টেগ CORONA

১৬ মে’ত ভাৰত ক’ৰোনামুক্ত হোৱাৰ কথা কৈছিল কেন্দ্ৰৰ বিশেষজ্ঞ সমিতিয়ে

১৬ মে’ত দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা শূণ্য হ’ব।অৰ্থাৎ,১৬ মে’ৰ পিছত ভাৰত ক’ৰোনা মুক্ত হ’ব।যোৱা ২৪ এপ্ৰিলত এখন সংবাদমেল যোগে এই কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। উল্লেখনীয় যে,ক’ৰোনা ভাইৰাছৰ পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন এখন সমিতি গঠন কৰি দিছিল।এই সমিতিৰ মুৰব্বী…

অসমত ক’ৰোনা ৰোগীৰ মৃত্যু

অসমত ক’ৰোনা আক্ৰান্ত এজন লোকৰ আজি মৃত্যু হয় ৷ লোকজনৰ নাম গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰ ৷ জি এম চি এইচত চিকিৎসাধীন অৱস্থাত আজি ৭১ বছৰীয়া লোকজনৰ মৃত্যু হয়৷ তেওঁকে ধৰি অসমত ক’ৰোনা আক্ৰান্ত মুঠ ৩ গৰাকী লোকৰ মৃত্যু হ’ল৷ উল্লেখ্য যে…

অসমত আৰু দুজনৰ দেহত ক’ৰোনা,১০২ লৈ বৃদ্ধি

ৰাজ্যত আৰু দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে এজন যোৰহাটৰ আৰু আনজন নগাৱৰ৷ দুয়োগৰাকী লোক সম্প্ৰতি কোৱাৰেন্টাইন চেন্টাৰত আছে৷ ইয়াকে লৈ অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে…

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? WHO ৰ পৰা উত্তৰ লাগে ভাৰতক

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? ভাৰতেও এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ৷ আনহাতে , এই ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে -তাৰো নিৰপেক্ষ মূল্যায়ন বিচাৰিছে ভাৰতসহ বিশ্বৰ ৬২ খন দেশে৷ উল্লেখ্য…

ভাৰতত এদিনতে ৫০০০+: ক’ৰোনাই লৈছে কালৰূপ

ভাৰতত ক’ৰোনাৰ সংক্ৰমন দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ পৰিছে ৷ দেওবাৰৰ দিনটোত দেশত নতুনকৈ ৫২৪২ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ ইয়াকে লৈ ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৬,১৬৯ ৷ এদিনত হোৱা সংক্ৰমন এয়াই সৰ্বাধিক ৷ ইফালে ,যোৱা…

নতুনকৈ ৩ জন :১০০ চুলে অসমৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই

অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ১০০ চুলে৷ নতুনকৈ ৩ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ দুগৰাকী মুম্বাই আৰু এগৰাকী বিহাৰৰ পৰা অহা লোক ৷আটাইকেইগৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে৷ সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ Alert ~ Three persons are tested…

আকৌ এজন ক’ৰোনাত আক্ৰান্ত: অসমত ৯৭ লৈ বৃদ্ধি

অসমত পুনৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৷ কাছাৰৰ এগৰাকী ২৮ বছৰীয়া ব্যক্তি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ কালি তেওঁ চেন্নাইৰ পৰা আহিছিল৷ সম্প্ৰতি আক্ৰান্ত ব্যক্তিজন শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ৷ ইয়াকে লৈ অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৯৭ লৈ বৃদ্ধি…

অসমত ৯ বছৰীয়া শিশুৰ দেহত ক’ৰোনা

অসমত এইবাৰ ৯ বছৰীয়া শিশুৰ দেহলৈ সংক্ৰমিত হ’ল ক’ৰোনা৷ আক্ৰান্ত শিশুটি যোৰহাটৰ ৷ শিশুটি শেহতীয়াকৈ দিল্লীৰ পৰা অসমলৈ আহিছিল৷ তেওঁৰ নাম ফাৰহান আখটাৰ ৷ ঘৰ যোৰহাট টাউনৰ ৩ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে৷ বৰ্তমান অসমত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা…

১০০ লৈ অলপ বাকী: কাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ অনুৰোধ?

অসমত কালি নিশাৰ ভিতৰত পৰিস্থিতিৰ আকস্মিক অৱনতি ঘটে ৷ নিশাৰ ভিতৰত ৪ গৰাকী নতুন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ইয়াৰে দুগৰাকী গুৱাহাটীৰ,এগৰাকী শোনিতপুৰৰ আৰু আনগৰাকী শিৱসাগৰৰ৷ এইদৰে নিশাটোৰ ভিতৰত অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা…

ভাৰতত ক’ৰোনা:২৪ ঘন্টাত সৰ্বাধিক লোক আক্ৰান্ত

• ভাৰতত শণিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হয়৷ যোৱা ২৪ ঘন্টাত দেশত মুঠ ৪,৯৮৭ গৰাকী লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হয়৷ ইয়াকে লৈ ভাৰতত এতিয়া মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৯০,৯২৭৷ • যোৱা ২৪ ঘন্টাত মৃত্যু হ’ল ১২০ গৰাকী…