গুৱাহাটীত কোৱাৰেণ্টাইনত মৃত্যু

Share This Article

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনতে মৃত্যু ঘটে তনুৰাম শইকীয়া নামৰ এজন ব্যক্তিৰ৷ দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত আছিল৷ মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে ৪০ দিন আবদ্ধ হৈ থাকি যোৱা ৫ মে’ত মুম্বাইৰ পৰা এম্বুলেঞ্চেৰে ঘূৰি আহিছিল। চাৰিদিনৰ মূৰত অসম পোৱাত লোকজনক পুত্ৰৰ সৈতে যোৱা ৯ মে’ৰ পৰা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰাখিছিল।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau