সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নামত ভুৱা বাতৰি

মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নামত ভুৱা বাতৰি বিয়পোৱাৰ এক খবৰ পোহৰলৈ আহিছে৷ ক'ভিড-১৯ সম্পর্কীয় সকলো আপডেট টুইটাৰত টুইট কৰি জনাই আহিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ এক টুইটৰ স্ক্ৰীণশ্বট ভাইৰেল হয় চচিয়েল মিডিয়াত৷ টুইটটোত…

কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজনীতি কৰিব বিচাৰিছে- মমতা বেনাৰ্জী

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সকলৰ মাজত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত মুকলিকৈ ক্ষোভ উজাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ…

ডাউদ ইব্ৰাহিমৰ সহযোগত পুনৰ ২৬/১১ৰ দৰে ভাৰত আক্ৰমণৰ পৰিকল্পনা লস্কৰ ই তৈবাৰ

২৬ এপ্ৰিল, ২০০৮ চন। কুখ্যত সংগঠন লস্কৰ ই তৈবাৰ পৰিকল্পিত আক্ৰমণত কঁপি উঠিছিল ভাৰতৰ বাণিজ্যিক ৰাজধানী মুম্বাই। আজি প্ৰকাশিত খবৰ অনুসৰি আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমৰ সহযোগত পুনৰ ২৬/১১ৰ দৰে ভাৰত আক্ৰমণৰ পৰিকল্পনা লস্কৰ ই তৈবাৰ। চোৰাংচোৱাৰ…

বিতৰ্কিত ‘বয়জ লকাৰ ৰূম’ ঘটনাৰ নতুন মোৰ

বিতৰ্কিত 'বয়জ লকাৰ ৰূম' ঘটনাৰ নতুন মোৰ। অশ্লীল কথাবতৰা, সহপাঠীক গণ ধৰ্ষণৰ পৰিকল্পনা কৰা আৰু অশ্লীল ফটো লাভ কৰা 'বয়জ লকাৰ ৰূম'ৰ ঘটনা কোনো কিশোৰৰ কাৰ্য নহয়। দিল্লীৰ এগৰাকী ছাত্ৰীয়ে ভুৱা একাউণ্ট খুলি নিজকে কিশোৰৰ পৰিচয় দিছিল আৰু গণধৰ্ষণৰ…

বিলাসীপাৰা- ঠেলাত উঠাই গৰ্ভৱতী মহিলাক নিব লগা হ’ল চিকিৎসালয়লৈ

লক্ ডাউনৰ সময়তেই ৰাজ্যত সংঘটিত হোৱা আন এক দুখলগা ঘটনাৰ খবৰ প্ৰকাশ পাইছে৷ এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত উঠাই কেইবা কিলোমিটাৰ দূৰত থকা চিকিৎসালয়লৈ নিব লগা হ'ল পৰিয়ালৰ লোকে। বিলাসীপাৰাৰ ১ নং হাতীপুটা গাঁৱৰ নিবাসী…

গুৱাহাটীত কোৱাৰেণ্টাইনত মৃত্যু

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনতে মৃত্যু ঘটে তনুৰাম শইকীয়া নামৰ এজন ব্যক্তিৰ৷ দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত আছিল৷ মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে ৪০ দিন আবদ্ধ হৈ থাকি যোৱা ৫ মে’ত মুম্বাইৰ পৰা…

দুবছৰলৈ নোলায় ক’ৰোনাৰ ভেকছিন৷-ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই

দুবছৰলৈ ক’ৰোনা ভাইৰাছৰ ভেকছিন প্ৰস্তুত হোৱা কোনো সম্ভাৱনা নাই৷ সেইবাবে দেশসমূহে ভাইৰাছৰ লগত দীঘলীয়া সময় একেলগে বাস কৰিবলৈ সাজু হোৱা উচিত৷ -এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ কংৰোনা সংক্ৰান্তীয় বিশেষ দূত ডেভিড নাবাৰোৰ৷’দ্য ইণ্ডিয়ান…

ক’ৰোনা: ভাৰতত এদিনত আক্ৰান্ত ৪,২১৩

ক’ৰোনা সংক্ৰমনৰ ক্ষেত্ৰত কালিৰ দিনটো ভাৰতৰ বাবে আছিল অত্যন্ত চিন্তনীয়৷ • এদিনত দেশত সৰ্বাধিক লোক আক্ৰান্ত হয় দেওবাৰৰ দিনটোত৷ বিগত ২৪ ঘন্টাত ভাৰতত ৪,২১৩ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ মৃত্যু হ’ল ৯৭ গৰাকী ৰোগীৰ৷ • ভাৰতত মুঠ আক্ৰান্তৰ…

আজিৰ দিনটোৰ জন আব্ৰাহামৰ জীৱনত আছে সুকীয়া গুৰুত্ব

আজি ১১ মে’ ৷ এই দিনটোৰ অভিনেতা জন আব্ৰাহামৰ জীৱনত আছে সুকীয়া গুৰুত্ব৷ কিয় জন আব্ৰাহামৰ বাবে আজিৰ দিনটোৰ সুকীয়া তাৎপৰ্য আছে ,সেয়া জনাৰ আগতে ইতিহাসত ১১ মে’ৰ দিনা সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে জানি লও আহক- ১৭৮৪- ইংৰাজ শাসক আৰু টীপু চুলতানৰ…

চলাচল আৰম্ভ হ’ব যাত্ৰীবাহী ৰেলৰ ! কৰপৰা কেনেকৈ পাব টিকট ?

চলাচল আৰম্ভ হ’ব যাত্ৰীবাহী ৰেলৰ কৰপৰা কেনেকৈ পাব টিকট কেতিয়া আৰম্ভ হ’ব বুকিং ভাৰতীয় ৰেলৱে আৰম্ভ কৰিব লৈছে যাত্ৰীবাহী ৰেল সেৱা ৷ ১২ মে’ৰ পৰা চলিব বিশেষ ৰেল ৷ প্ৰথম ১৫ খন ৰেল চলিব নিউ দিল্লী ষ্টেচনৰ পৰা ৷ ট্ৰেইন চলিব ক্ৰমে ডিব্ৰুগড় ,…