সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#assam_govt

এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষনা

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক(প্ৰাৰম্ভিক) পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷বিগত ১২ ছেপ্তেম্বৰত র্এই পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ য’ত প্ৰায় ৭৬ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ…

পেট্ৰ’ল – ডিজেলৰ দাম আচলতে কিমান বাঢ়িল , কিমান কমিল ?

সৌ সিদিনালৈকে পেট্ৰ’ল – ডিজেলৰ দাম আছিল আন্ত: ৰাষ্ট্ৰীয় বিষয় ৷ শাসক দলৰ নেতা – কৰ্মীসকলৰ মতে ইয়াৰ লগত ভাৰত বা অসম চৰকাৰৰ একো কৰিবলগীয়া নাই ৷ কিন্তু বুধবাৰৰ দিনটোত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া উদ্যোগত অসমত পেট্ৰ’লৰ দাম একেকোবে ১২ টকা আৰু…

কঠোৰ ৰাজ্য চৰকাৰঃ টেট শিক্ষকৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণ কৰিব চৰকাৰে

🔴 অৱশেষত কঠোৰ হ'ল ৰাজ্য চৰকাৰ 🔴 সকলো টেট শিক্ষকৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণ কৰিব ৰাজ্য চৰকাৰে 🔴 ২১খন জিলাৰ বিদ্যালয় পৰিদৰ্শকক প্ৰতিবেদন যুগুতৰ নিৰ্দেশ 🔴 ২২ অক্টোবৰৰ ভিতৰত যুগুত কৰিব লাগিব তদন্তৰ প্ৰতিবেদন 🔴 ভুৱা প্ৰমাণ-পত্ৰ লৈ…

ৰাজ্যত আজিৰে পৰা বলবৎ হ’ব নতুন SOP : কি আছে সবিশেষ

◆ নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ১০.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল। ◆ নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ।…

কৃষকৰ বাবে সুখবৰঃ পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ গোৱালপাৰাৰ কলৰ বজাৰ

দেশৰ জনতা আৰু অৰ্থনৈতিক পৰিকাঠামোক ক'ভিডে মাধমাৰ সোধাই থকাৰ মাজতে কৃষক সকলৰ বাবে আহিছে এটা ভাল খবৰ। পুনৰ মুকলি হ'ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰিৰ এই বজাৰখনৰ কলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা ।উল্লেখ্য যে বজাৰখন ক'ভিডৰ…

আজি অসম আৰক্ষী দিৱসঃ কিন্তু কিয় পালন কৰা হয় এই দিৱস?

আজি অসম আৰক্ষী দিৱস। অসমৰ আইন-শৃংখলা আৰু প্ৰশাসনিক দিশটোৰ বাবে এটা বিশেষ দিন। অইন বাৰৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৭১ সংখ্যক অসম আৰক্ষী দিৱস। প্ৰতি বছৰৰ অক্টোবৰ মাহৰ পহিলা দিনটোতে পালন কৰা হয় এই দিৱস। কিন্তু পহিলা…

ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি কি বিশেষ ঘোষণা

⚫ ধেমাজিত ৰাজ্য চৰকাৰ কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল। ⚫ ধেমাজি জিলালৈ ৰাজ্য চৰকাৰৰ ৪৩৩ কোটি টকাৰ অনুমোদন আৰু বান নিয়ন্ত্ৰনৰ বাবে ১৫০ কোটি টকা ধাৰ্য। ⚫ ৰাজ্য চৰকাৰৰ প্ৰত্যেকখন কেবিনেট বৈঠক তিনিদিনীয়া প্ৰক্ৰিয়াৰে অনুষ্ঠিত…

কম্পাৰ্টমেন্টেল পৰীক্ষা সন্দৰ্ভত কি বিশেষ নিৰ্দেশনা জাৰি কৰিছে ছেবাই?

⚫ কম্পাৰ্টমেন্টেল পৰীক্ষা সন্দৰ্ভত ছেবা কৰ্তৃপক্ষৰ নতুন নিৰ্দেশনা - ⚫ যোগ্য প্ৰাৰ্থীৰহে আবেদন গ্ৰহণ কৰিবলৈ নিৰ্দেশ স্কুল পৰিদৰ্শকক। ⚫ ৩ টা বিষয়ৰ পৰীক্ষাত অবতীৰ্ণ হব পাৰিব প্ৰাৰ্থীসকল। ⚫ দুটাকৈ শাখাত বিভক্ত হব যোগ্য প্ৰাৰ্থী সকল।…

APDCLৰ নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পন

অৱশেষত আত্মসমৰ্পণ কৰিলে APDCLৰ নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ওচৰত আত্মসমৰ্পণ ৰহমানৰ। আজি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হব আতাউৰক। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ৫ দিনৰ বাবে জিম্নাত…

কাইলৈ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান মটৰ শ্ৰমিক সন্হাৰঃ নচলিব নেকি গাড়ী-মটৰ?

কাইলৈ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে মটৰ শ্ৰমিক সন্হাই। চৰকাৰে গাড়ীৰ নথি-পত্ৰ নৱীকৰণৰ বাবে বান্ধি দিয়া সময়ৰ বিৰোধিতা কৰি অন্তত ৬ মাহৰ সময় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে মটৰ শ্ৰমিক সন্হাই। সোমবাৰে পুৱা ৫ বজাৰ পৰা মঙ্গলবাৰে পুৱা ৫…