সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

gujrat

ভাৰতৰ ৰাজধানী গুজৰাট নে নতুন দিল্লী?

নৰেন্দ্ৰ মোদী ভাৰতৰ নে গুজৰাটৰ প্ৰধানমন্ত্ৰী? ভাৰতৰ ৰাজধানী গুজৰাট নে নতুন দিল্লী? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:…

গুজৰাটৰ কংগ্ৰেছী বিধায়কক কিয় গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে?

কি অপৰাধত গুজৰাটৰ পৰা কংগ্ৰেছী বিধায়কক গ্ৰেপ্তাৰ কৰি আনিলে অসম আৰক্ষীয়ে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us…

এগৰাকী ১১ বছৰীয়া কিশোৰী উপায়ুক্তৰ পদত

গুজৰাটত উপায়ুক্তৰ পদত এগৰাকী ১১ বছৰীয়া কিশোৰী। ২৪ ঘণ্টাৰ বাবে উপায়ুক্তৰ পদত অধিষ্ঠিত হ'ল ফ্লৰা এছোডিয়া' নামৰ কিশোৰী গৰাকী। জটিল ৰোগত আক্ৰান্ত ফ্লৰাৰ ইচ্ছা পূৰণ কৰিলে গুজৰাটৰ আহমেদাবাদ প্ৰশাসনে। ভৱিষ্যতে এগৰাকী উচ্চ প্ৰদস্থ প্ৰশাসনিক…

গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ভূপেন্দ্ৰ পেটেলে

তদানীন্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগৰ পিছত আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে গান্ধীনগৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰিলে ভূপিন্দৰ পেটেলে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতত আজি আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ…

মোদীৰ গুজৰাটত বিজেপিৰ অথন্তৰ! পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে

প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্য গুজৰাটত অথন্তৰ লাগিছে ভাৰতীয় জনতা পাৰ্টিত। গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আঠটা মাহ বাকী থকা অৱস্থাত আজি আশ্চৰ্য্যজনকভাৱে ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ প্ৰদান কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানিয়ে।…

দেশৰ আটাইতকৈ কনিষ্ঠ পাইলট গৰাকী কোন জানেনে ?

১১মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰা অন্তত গুজৰাটৰ চুৰাটৰ কৃষক কান্তি পেটেলৰ কন্যা ১৯ বছৰীয়া মৈত্ৰী পেটেলে বাণিজ্যিক বিমান চলোৱাৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৈত্ৰীয়ে শৈশৱৰ পৰাই পাইলট হোৱাৰ সপোন দেখিছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ…

ঢাক ঢোল বজাই ভেণ্টিলেতৰ বুলি কি উদ্বোধন কৰিলে বিজয় ৰুুপানীয়ে ?

একাংশৰ বাবে ক'ৰোনা ভাইৰাছ এক মহামাৰী নহয়।তেওঁলোকৰ বাবে ক'ৰোনা ভাইৰাছ এক উৎসৱহে।সেইবাবেই বিগত এপ্ৰিল মাহৰ কোনোবা এটা দিনত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে চিকিৎসালয়ত ঢাক ঢোল বজাই উদ্বোধন কৰিছিল ভেন্টিলেটৰ।দাবী কৰিছিল,এই ভেন্টিলেটৰ সমূহ…

ক’ৰোনা:অসমত নতুনকৈ আক্ৰান্ত ৮ জন ৷কোন ৰাজ্যত সৰ্বাধিক ?

বিগত ২৪ ঘন্টাত দেশত ৩হাজাৰতকৈ অধিক লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছে৷ইয়াৰ ভিতৰত অসমত কালিৰ দিনটোত আক্ৰান্ত হোৱা ৮ জন লোকো আছে ৷বৰ্তমান ভাৰতত ক’ৰোনা আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫৬,৩৪২ গৰাকী৷ইয়াৰে ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে সুস্থ হৈ…