ৰাজ্যত নতুনকৈ ৬জন ব্যক্তি ক’ৰোনাত আক্ৰান্ত
মন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইট,ৰাজ্যত নতুনকৈ ৬জন ব্যক্তি ক'ৰোনাত আক্ৰান্ত।ইয়াৰে তিনিজন গুৱাহাটীৰ,দুজন কৰিমগঞ্জৰ আৰু এজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ।বৰ্তমানলৈ ৰাজ্যত মুঠ ক'ৰোনা আক্ৰান্তৰ সংখ্যা ১৪১ জন।
<blockquote…