টেগ CORONA

ক’ৰোনাৰ নতুন ৰূপ , কাম নিদিব ভেকচিনে : হুৰ আশংকা

ক’ৰোনা ভাইৰাছৰ এটা নতুন ৰূপে চিন্তাত পেলাইছে বিশ্ব স্বাস্থ্য সংস্থাক ৷ কলম্বিয়াৰ কোভিড ৰোগীৰ দেহত ধৰা পৰা নতুন ৰূপৰ ক’ৰোনা ভাইৰাছবিধৰ নাম দিয়া হৈছে ‘মু’ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা – নতুন ৰূপৰ এই ভাইৰাছে ভেকচিনৰ কাৰ্যকৰীতাও হ্ৰাস কৰিব ৷…

ভাৰতৰ ১৬০০ ব্যক্তিৰ দেহত ক’ৰোনা ভেকছিনৰ পৰীক্ষা

শীঘ্ৰে অন্ত পৰিব অপেক্ষাৰ ৷ ভাৰততো অতি সোনকালে অক্সফ’ৰ্ডে প্ৰস্তুত কৰা ক’ৰোনা ভেকছিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব ৷ দেওবাৰে নিশা টিকা প্ৰস্তুতকাৰী কোম্পানী ছেৰাম ইনষ্টিটিউটক দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে ড্ৰাগ কন্ট্ৰ’লাৰ…

কোৱাৰেন্টাইন হ’ব নেকি প্ৰধানমন্ত্ৰী মোদী ?

বিগত কেবামাহ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱন বা কাৰ্যালয়ত ক’ৰোনাকেন্দ্ৰিক সতৰ্কতাৰ কোনো সুৰুঙা নাছিল ৷ শৰীৰ তাপমাত্ৰা পৰীক্ষা নকৰাকৈ কোনো মন্ত্ৰী – আমোলাক প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাছিল ৷ কিন্তু কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ধৰা…

সকলো ৰাজ্যই অনুসৰণ কৰক দিল্লী মডেল : ক’লে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে

দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো ৰাজ্যই ‘ দিল্লী মডেল ‘ অনুসৰণ কৰা উচিত৷ – এই মন্তব্য আগবঢ়াইছে দেশৰ গৃহ ৰাজ্য মন্ত্ৰী কিশন ৰেড্ডীয়ে ৷ আজি সংবাদমাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল হোৱা বাবে তেওঁ নিজে…

পতঞ্জলীৰ ঔষধ খালে ভাল হ’ব ক’ৰোনাঃ দাবী বালকৃষ্ণৰ

ক’ৰোনা ভাইৰাছে ত্ৰস্ত কৰাৰ পিছত এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে উঠি পৰি লাগিছে বিজ্ঞানীমহল। কিন্তু প্ৰতিষেধকৰ এই যুদ্ধখনৰ মাজতেই সৃষ্টি হৈছে বহু বিতৰ্কৰো। দেশৰ আয়ুৰ্বেদিক দ্ৰব্য প্ৰস্তুতকাৰী সংস্থা পতঞ্জলীৰ CEO আচাৰ্য বালকৃষ্ণৰ দাবী- পতঞ্জলীয়ে প্ৰস্তুত কৰা ঔষধ…

গুজৰাটসহ দেশৰ ৫ৰাজ্যৰ পৰিস্থিতিক উচ্চতম ন্যায়ালয়ে দিলে ‘ভয়ানক’ আখ্যা

দেশৰ ৫খন ৰাজ্যত ক’ৰোনা ৰোগীৰ চিকিত্সা আৰু ক’ৰোনাত মৃত্যু হোৱা লোকক দিবলগীয়া মৰ্যাদাৰ ক্ষেত্ৰত পৰিস্থিতি অতি ভয়ানক আখ্যা দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই পশ্চিমবংগত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ প্ৰশ্ন উত্থাপন কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ত। উক্ত প্ৰসংগতেই বিচাৰপতিয়ে…

অৰবিন্দ কেজৰীৱালৰ শৰীৰত জ্বৰ, ছৰ্দি-কাঁহ

মংগলবাৰে হ’ব ক’ৰোনা টেষ্ট ক’ৰোনা ভাইৰাছৰ উপসৰ্গৰ দৰে প্ৰায়বিলাক উপসৰ্গ দেখা দিয়াৰ পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আইছ’লেশ্যনত ৰখা হৈছে। কেজৰিৱালৰ শৰীৰত সামান্য জ্বৰ, চৰ্দি-কাঁহ ৰোগসমূহ হোৱাৰ পিছতেই আগন্তুক সতৰ্কতামূলকা ব্যৱস্থা হিচাপে মংগলাবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ কোভিড-১৯ টেষ্ট কৰোৱা হ’ব। সোমবাৰে এই…

ভাৰতত সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছৰ শক্তি দুৰ্বলঃ ক’লে ICMRৰ বিজ্ঞানীয়ে

ভাৰতত হোৱা ক’ৰোনাৰ ভাইৰাছৰ নতুন তথ্য লাভ কৰিছে CSIRৰ বিজ্ঞানীয়ে । বিজ্ঞানীসকলৰ দাবী যে ভাৰতত সংক্ৰমণ হোৱা ক’ৰোনাৰ জিন দুৰ্বল। সেয়ে এই ঘাতক ভাইৰাছক সোনকালেই প্ৰতিহত কৰিব পৰা যাব। এইদৰেই প্ৰকাশ কৰিছে ভাৰতৰ CSIRৰ বিজ্ঞানীমহলে। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ক’ৰোনাত…

কৰ’নাতন্ত্ৰ, গণতন্ত্ৰ ইত্যাদি

কৰ’নাৰ আগ্ৰাসনে সৃষ্টি কৰা সংকটৰ পৰৱৰ্তী সময়ত আমি কেনে এক ৰাষ্ট্ৰব্যৱস্থা পাম? মহামাৰীৰ ভয়াৱহ সংক্ৰমণে সৃষ্টি কৰা জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰ‌ই গ্ৰহণ কৰা নীতিসমূহে ৰাষ্ট্ৰক এক স্বেচ্ছাচাৰী পুলিচ ৰাষ্ট্ৰত পৰিণত কৰিব নেকি? কৰ’নাৰ পাছৰ পৃথিৱীখন কেনে হ’ব? এই মহামাৰীয়ে…

“অদৃশ্য শক্তিৰ বিৰুদ্ধে জয়ী হ’ব অপৰাজেয় শক্তি”- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

“দেশত অদৃশ্য শক্তি আৰু অপৰাজেয় শক্তিৰ মাজত যুদ্ধ হৈছে। ক’ৰোনা এক অদৃশ্য শক্তি ঠিকেই, কিন্তু আমাৰ যুদ্ধ আৰু স্বাস্থ্যকৰ্মীসকল অপাৰেজয়।তেওঁলোক নিশ্চিতভাৱে এই যুদ্ধত জয়ী হ’ব”- এইদৰেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ স্বাস্যকৰ্মীসকলক উদ্দেশ্যী এক ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বক্তব্য প্ৰদান কৰে।…