নতুনকৈ ৭ জন ক’ৰোনা পজিটিভ ,অসমত মুঠ ২১০
২১০ লৈ বৃদ্ধি পালে অসমত ক'ৰোনা ৰোগীৰ সংখ্যা ৷ তেজপুৰৰ আঞ্চলিক কোৱাৰেন্টাইন চেন্টাৰত থকা ৭ গৰাকী লোক নতুনকৈ ক'ৰোনাত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷
????Alert ~ 7 persons at Zonal Quarantine Centre at…