেহঃ ৰাকেশ টিকাইট

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কৃষক আৰু বিজেপি কৰ্মীৰ মাজত হোৱা সংঘৰ্ষত ইতিমধ্যেই মৃত্যুবৰণ কৰিছে ৮ জনকৈ লোকে। পৰিস্থিতিৰ বুজ লবলৈ অঞ্চলটোত উপস্থিত হোৱা কৃষক নেতা ৰাকেশ টিকাইটে ঘোষণা কৰিছে যে দাবী পূৰণ নোহোৱালৈকে মৃতদেহৰ অন্তিম সংস্কাৰ কৰা…

সীমান্ত অশান্ত কৰিবলৈ পাকিস্তানৰ নতুন কূট-কৌশলঃ জম্মুত ড্ৰোনেৰে পেলালে বন্দুক আৰু বিস্ফোৰক

ভাৰতৰ বিৰুদ্ধে নিৰন্তৰ জঘন্য ষড়যন্ত্ৰ ৰচাত ব্যস্ত থাকে পাকিস্তান। এইবাৰ পুনৰ ভাৰত-পাক সীমান্ত অশান্ত কৰাৰ বাবে পৰিকল্পনা তৈয়াৰ কৰিছে পাকিস্তানে। পাকিস্তানে জম্মুৰ সাতৱাৰী অঞ্চলৰ ফ্লাই মণ্ডলত ড্ৰোনৰ জৰিয়তে অস্ত্ৰ নিষ্কাশন কৰিছে। যোৱা নিশা…

VOGUE INDIA মেগাজিনত অসম গৌৰৱ লাভলীনা

◆ VOGUE INDIA আলোচনীৰ বেটুপাতত জিলিকিল অসম কন্যা লাভলীনা বৰগোহাঁই ◆ লভলিনাৰ এই সন্মনক গৌৰবৰ বিষয় হিচাপে চৰ্চিত ◆ অক্টোবৰ মাহৰ ১৪ তম বিশেষ বাৰ্ষিকী সংখ্যাৰ বেটুপাতত প্ৰকাশ লাভলীনাৰ আলোকচিত্ৰ ◆ প্ৰতি গৰাকী যুৱতীৰ বাবে অনুপ্ৰাণিত…

কংগনা ৰাণাৱটৰ বিৰুদ্ধে সৰৱ প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰ

কিছুদিন পূৰ্বে বলিউডৰ প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰে মুম্বাইৰ এখন আদালতত অভিযোগ দাখিল কৰে যে অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰটো স্থানান্তৰ কৰিবলৈ কৰা আবেদন "গুণাগুণবিহীন" আছিল। আৰু লগতে তেওঁ কয় যে…