সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assam

গুৱাহাটীত আৰু ৭ গৰাকী ক’ৰোনা ৰোগী, এজনৰ মৃত্যু

গুৱাহাটীত আজি নতুনকৈ ক'ৰোনাত সংক্ৰমিত হ'ল ৭ জনকৈ লোক৷ ইয়াৰে ৩ জন সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে আৰু ৩ গৰাকী ফাচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত৷ সৰুসজাইত থকা লোককেইজন বহি:ৰাজ্যৰ পৰা অহা ৷ আন এগৰাকী ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত…

অসমত আৰু দুজন ক’ৰোনাত আক্ৰান্ত,মুঠ ১০৬

ৰাজ্যত পুনৰ দুজন ব্যক্তি ক'ৰোনাত আক্ৰান্ত।কাছাৰ জিলাত চিনাক্ত হৈছে দুই নতুন আক্ৰান্ত।সোমবাৰে দিনটোত মুঠ ছয়জন আক্ৰান্ত চিনাক্ত হৈছে অসমত।বৰ্তমান ৰাজ্যত ১০৬ জনলৈ বৃদ্ধি পালে ক'ৰোনা আক্ৰান্ত।টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমত আৰু দুজনৰ দেহত ক’ৰোনা ,মুঠ ১০৪

অসমত পুনৰ বাঢ়িল ক'ৰোনা ৰোগী ৷ এইবাৰ গোলাঘাটৰ ২ গৰাকী ব্যক্তিৰ দেহত ক'ৰোনাৰ সংক্ৰমন ধৰা পৰিছে৷ এতিয়ালৈ অসমত ক'ৰোনা অক্ৰান্তৰ মুঠ সংখ্যা হ'ল ১০৪৷ Alert ~ Two persons have tested #COVID19 + in Golaghat. ↗️Total cases 104↗️Recovered 41↗️Active…

অসমত আৰু দুজনৰ দেহত ক’ৰোনা,১০২ লৈ বৃদ্ধি

ৰাজ্যত আৰু দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰোনা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে এজন যোৰহাটৰ আৰু আনজন নগাৱৰ৷ দুয়োগৰাকী লোক সম্প্ৰতি কোৱাৰেন্টাইন চেন্টাৰত আছে৷ ইয়াকে লৈ অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত…

নতুনকৈ ৩ জন :১০০ চুলে অসমৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই

অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যাই ১০০ চুলে৷ নতুনকৈ ৩ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ দুগৰাকী মুম্বাই আৰু এগৰাকী বিহাৰৰ পৰা অহা লোক ৷আটাইকেইগৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে৷ সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ Alert ~…

অসমত ৯ বছৰীয়া শিশুৰ দেহত ক’ৰোনা

অসমত এইবাৰ ৯ বছৰীয়া শিশুৰ দেহলৈ সংক্ৰমিত হ'ল ক'ৰোনা৷ আক্ৰান্ত শিশুটি যোৰহাটৰ ৷ শিশুটি শেহতীয়াকৈ দিল্লীৰ পৰা অসমলৈ আহিছিল৷ তেওঁৰ নাম ফাৰহান আখটাৰ ৷ ঘৰ যোৰহাট টাউনৰ ৩ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে৷ বৰ্তমান অসমত মুঠ ক'ৰোনা আক্ৰান্তৰ সংখ্যা…

অসমত আৰু দুজন ক’ৰোনাত আক্ৰান্ত

ৰাজ্যত আৰু দুজন লোক ক'ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ক্ষন্তেক আগতে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে৷আক্ৰান্ত দুয়োগৰাকী লোক ফাঁচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত বুলি জানিব পৰা গৈছে৷ ইয়াত পাছত ৰাজ্যত ক'ৰোনা…

উত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ম্যানমাৰৰ

উত্তৰপূৱৰ ২২ বিদ্ৰোহীক প্ৰত্যৰ্পণ ভাৰতলৈ ৷ ২২ গৰাকীকৈ ধৃত উত্তৰপূৱৰ উগ্ৰপন্থীক বিমানেৰে আনি ভাৰতৰ হাতত তুলি দিলে ম্যানমাৰ চৰকাৰে ৷ শুক্ৰবাৰে এইসকল ৱাণ্টেড উগ্ৰপন্থীক বিশেষ বিমানেৰে ভাৰতলৈ লৈ অহা হৈছে ৷ এই ২২ গৰাকী উগ্ৰপন্থী বহুদিন ধৰি অসম…

আৰু কিমান দিনলৈ লকডাউন বৃদ্ধিৰ পোষকতা অসম চৰকাৰৰ?

অসমত দুসপ্তাহ বৃদ্ধি হ'ব পাৰে লকডাউন৷ কেৱল অসমেই নহয় ,সমগ্ৰ দেশত দুসপ্তাহ লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিছে অসম চৰকাৰে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আনুষ্ঠানিক পৰামৰ্শও আগবঢ়াইছে৷ উল্লেখ্য যে , লকডাউন ৪.০ সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ পৰা পৰামৰ্শ…

অসমত আৰু ৭ জন ক’ৰোনাত আক্ৰান্ত

মুম্বাইৰ পৰা অহা অহা ৪ গৰাকী ৰোগী আৰু ৩ গৰাকী ৰোগীৰ আত্মীয় ক'ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰিছে এই কথা৷ আক্ৰান্ত লোককেইজনৰ মাজত এজন ১৩ বছৰীয়া কিশোৰো আছে৷ আন তিনি গৰাকী কৰ্কট ৰোগী মনোৰঞ্জন…