সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কবিয়ে এৰি থৈ যোৱা বন্ধ খামত কি আছে?

'নৃত্যৰতা পৃথিৱী' এৰি গ'লগৈ জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকন। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত দিনৰ ১১-৫৫ বজাত চিৰদিনলৈ চকু মুদিলে 'গোলাপী জামুৰ লগ্ন'ৰ কবিয়ে। শব্দৰ যাদুকৰী খেলা,প্ৰতীক,চিত্ৰকল্পৰ অনন্য সমাহাৰেৰে কবিতাক…

প্ৰধানমন্ত্ৰীৰ পদত্যাগ,হতবাক দেশবাসী

পদত্যাগ কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিন্দা আৰ্ড্ৰানে।৪২বছৰীয়া জেচিন্দাই নিউজিলেণ্ডক গভীৰ সংকটৰ সময়ত নেতৃত্ব দিছিল।ক’ভিড,দেশখনৰ প্ৰাকৃতিক দুৰ্যোগ আদিত সবল নেতৃত্ব প্ৰদান কৰি দেশখনক আগুৱাই লৈ যোৱাত অৰিহণা যোগাইছিল নিউজিলেণ্ডৰ…

আহক- কবিৰ কাম্য মানৱীয় সমাজ এখনৰ বাবে আমি মাত মাতো

●ললিত গগৈ ''বাই তোৰ কোন গাঁৱত ঘৰ / মৰেনে মানুহ তাত ! ''- কবিৰ বাবে মৃত্যু যে চিৰন্তন সত্য আছিল সেয়া এই পংক্তিটোৱেই প্ৰমাণ। এতেকে সহজ সত্যটোক মানি লৈছো আমি । কবিৰ বিয়োগত শোকাভিভূত হৈ পোষ্ট দিয়াসকলক লাইক দি দি ভাগৰি…

আৰু মাত্ৰ ৩৯৯ দিন !

তেলেংগানাৰ খামামত ঐক্যবদ্ধ হ’ল বিৰোধী দল।২০২৪ চনত চৰকাৰ গঠনৰ লক্ষ্য বিৰোধীৰ।তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা ভাৰত ৰাষ্ট্ৰ সমিতিৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত তেলেংগানাৰ খামামত অনুষ্ঠিত হৈছে বিৰোধী ঐক্যৰ বাবে এক সমাৱেশ।তেলেংগানাৰ…

ত্ৰিপুৰাত নিঃসঙ্গ হ’ব বিজেপি

উত্তৰ পূবৰ ৩ খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল।মেঘালয় আৰু নাগালেণ্ডত একেদিনাই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন।২০১৮ চনত ত্ৰিপুৰাত ২৫ বছৰীয়া বাওঁ দলৰ শাসনৰ অন্ত পেলাই ইতিহাস গঢ়িছিল…

‘তিপৰা মঠাই’ মাথা খাব ত্ৰিপুৰীৰ !

উত্তৰ পূবৰ ৩ খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল।মেঘালয় আৰু নাগালেণ্ডত একেদিনাই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ত্ৰিপুৰাত ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন।২০১৮ চনত ত্ৰিপুৰাত ২৫ বছৰীয়া বাওঁ দলৰ শাসনৰ অন্ত পেলাই ইতিহাস গঢ়িছিল…

মেঘালয়ত ১০০ প্ৰতিশ্ৰুতি মমতা বেনাৰ্জীৰ

বহু প্ৰতীক্ষিত মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল বুধবাৰে।নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ দিনা মেঘালয়ত উপস্থিত হয় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জী।উল্লেখ্য যে উত্তৰ পূবৰ ৰাজ্যবোৰৰ ভিতৰত মেঘালয়ত মমতা…

ডুবিব নেকি ইলন মাস্ক?

বিগত অক্টোবৰ মাহত টুইটাৰ ক্ৰয় কৰিছিল বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ইলন মাস্কে।টুইটাৰ ক্ৰয় কৰিয়েই তেওঁ কোম্পানীটোৰ আধাতকৈয়ো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়ে।অৱশ্যে কোম্পানীটো ক্ৰয় কৰিয়েই প্ৰথম পদক্ষেপ হিচাপে তেওঁ প্ৰায় ৫০% কৰ্মচাৰীক…

ভাৰত আগত,চীন পিছত !

ভাৰত হ’ব বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ৷ৱৰ্ল্ড পপুলেচন ৰিভিউৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ বৰ্তমান জনসংখ্যা ১৪১.৭ কোটি আৰু চীনৰ জনসংখ্যা ১৪১.২কোটি।১৯৬০ চনৰ পিছত চীনৰ জনসংখ্যা প্ৰথমবাৰৰ বাবে ইমান নিম্নগামী হৈছে৷চীনৰ ৰাষ্ট্ৰীয় জনসংখ্যা বিভাগে…

নিৰ্বাচনী ৰণশিঙা বাজিল উত্তৰ পূবত

আজি ঘোষণা হ’ল তিনিখনকৈ ৰাজ্যৰ নিৰ্বাচনৰ দিন !৩ খন ৰাজ্যত ৬০ খনকৈ বিধানসভাৰ আসন আছে। তিনিখন ৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ বেছি।প্ৰতিখন ৰাজ্যত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব ৩৭৬ টা।ত্ৰিপুৰা ১৬ ফেব্ৰুৱাৰী,নাগালেণ্ড আৰু মেঘালয়ত ২৭…