সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

crosscurrent news

কোন নেতাক হাতত লৈ দেবোলাল বাহিনীৰ ভূমি দখল অভিযান?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটি দালাল, দালালক সহযোগ কৰা চৰকাৰী বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান ৷ কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে এতিয়া পাহাৰীয়া জিলা ডিমা হাচাওত চলিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী…

অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ক'ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ অধিক তত্পৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেনে সময়তেই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব হঠাত অসুস্থ হৈ পৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিডনীত ধৰা পৰিছে ৩.৭৬mmৰ…

সাংবাদিকক পুনৰ মুখ বন্ধ কৰাৰ চেষ্টা প্ৰশাসনৰ! প্ৰতিবাদত নামিল সাংবাদিক

ক'ৰোনাই চলোৱা ত্ৰাসৰ মাজতো চৰকাৰী পক্ষই দৃষ্টিনিবদ্ধ ৰাখিছে সংবাদমাধ্যম আৰু সাংবাদিকৰ ওপৰত। চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণ কৰি প্ৰকাশ কৰা সংবাদসমূহ বাৰে বাৰে চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে। বিগত কালছোৱাত কেইবাগৰাকী সাংবাদিকৰ কলমত বাধা আৰোপ…

“মই মুছলমান লোকৰ এক্স-ৰে নকৰোঁ। এয়া মোৰ শপত।”- ক’লে এজন চিকিত্সকে…

উত্তৰ প্ৰদেশত চিকিত্সালয় মহাবিদ্যালয়ৰ অধীক্ষকৰ মুছলমান বিদ্বেষী তথা ধৰ্মীয় ঘৃণাভাৱ বিয়পোৱা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত পুনৰ আন এক ঘটনা এতিয়া পোহৰলৈ আহিছে। ৰাজস্থানত এইবাৰ ভাইৰেল হৈছে ধৰ্মবিদ্বেষী কথা লিখা থকা এটা হোৱাটছএপ গ্ৰুপৰ স্ক্ৰীণশ্বট।…

বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যাপৰ্ণ কৰাত পুনৰ বাধা

লিকুৱেৰ কিং বিজয় মালিয়াক ভাৰতলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়াই নতুন মোৰ লাভ কৰিছে। এই মাহতে ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল। কিন্তু বৃহস্পতিবাৰে ব্ৰিটেইনৰ উচ্চস্তৰীয় কৰ্তৃপক্ষই কিছু আইনী প্ৰক্ৰিয়া বাকী আছে বুলি জনোৱাৰ পিছত এই মাহত বিজয় মালিয়াৰ…

দুৰ্নীতিৰ অধিকাৰ

"কিন্তু প্ৰকৃতাৰ্থত দুৰ্নীতি হ'ল ৰাষ্ট্ৰ-পৰিচালনাৰ এক জৈৱিক অংশ - যুগ যুগ ধৰি গঢ় লৈ উঠা প্ৰশাসনিক পৰম্পৰাৰ সি এটা ভিতৰুৱা বস্তু। অপৰাধ জগত, ক'লা বজাৰ আদিয়ে ৰাজনীতি নষ্ট কৰিলে বুলি কোৱাটো ভুল - এইবোৰ সকলোবোৰ মিলাই লৈয়েই ৰাজনীতি, এই…

মই মন্ত্ৰী, কোৱাৰেণ্টাইনত নাথাকো

আজি সোমবাৰৰ পৰা আৰম্ভ হল বিমানসেৱা। কেন্দ্ৰৰ নিৰ্দেশনা- বিমানৰ পৰা নমাৰ পিছতে থাকিব লাগিব প্ৰতিষ্ঠানিক কোৱাৰেণ্টীনত। কিন্তু এই নিয়মতো সাধাৰণ জনতাৰ বাবে। সেয়ে বাংগালুৰুত বিমানবন্দৰৰ পৰা নামিয়ে নিজা ব্যক্তিগত বাহনত উঠি পোনে পোনে নিজৰ ঘৰলৈ গল…