সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Education

পৰীক্ষা আহিল, শিক্ষাৰ্থীৰ লগত বহিল প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত অংশগ্ৰহণ কৰে।দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত এই অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷দুঘণ্টীয়া অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাত্ৰছাত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ…

প্ৰায় দুই শতাধিক কৰ্মচাৰীক বহিষ্কাৰৰ সিদ্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ

যোৱা মাৰ্চ মাহৰ পৰা হোৱা দেশজুৰি লক ডাউনৰ বাবে দেশৰ অৰ্থনৈতিক দিশৰ ভয়ংকৰ ক্ষতি সাধন হৈছে। ইয়াৰ প্ৰভাৱ দেশৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত কম বেছি পৰিমাণে পৰিছে যদিও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দেশৰ নিম্ন শ্ৰেণীৰ কৰ্মী সকলৰ ওপৰত। কোনোবাই যদি…

অনলাইন শিক্ষাৰ বাবে মাত্ৰ ২৪% ভাৰতীয় পৰিয়ালৰহে আছে ইণ্টাৰনেট সুবিধা:সমীক্ষা

অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ মাত্ৰ ২৪% ভাৰতীয় পৰিয়ালৰহে ইণ্টাৰনেটৰ সুবিধা আছে। এই কথা প্ৰকাশ পাইছে UNICEF নামৰ ৰাষ্ট্ৰ সংঘৰ প্ৰতিষ্ঠানটোৰ এক সমীক্ষাত। সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১৫ লাখ স্কুল বন্ধ হৈ থকাৰ…

৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব ফাইনেল পৰীক্ষা: উচ্চতম ন্যায়ালয়

আজি উচ্চতম ন্যায়ালয়ে ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য আৰু বিশ্ববিদ্যালয় সমূহক ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ আজিৰ ৰায়দানত কয় যে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ কোনো ছাত্ৰ ছাত্ৰীক পাছ কৰোৱাটো ন্যায় সংগত…

শিক্ষানুষ্ঠান সমূহ কেতিয়া খুলিব?

যি সময়ত কৰোনা মহামাৰীৰ বিভীষিকাৰ ফলত আজি প্ৰায় ৪ মাহ দিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত পুনৰ পাঠদান কেতিয়া আৰম্ভ হ'ব, সেই প্ৰশ্নই শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্ধিগ্ন কৰি ৰাখিছে, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলত এই…

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই- ১)শীঘ্ৰে ৰাজ্যৰ বিভিন্ন মহাবিদ্যায়ত খালী হৈ থকা শিক্ষকৰ লগতে অন্যান্য পূৰণ কৰা হ’ব। ২)বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি দিয়া হ’ব ২৪০ গৰাকী অধ্যাপকক। আনহাতে ৮০ জন তৃতীয় আৰু…

কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে মুকলি কৰিলে একাদশ-দ্বাদশ শ্ৰেণীৰ শৈক্ষিক কেলেণ্ডাৰ

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে মুকলি কৰিলে নতুন একাডেমিক কেলেণ্ডাৰ। NCERTৰ দ্বাৰা নিৰ্মিত কেলেণ্ডাৰখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই শৈক্ষিক কেলেণ্ডাৰ অনুযায়ী শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক…