টেগ CORONA

ৰাজ্যত নতুনকৈ  ৬জন ব্যক্তি ক’ৰোনাত আক্ৰান্ত

মন্ত্ৰীৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইট,ৰাজ্যত নতুনকৈ  ৬জন ব্যক্তি ক’ৰোনাত আক্ৰান্ত।ইয়াৰে তিনিজন গুৱাহাটীৰ,দুজন কৰিমগঞ্জৰ আৰু এজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ।বৰ্তমানলৈ ৰাজ্যত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৪১ জন। <blockquote class=”twitter-tweet”><p lang=”en” dir=”ltr”>Alert – 6 new <a href=”https://twitter.com/hashtag/COVID?src=hash&amp;ref_src=twsrc%5Etfw”>#COVID</a> + cases confirmed. Out of…

প্ৰতিবাদৰ নতুন ভাষা

“মহামাৰী-প্ৰতিৰোধৰ সংগ্ৰামত চৰকাৰলৈ আমাৰ সম্পূৰ্ণ সহযোগ থাকক। কিন্তু ৰাষ্ট্ৰৰ সকলো নিষ্ঠুৰতা আৰু লুন্ঠনক লৈও আমি হৈ থাকিব লাগিব সৰৱ। যিহেতু এই আতংক- হতাশা – সংকট আৰু আমনিদায়ক বন্দীত্বৰ পিছতো আমাৰ বাবে এখন পৃথিৱী আছে।” দেশে দেশে মুখামুখি হোৱা এই গৃহবন্দীত্ব…

ঢাক ঢোল বজাই ভেণ্টিলেতৰ বুলি কি উদ্বোধন কৰিলে বিজয় ৰুুপানীয়ে ?

একাংশৰ বাবে ক’ৰোনা ভাইৰাছ এক মহামাৰী নহয়।তেওঁলোকৰ বাবে ক’ৰোনা ভাইৰাছ এক উৎসৱহে।সেইবাবেই বিগত এপ্ৰিল মাহৰ কোনোবা এটা দিনত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে চিকিৎসালয়ত ঢাক ঢোল বজাই উদ্বোধন কৰিছিল ভেন্টিলেটৰ।দাবী কৰিছিল,এই ভেন্টিলেটৰ সমূহ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধত পয্যাপ্ত ভূমিকা ল’ব।গ’ল কথা গ’ল,ক’ৰোনা…

বিশ্ব স্বাস্থ্য সংস্থালৈ লিখিত পত্ৰত আকৌ ভাবুকি ড’নাল্ড ট্ৰাম্পৰ!

ক’ৰোণাৰ উত্স সম্পৰ্কে সোমবাৰে বিশ্বৰ ৩৫খন দেশে প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা পৰিলক্ষিত হয়। ইয়াৰোপৰি একেই প্ৰশ্নৰ অৱতাৰণা কৰিছে ইউৰোপৰ ২৭খন সদস্য ৰাষ্ট্ৰই । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৪খন স্থায়ী সদস্য ৰাষ্ট্ৰ- ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়াই একেই প্ৰশ্ন উত্থাপিত কৰিছে। ইয়াৰোপৰি…

১৩৫ : অসমত আকৌ ১৪ জনৰ দেহত ক’ৰোনা

ভয়ংকৰ হাৰত অসমত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ আকৌ ১৪ জনকৈ লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰে ৭ জন কামৰূপৰ ,২ জন হোজাইৰ ,২ জন বিশ্বনাথৰ ,২ জন নলবাৰীৰ…

১২১: অসমত আৰু ৬ জনৰ দেহত ক’ৰোনা

ৰাজ্যত পুনৰ ৬ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ৷যোৰহাট , গোলাঘাটৰ ২ জনকৈ আৰু কোকৰাঝাৰ ,নগাৱৰ ১ জনকৈ লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ যোৰহাটৰ এজন চেন্নাইৰ পৰা আৰু আনজন দাৰ্জিলিঙৰ পৰা উভতি আহিছিল ৷ ৰাজ্যত এতিয়া মুঠ ক’ৰোনা…

ভাৰতত ক’ৰোনা : ১ লাখৰো অধিক আক্ৰান্ত

এক লাখৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৷ যোৱা ২৪ ঘন্টাত ৪,৯৭০ গৰাকী লোকৰ দেহলৈ নতুনকৈ ক’ৰোনা সংক্ৰমিত হয়৷ দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১,০১,১৩৯ গৰাকী৷ ইফালে, কালিৰ দিনটোত পুণৰ ১৩৪ গৰাকী ক’ৰোনা ৰোগী মৃত্যুমুখত পৰে ৷…

গুৱাহাটীত আৰু ৭ গৰাকী ক’ৰোনা ৰোগী, এজনৰ মৃত্যু

গুৱাহাটীত আজি নতুনকৈ ক’ৰোনাত সংক্ৰমিত হ’ল ৭ জনকৈ লোক৷ ইয়াৰে ৩ জন সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে আৰু ৩ গৰাকী ফাচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত৷ সৰুসজাইত থকা লোককেইজন বহি:ৰাজ্যৰ পৰা অহা ৷ আন এগৰাকী ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা বুলি…

অসমত আৰু দুজন ক’ৰোনাত আক্ৰান্ত,মুঠ ১০৬

ৰাজ্যত পুনৰ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত।কাছাৰ জিলাত চিনাক্ত হৈছে দুই নতুন আক্ৰান্ত।সোমবাৰে দিনটোত মুঠ ছয়জন আক্ৰান্ত চিনাক্ত হৈছে অসমত।বৰ্তমান ৰাজ্যত ১০৬ জনলৈ বৃদ্ধি পালে ক’ৰোনা আক্ৰান্ত।টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমত আৰু দুজনৰ দেহত ক’ৰোনা ,মুঠ ১০৪

অসমত পুনৰ বাঢ়িল ক’ৰোনা ৰোগী ৷ এইবাৰ গোলাঘাটৰ ২ গৰাকী ব্যক্তিৰ দেহত ক’ৰোনাৰ সংক্ৰমন ধৰা পৰিছে৷ এতিয়ালৈ অসমত ক’ৰোনা অক্ৰান্তৰ মুঠ সংখ্যা হ’ল ১০৪৷ Alert ~ Two persons have tested #COVID19 + in Golaghat. ↗️Total cases 104↗️Recovered 41↗️Active cases 58↗️Deaths…