সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#assam_govt

অৱশেষত গ্ৰেপ্তাৰ হ’ল উচ্ছেদ অভিযানত সন্ত্ৰাস সৃষ্টিকাৰী ফটোগ্ৰাফাৰ বিজয় বনিয়া

অৱশেষত গ্ৰেপ্তাৰ হল দৰং জিলাৰ ঢলপুৰৰ উচ্ছেদ অভিযানত সন্ত্ৰাস সৃষ্টি কৰা ফটোগ্ৰাফাৰ বিজয় বনিয়া । বৰ্তমান CID ৰ জিম্মাত আছে বিজয় বনিয়া । গুলিবিদ্ধ এজন ব্যক্তিৰ ওপৰত বিজই বনিয়াই চলাইছিল অমানুষিক আক্ৰমণ । আক্ৰমণৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই…

১ অক্টোবৰৰ পৰা আৰম্ভ নৱম শ্ৰেণীৰ পাঠদান

⚫ ৰাজ্যত ১ অক্টোবৰৰ পৰা আৰম্ভ হব নৱম শ্ৰেণীৰ নিয়মীয়া পাঠদান । ⚫ কিছুদিন পাছতেই আৰম্ভ হ'ব একাদশ শ্ৰেণীৰ পাঠদানো। ⚫ শিক্ষা বিভাগৰ এই জাননীক লৈ এতিয়া ব্যাপক উচ্চাহ ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ মাজত

উচ্ছেদিত লোক সকল যদি বিদেশী তেন্তে বাংলাদেশলৈ পঠিয়াই দিয়কঃ ৰকিবুল হুছেইন

ৰাজ্যৰ বিভিন্ন স্থানত অবৈধ বেদখলৰ বিৰুদ্ধে তীব্ৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে শাসনাধীষ্ঠ বিজেপি চৰকাৰে। ৰাইজক চমক দিয়াৰ কাৰণেই হওক বা বেদখল মুক্ত কৰাৰ বাবেই হওক, বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ এতিয়া সষ্টম। কিন্তু ইয়াৰ মাজতে ছিপাঝাৰৰ উচ্ছেদ অভিযানক…

শিক্ষাৰ্থী সমাজৰ বাবে সুখবৰঃ আজিৰে পৰা আৰম্ভ হ’ল দশম শ্ৰেণীৰ পাঠদান

ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল দশম শ্রেণীৰ পাঠদান৷ ক’ভিড প্রট’কলৰ মাজেৰে ৰাজ্যৰ চৰকাৰী-বেচৰকৰী হাইস্কুল, আৱাসিক বিদ্যালয় আৰু দিবা ব’র্ডিং শিক্ষানুষ্ঠানত আৰম্ভ হৈছে পাঠদান। ইতিমধ্যে দশম শ্রেণীৰ পাঠদান সন্দর্ভত ৰাজ্য চৰকাৰে SOP জাৰি কৰিছে। সেই…

অসমৰ বিজেপি চৰকাৰৰ ভূমি নীতি সন্দৰ্ভত সদ্যপ্ৰয়াত জেষ্ঠ অধিবক্তা নিলয় দত্তৰ দুটা বিশেষ টুইট

আজি হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ জেষ্ঠ অধিবক্তা তথা খেলুৱৈ নিলয় দত্তই। কিন্তু মৃত্যুৰ পিছত নিলয় দত্তৰ দুটা বিশেষ টুইটে চৰ্চা লাভ কৰিছে ছছিয়েল মিডিয়াত। অসমৰ বিজেপি চৰকাৰৰ ভূমি নীতি সন্দৰ্ভত টুইট কৰিছিল প্ৰয়াত দত্তই।…

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি অভিযান চলাইছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই। APDCLৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতিৰ অভিযোগৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপস্থিত হয় মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী দল। এই অভিযোগৰ তদন্ত কৰিব CM ভিজিলেন্সৰ…

শিক্ষক দিৱসৰ দিনাই কান্দি কান্দি প্ৰতিবাদত বহিল শিক্ষক শিক্ষয়িত্ৰী

মহানগৰীৰ মাজ মজিয়াতে শিক্ষক দিৱসৰ দিনাই প্ৰখৰ ৰদত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে। প্ৰতিবাদ স্থলীতেই কান্দোনত ভাগি পৰিল শিক্ষক শিক্ষয়িত্ৰী সকল। পদ পাদেশিকীকৰণৰ বাবে দীৰ্ঘ দিন ধৰি চৰকাৰক অনুৰোধ জনাই অহাৰ পাছতো কোনো…

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব পাৰে নতুন SOP

পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বলবৎ হব নতুন SOP। সন্ধিয়া ৮ বজালৈ সান্ধ আইনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা। ৭ বজালৈকে খোলা ৰাখিব পাৰিব ব্যৱসা়িক প্ৰতিষ্ঠান। নৈশ বাছ সেৱাও আৰম্ভ কৰাৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। কিন্তু ৮ বজাৰ লগে লগেই বন্ধ কৰিব…