সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

akhileshyadav

বিৰোধীয়ে যুঁজিছে আৰ এছ এছৰ ছায়াৰ সৈতে

কোৱা হয় ২০১৩ ৰ মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই ২০১৪ ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ বিজয় উজু কৰি তুলিছিল ৷ মোদীৰ অপাৰ জনপ্ৰিয়তাই ২০১৭ ত উত্তৰ প্ৰদেশত শাসনলৈ আনিছিল বিজেপিক ৷ পুলৱামা – বালাকোটে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বিজয় অধিক…

জাতৰ বেলি মাৰ গ’ল নেকি ?

যোগী আদিত্যনাথ আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ল , অখিলেশ যাদৱ আকৌ এবাৰ পৰাজিত হ’ল ৷ পৰাজিত হ’ল আৰু এজন নেতা ৷ তেওৰ নাম জয়ন্ত চৌধুৰী৷ ৰাষ্ট্ৰীয় লোক দলৰ নেতা ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী , জাতসকলৰ অবিসম্বাদী নেতা চৌধুৰী চৰণ সিঙৰ নাতি ৷ জন্ম ১৯৭৮…

প্ৰথমে ভোটদান পিছত জলপান: নৰেন্দ্ৰ মোদী

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১১খন জিলাত ৫৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। ২৬,০২৭ টা কেন্দ্ৰত চলি…

খেলা হ’বনে : অখিলেশৰ হৈ কি ক’লে মমতা বেনাৰ্জীয়ে ?

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হৈছে উত্তৰ প্ৰদেশত ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে এখন যৌথ সংবাদমেল সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে…

উত্তৰ প্ৰদেশ নহয়, গুজৰাটৰ ফলাফলহে আশ্চৰ্যকৰ হ’ব: কিয় ক’লে অখিলেশ যাদৱে ?

উত্তৰ প্ৰদেশত এইবাৰ সমাজবাদী পাৰ্টীৰ জোঁটবন্ধনৰ চৰকাৰ গঠন হ’ব বুলি গভীৰ আত্মবিশ্বাসী অখিলেশ যাদৱ ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বীগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কোনো আচৰিত হ’বলগীয়া ফলাফল নোলায় ৷ এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া…

অখিলেশ যাদৱক সপোনত কি ক’লে শ্ৰী কৃষ্ণই ?

২০২২ চনৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিব সমাজবাদী পাৰ্টিয়ে। এই দাবী কৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। সোমবাৰে বিজেপি বিধায়ক মাধুৰী বৰ্মাই সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছতেই এই দাবী কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন…

১৯৭ কৌটিৰ মালিক পীয়ূষ জৈন আচলতে কাৰ মানুহ ?

আহি আছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন। আৰম্ভ হৈছে ৰাজনৈতিক ঢৌ। নিৰ্বাচনৰ আগতেই কানপুৰৰ ব্যৱসায়ী পীযুষ জৈন ঘৰৰ পৰা কোটি কোটি টকা আৰু সোণ উদ্ধাৰ কৰা হৈছিল। ব্যৱসায়ী পীযুষ জৈন কাৰ মানুহ? শাসন আৰু বিৰোধী দুয়োপক্ষই ইজনে সিজনৰ ফালে আঙুলি…

উত্তৰ প্ৰদেশত বাজিছে নিৰ্বাচনী বিকুল : সমাজবাদী পাৰ্টীৰ কি কৌশল ?

দেশৰ  লোকসভা নিৰ্বাচনৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব ২০২২ ত উত্তৰ প্ৰদেশত ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বিকুল এতিয়াই বাজি উঠিছে ৷ দেশৰ বৃহত্তম ৰাজ্যখনত আকৌ এবাৰ শাসনলৈ আহিবৰ বাবে বিজেপি এতিয়াৰে পৰা সৰ্বশক্তিৰে নামি পৰিছে ৷ বহি থকা নাই বিৰোধীও…