১ অক্টোবৰৰ পৰা আৰম্ভ নৱম শ্ৰেণীৰ পাঠদান

⚫ ৰাজ্যত ১ অক্টোবৰৰ পৰা আৰম্ভ হব নৱম শ্ৰেণীৰ নিয়মীয়া পাঠদান ।

⚫ কিছুদিন পাছতেই আৰম্ভ হ’ব একাদশ শ্ৰেণীৰ পাঠদানো।

⚫ শিক্ষা বিভাগৰ এই জাননীক লৈ এতিয়া ব্যাপক উচ্চাহ ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ মাজত

Leave a Reply

Your email address will not be published. Required fields are marked *