সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

death

চেন্নাইত শেষ নিশ্বাস ত্যাগ অভিনেতা কিশোৰ দাসৰ

অভিনেতা কিশোৰ দাসে শনিবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ৷এমাহ দিন ধৰি আছিল গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা কিশোৰ দাস শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে গৈছিল…

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মৃত্যু! দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি প্ৰকাশ পাইছে৷ পাকিস্তানৰ দশম গৰাকী ৰাষ্ট্ৰপতি আছিল পাৰভেজ মুছাৰফ। পাক সেনাৰ মুৰব্বী হোৱাৰ পিছতে ১৯৯৯ চনৰ পৰা ২০০৮…

ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত ইউক্ৰেইনৰ ৮ নাগৰিক

আজি পুৱা ৮ বজাৰ লগে লগে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ৷ এই মিছাইল আক্ৰমণত ৮ জন লোকৰ মৃত্যু হয় ৷ ইফালে , ইউক্ৰেইনে ৰাছিয়াৰ ৬ খন যুঁজাৰু বিমান ভূপতিত কৰাৰ দাবী কৰিছে ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি , ৰুছ সেনাই ইতিমধ্যে ইউক্ৰেইনৰ…

হিমবাহত আৱদ্ধ হৈ মৃত্যু ৭ সেনা জোৱানৰ

অৰুণাচল প্ৰদেশত দেওবাৰে হোৱা হিমস্খলনত আৱদ্ধ হৈ পৰা ৭ সেনা জোৱানৰ শৱদেহ মঙলবাৰে উদ্ধাৰ কৰা হয় ৷ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে অৰুণাচল প্ৰদেশৰ কামেঙ সীমান্তত বৰফৰ স্তুপত আবদ্ধ হৈ পৰা ৭ জন সেনা জোৱানৰে মৃত্যু হৈছে ৷ সীমান্তত…

জ্যেষ্ঠ সাংবাদিক কমাল খানৰ মৃত্যু , কেনেকৈ ?

বৃহস্পতিবাৰে নিশা ৯ বজালৈ তেওঁ ৰিপ’ৰ্টিঙ কৰি আছিল ৷ শেষৰবাৰৰ বাবে টিভিৰ পৰ্দাত ভুমুকি মাৰিছিল নিশা ৯ বজাৰ প্ৰাইম টাইমত ৷ উত্তৰ প্ৰদেশত কংগ্ৰেছৰ ১২৫ জনীয়া প্ৰাৰ্থী তালিকা সন্দৰ্ভত নিজৰ বিশ্লেষণ আগবঢ়াইছিল ৷ শুকুৰবাৰে খবৰ আহিল তেওঁ আৰু নাই ৷…

কৰোনো- মৃত ব্যক্তিকলৈও কেলেংকাৰী!

দিল্লীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগৰ নিকায়লৈ ক'ৰোনাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিঙৰ যোগেদি মৃতকৰ অন্তিম সংস্কাৰৰ তথ্য বিচাৰি প্ৰেৰণ কৰিছে পত্ৰ। বিগত সপ্তাহত স্বাস্থ্য সচিব পদ্মিনী সিংগলাই দিল্লীৰ উত্তৰ আৰু দক্ষিণ MCDৰ কমিছনাৰলৈ পত্ৰ প্ৰেৰণ…

গুৱাহাটীত কোৱাৰেণ্টাইনত মৃত্যু

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনতে মৃত্যু ঘটে তনুৰাম শইকীয়া নামৰ এজন ব্যক্তিৰ৷ দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত আছিল৷ মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে ৪০ দিন আবদ্ধ হৈ থাকি যোৱা ৫ মে’ত মুম্বাইৰ পৰা…