সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CONGRESS

আজি দিল্লীত অখিল গগৈ- ভূপেন বৰা – জিতেন্দ্ৰ সিঙৰ বৈঠকত কি সিদ্ধান্ত হ’ব ?

বৃহস্পতিবাৰে দিল্লীত অসমৰ বিৰোধী ৰাজনৈতিক শিবিৰৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱণা আছে ৷ এ আই ইউ ডি এফৰ লগত মিত্ৰতা ভংগ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে দিল্লীত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ তেও এ আই চি চিৰ সাধাৰণ…

ৰাহুল গান্ধীৰে কি কথা পাতিলে অখিল গগৈয়ে ?

বুধবাৰে বিয়লি প্ৰায় ৫.৪৫ বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত মূলত: উপ –নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ ২১ , টোঘলক লেনত থকা ৰাহুল…

কংগ্ৰেছক অভিনন্দন জনাই কি ক’লে অখিল গগৈয়ে ?

এ আই ইউ ডি এফৰে মিত্ৰতা ত্যাগ কৰাৰ পাছত কংগ্ৰেছ দলক অভিনন্দন জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ নতুন দিল্লীত সাংবাদিকৰ আগত তেও কয় যে কংগ্ৰেছ দলে এটা অতি সাহসী সিদ্ধান্ত লৈছে ৷ তাৰ বাবে এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু…

কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল অখিল গগৈ

এ আই ইউ ডি এফৰে মিত্ৰতা ভংগ হোৱাৰ পাছতে কংগ্ৰেছ হাইকামাণ্ডৰে বৈঠকত বহিল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ তেও মঙলবাৰে পুৱাই এ আই চি চিৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰ সৈতে প্ৰায় এঘন্টা সময় অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি…

মহাজোঁট ভংগ : এ আই ইউ ডি এফৰ লগত নাথাকে কংগ্ৰেছ

ভংগ হ’ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা ৷ সোমবাৰে অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নীতি নিৰ্ধাৰক সমিতিৰ বৈঠকত বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোক মহাজোঁটৰ পৰা অব্যাহতি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ প্ৰস্তাৱটোত কোৱা হয় যে এ আই ইউ ডি এফ দলৰ…

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰাৰ আগত কি ঘটিছিল ?

কিয় ৰাহুল হিমন্তৰ বাবে পথৰ হেঙাৰ হৈ পৰিল , কি পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিবলগীয়া হ’ল , কংগ্ৰেছ এৰাৰ আগত ছোনিয়া গান্ধীয়ে কি কৈছিল হিমন্ত বিশ্ব শৰ্মাক – এই সকলোবোৰ কথাৰে ‘দ্য ক্ৰছকাৰেন্ট’ৰ এই বিশেষ প্ৰতিবেদন ৷

কংগ্ৰেছত বিদ্ৰোহ : দিল্লীত শক্তি প্ৰদৰ্শনৰ যুঁজ

চট্টিছগড় কংগ্ৰেছত চলি থকা বিসম্বাদে চৰম ৰূপ লৈছে ৷ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে তেওৰেই কেবিনেট সতীৰ্থ সিঙ দেউয়ে ৷ ইয়াৰ পাছত শক্তি প্ৰদৰ্শনৰ বাবে উঠি পৰি লাগিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ৷ ২৬ গৰাকী…

কংগ্ৰেছত কন্দল : চট্টিছগড়ৰ পাছত পঞ্জাৱতো বিদ্ৰোহ

বঙহৰ যুঁজত নামিছে সমগ্ৰ কংগ্ৰেছ দল ৷চট্টিছগড়ত মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু টি এছ সিঙ দেউৰ মাজত মুখ্যমন্ত্ৰিত্বক লৈ তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে ৷ মঙলবাৰে ৰাহুল গান্ধীয়ে এই বিবাদ নিষ্পত্তিৰ বাবে হস্তক্ষেপ কৰিবলগীয়া হ’ল ৷ তাৰ মাজত আকৌ উক দিছে…

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি কিমান সংখ্যক জন্মদিন ?

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি ৭৭ সংখ্যক জন্ম জয়ন্তী ৷ পুৱাই বীৰ ভূমিলৈ গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰয়াত পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেওৰ লগত লোকসভাৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিৰোধী নেতা উপস্থিত আছিল ৷…

তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেৱৰ : কি দায়িত্ব পাব ?

তৃণমূল কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ পদত্যাগী সভানেত্ৰী সুস্মিতা দেৱে ৷ তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত কংগ্ৰেছী নেত্ৰীগৰাকীয়ে আজি নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ  কৰে ৷ ৰাজনৈতিক…